June 20, 2025 9:37 PM
8
ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংস্থাই কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে আহৰণ কৰিব বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহৰ ঘোষণা
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংস্থা চমুকৈ নাফেডে অচিৰেই কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে আহৰণ কৰিব। ইয়াৰ ফলত কৃষিজাত সামগ্ৰী আহৰণৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী নোহোৱা কৰিব। মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ হিচাপে আয়োজিত ৰাষ্ট...