ৰাষ্ট্ৰীয়

June 22, 2025 7:20 PM

views 23

পেহেলগাম ঘটনাৰ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ

পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ আক্ৰমণৰ ঘটনাটোৰ অনুসন্ধান চলাই থকা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এন আই এ-ই দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আক্রমণ সংঘটিত কৰা সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত এই লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। অনুসন্ধানকাৰী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰা মতে, বাটকোট অঞ্চলৰ বাসিন্দা পা...

June 22, 2025 10:59 AM

views 26

ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তি কেতিয়াও বাহাল নাৰাখে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তি কেতিয়াও বাহাল নাৰাখে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে স্পষ্ট কৰি দিছে। পাকিস্তানলৈ বৈ যোৱা অতিৰিক্ত পানীভাগ ৰাজস্থানলৈ বোৱাই নিয়াৰ বাবে চৰকাৰে এটা সুৰংগ নিৰ্মাণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। এখন ইংৰাজী বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত গৃহমন্ত্ৰীগৰাক...

June 21, 2025 8:23 PM

views 26

নিয়ম উলংঘনৰ অভিযোগত এয়াৰ ইণ্ডিয়াৰ তিনিজন বিষয়াক অপসাৰণৰ নিৰ্দেশ

দেশৰ অসামৰিক বিমান পৰিৱহন সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াৰ তিনিজন বিষয়াক নিয়ম উলংঘনৰ অভিযোগত কৰ্মচাৰীৰ সময়সূচী প্ৰস্তুত আৰু ৰষ্টাৰিং সম্পৰ্কীয় দায়িত্বৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অপসাৰণৰ নিৰ্দেশ দিছে। সঞ্চালকালয়ে লগতে বিষয়াকেইজনৰ বিৰুদ্ধে আভ্যন্তৰীণভাৱে অনুশাসনমূলক তদন্ত কৰি দহ দিনৰ ভিতৰত ...

June 21, 2025 8:21 PM

views 29

মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণ দেৱীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে মহিলা আৰু শিশু বিকাশ নীতিত যোগৰ অন্তৰ্ভুক্তিয়ে তৃণমূল পৰ...

June 21, 2025 8:19 PM

views 28

ভাৰতবৰ্ষৰ লগতে বিশ্বৰ আন বিভিন্ন দেশতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

ভাৰতবৰ্ষৰ লগতে বিশ্বৰ আন বিভিন্ন দেশতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ব্ৰিটেইনত লণ্ডনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ লগতে অক্সফ'ৰ্ড আৰু কেমব্রিজ বিশ্ববিদ্যালকে ধৰি ভালেমান স্থানত, নিউয়ৰ্কৰ টাইম স্কোৱেৰ, জাপানৰ ট'কিঅ'ত অৱস্থিত ছুকিজী হংৱান্‌জি বৌদ্ধ মঠ আদিকে ধৰি ভিন ভিন দেশ ভালেমান স্থানত...

June 21, 2025 8:17 PM

views 26

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠান আয়োজিত

সম্প্ৰতি বিশ্বৰ বিভিন্ন অংশত দেখা দিয়া ক্রমবর্ধমান উৎকণ্ঠা, অস্থিৰতা আৰু অশান্তিৰ দৰে পৰিস্থিতিসমূহৰ মাজত যোগে শান্তিৰ পথ দেখুৱায় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বিশাখাপট্টনমত আয়োজিত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত নেতৃত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে এইবেলি...

June 21, 2025 1:13 PM

views 9

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

দেশ বিদেশত আজি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। শ্ৰী মোদীয়ে তেওঁৰ ভাষণত কয়, যে যোগে সমগ্র বিশ্বকে একত্রিত কৰিছে। তেওঁ কয়, যে সমগ্র বিশ্ব বর্তমান বিভিন...

June 21, 2025 1:09 PM

views 6

ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগত ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাৰ জয়

ফ্ৰান্সৰ ষ্টেড ছেবাষ্টিয়েন চাৰ্লটিত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগত ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই জয়লাভ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা নীৰজ চোপ্ৰাই প্ৰথমবাৰতে ৮৮ দশমিক ১-৬ মিটাৰলৈ জেভলিন দলিয়াই এই সফলতা লাভ কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাত জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৭ দশমিক ৮-৮ মিটাৰেৰে ...

June 21, 2025 1:08 PM

views 11

ভাৰত-ইংলেণ্ডৰ এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনা ভাৰতৰ ৩ উইকেটত ৩৫৯ ৰান সংগ্ৰহ

ভাৰত আৰু ইংলেণ্ডৰ মাজত হেডিংলিত অনুষ্ঠিত এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেচৰ আৰম্ভণিৰ দিনা কালি ভাৰতে তিনিটা উইকেটৰ বিনিময়ত ৩৫৯ ৰান সংগ্ৰহ কৰে। অধিনায়ক শুভমন গীল আৰু সহ-অধিনায়ক ঋষভ পণ্টে আজি আবেলি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব ৷ ভাৰতে কালি প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ ...

June 20, 2025 9:40 PM

views 10

বিগত ১১ বছৰত বিহাৰৰ সমৃদ্ধি আৰু দ্ৰুত প্ৰগতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বিকাশৰ প্ৰতীক হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে বিগত ১১ বছৰত বিহাৰৰ সমৃদ্ধি আৰু দ্ৰুত প্ৰগতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বিকাশৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। বিহাৰৰ ছিৱানৰ এখন ৰাজহুৱা জনসভাত সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে এন ডি এ চৰকাৰে বিহাৰৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ গ্রহণ কৰিছে আৰু অনাগত দিনত ভাল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।