ৰাষ্ট্ৰীয়

June 19, 2025 3:25 PM

views 19

ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰে ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। দেশখনত থকা ভাৰতীয়ক লৈ আন এখন বিমান আজি উভতি অহাৰ সম্ভাৱনা আছে। ইয়াৰ আগেয়ে উত্তৰ ইৰানৰ পৰা ১১০গৰাকী ভাৰতীয় শিক্ষাৰ্থীক লৈ অহা এখন বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ...

June 19, 2025 3:21 PM

views 49

ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ

ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ কৰিছে। দুয়ো দেশে কৃষি, সাংস্কৃতিক বিনিময়, বিজ্ঞান আৰু প্ৰযুক্তি তথা ক্ৰ'ৱেছিয়াৰ ৰাজধানী জাগ্রেবত ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদ, আই চি চি আৰৰ এখন আসন প্ৰতিষ্ঠাৰ বাবে ৪খ...

June 19, 2025 12:09 PM

views 10

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ, ২০২৫-ৰ বাবে মনোনয়নৰ আহ্বান

■ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ, ২০২৫-ৰ বাবে মনোনয়নৰ আহ্বান কৰিছে। সাহসিকতা, ক্রীড়া, উদ্ভাৱন, সমাজসেৱা, কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ১৮ বছৰ অনুৰ্ধ শিশুসকলক এই পুৰস্কাৰৰ বাবে মনোনয়ন কৰিব পাৰিব। অসম ৰাজ্যিক শিশু সুৰক্ষা সমাজে সকলো বি...

June 18, 2025 7:58 PM

views 16

কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ অৱসৰ আৰু মৰণোত্তৰ গ্ৰেছুইটি সা-সুবিধা লাভ

উমৈহতীয়া পেঞ্চন আঁচনিয়ে সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এতিয়া অৱসৰ আৰু মৰনোত্তৰ গ্ৰেছুইটি সা-সুবিধা লাভ কৰিব। এন ডি এ চৰকাৰৰ এঘাৰ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত এখন সংবাদমেলত ভাষণ দি কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে এইদৰে কয়। তেও...

June 18, 2025 7:47 PM

views 12

বিমান দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিসকলৰ ডি এন এ পৰীক্ষাত ১৯০ টা নমুনা চিনাক্ত

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিসকলক চিনাক্ত কৰাৰ বাবে চলোৱা ডি এন এ পৰীক্ষাত এতিয়ালৈকে ১৯০ টা নমুনা চিনাক্ত কৰা হৈছে। আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ ৰাকেশ যোশীয়ে জনাইছে যে, বৰ্তমানলৈকে মৃতদেহৰ শৰীৰৰ অংশৰ ১৫৭ টা নমুনা পৰিয়ালৰ হাতত অৰ্পন কৰা হৈছে। আনহাতে, বিমানখনত য...

June 18, 2025 7:37 PM

views 17

সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অন্তৰ্ভুক্তি তথা প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞতাৰ ব্যৱহাৰৰ জৰিয়তে সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে। তেওঁ কয়, যে দেশে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি পৃথিৱীৰ ভিতৰতে সামৰিক সেৱাতন্ত্ৰৰ সৈতে জড়িত সামগ্ৰী নিৰ্মাণৰ বা...

June 18, 2025 7:30 PM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে ক্ৰোৱেছিয়াৰ জাগ্রেবত উপস্থিত

ক্ৰয়েছিয়া আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ এটা নতুন অধ্যায় হিচাপে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে জাগ্রেবত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে দেশ দুখনৰ মাজত কৌশলগত সহযোগিতা গভীৰ কৰাৰ লগতে মূল খণ্ডসমূহত চুক্তি আৰু সাংস্কৃতিক কূটনীতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াব বুল...

June 18, 2025 12:52 PM

views 8

ছত্তিশগড়ৰ পেড্ডাকোমাত ৩জন গাঁওবাসীক হত্যা, ১২ জন লোকক অপহৰণ মাওবাদীৰ

ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ পেড্ডাকোমাত কালি সন্ধিয়া মাওবাদীয়ে তিনিজন গাঁওবাসীক হত্যা কৰাৰ লগতে ১২ জন লোকক অপহৰণ কৰে। সন্দেহযুক্ত মাওবাদীসকলে আত্মসমৰ্পন কৰা পূৰ্বৰ এজন মাওবাদীৰ পৰিয়ালক লক্ষ্য কৰি নিৰ্দোষী গাওঁবাসীৰ ওপৰত অত্যাচাৰ চলায়। বিজাপুৰৰ অতিৰিক্ত আৰক্ষী আধীক্ষক চন্দ্ৰকান্ত গোভানাই সাংবাদিকৰ আ...

June 18, 2025 12:37 PM

views 13

অসমত আজি আৰু কাইলৈ ৰেড এলার্ট জাৰি

গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে অসমত আজি আৰু কাইলৈ ৰেড এলার্ট জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই দুদিনত গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন অংশত ধুমুহা গাজনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱণা প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত এই সতর্কতা জাৰি কৰা হৈছে। মন্ত্ৰ্যালয়ে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰক ...

June 18, 2025 12:35 PM

views 15

এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰিচালনৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ পৰ্যালোচনা বৈঠক

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে নতুন দিল্লীত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰিচালনৰ পৰ্যালোচনা কৰে। সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াই শেহতীয়াকৈ বিমানৰ ব্যৱস্থাপনা সম্পৰ্কীয় বিষয়ত অৱগত কৰা তথ্যক লৈ উদ্বেগ প্রকাশ কৰে। সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াক অভিযান্ত্ৰি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।