ৰাষ্ট্ৰীয়

December 1, 2025 12:27 PM December 1, 2025 12:27 PM

views 19

শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি

● শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি পাইছে। দেশখনৰ দুর্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই ভয়াৱহ প্রাকৃতিক দুর্যোগত এতিয়ালৈকে ৩৭০ জন লোক সন্ধান হৈ আছে। ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন অব্যাহত থকাত বহুকেইখন জিলাৰ সংযোগ বিচ্ছিন্ন হৈ আছে। ভাৰত...

December 1, 2025 12:13 PM December 1, 2025 12:13 PM

views 5

তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত দুখন বাছৰ মুখামুখি সংঘৰ্ষত ১১ জন লোকৰ মৃত্যু

● তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত কালি দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪ জন লোক আহত হয়। ইয়াৰে এখন বাছ তিৰুপুৰৰ পৰা কাড়াইকুড়ি অভিমুখে গৈ আছিল আৰু আনখন ডিনডিগুল জিলাৰ পৰা কাড়াইকুড়ি অভিমুখে আহি আছিল। তিৰুপটুৰ এলেকাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত সংঘটিত এই দুৰ্ঘট...

December 1, 2025 10:25 AM December 1, 2025 10:25 AM

views 23

আজিৰে পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ

● সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হ'ব। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প'ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভা...

November 30, 2025 8:20 PM November 30, 2025 8:20 PM

views 6

বিগত এঘাৰ বছৰত ৩২ লাখৰো অধিক দিব্যাংগ ব্যক্তিক আধুনিক যন্ত্ৰৰে সহায় কৰা হৈছে বুলি সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রী বীৰেন্দ্ৰ কুমাৰৰ উল্লেখ

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রী বীৰেন্দ্ৰ কুমাৰে বিগত এঘাৰ বছৰত ৩২ লাখৰো অধিক দিব্যাংগ ব্যক্তিক আধুনিক যন্ত্ৰৰে সহায় কৰা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত ভাৰতৰ কৃত্রিম অংগ নিৰ্মাণ নিগমৰ ৫৩ সংখ্যক প্রতিষ্ঠা দিৱসত ভাষণ প্রদান কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰৰ প্ৰতিষ্ঠা দিৱসত এই নিগমক নতুন চিন্তাৰে নতুন ...

November 30, 2025 8:12 PM November 30, 2025 8:12 PM

views 14

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫ উদ্বোধন কৰিব

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত "সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫" উদ্বোধন কৰিব। গ্রামোন্নয়ন মন্ত্রালয়ে জনোৱা অনুসৰি সমগ্ৰ দেশৰ ২৫ খন ৰাজ্যৰ প্ৰায় ৩০০ গৰাকী লাখপতি দিদি আৰু আত্মসহায়ক গোটৰ মহিলাই এই মহোৎসৱত অংশগ্ৰহণ কৰিব। ইয়াত মুঠ ৬২ খন বিপনীত বিভিন্ন ধৰণৰ খাদ্য উপলদ্ধ...

November 30, 2025 8:06 PM November 30, 2025 8:06 PM

views 10

আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে পেচাদাৰীত্ব, সংবেদনশীলতা আৰু দায়বদ্ধতা বৃদ্ধিৰে জনসাধাৰণৰ ধাৰণা সলনি কৰাটো সম্ভৱ হ'ব। আজি ৰায়পুৰত আয়োজিত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সন্মিলনত...

November 30, 2025 7:05 PM November 30, 2025 7:05 PM

views 8

পুণেৰ ক্ষেত্রপাল পেৰেডগ্ৰাউণ্ডত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৯ সংখ্যক পাছিং আউট পেৰেড সম্পন্ন

পুণেৰ খড়কৱাছলাত থকা ক্ষেত্রপাল পেৰেডগ্ৰাউণ্ডত আজি পুৱা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৯ সংখ্যক পাছিং আউট পেৰেড সম্পন্ন হয়। নৌ সেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠিয়ে এই পেৰেড পৰিদৰ্শন কৰে। মুঠ ৩২৯ গৰাকী কেডেটক সশস্ত্র বাহিনীত অন্তর্ভুক্ত কৰা এই পেৰেডত কেডেট সিদ্ধার্থ সিঙে নেতৃত্ব বহন কৰে। এই অ...

November 30, 2025 6:46 PM November 30, 2025 6:46 PM

views 13

শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱ শক্তিক উদ্ভাসিত কৰি তুলিছে বুলি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱ শক্তিক উদ্ভাষিত কৰি তুলিছে। এই সন্দৰ্ভত হায়দাবাদত নতুনকৈ উন্মোচন কৰা বিশ্বৰ সৰ্ববৃহৎ লিপ ইঞ্জিন এম আৰ অ'ৰ ব্যৱস্থা ভাৰতীয় নৌসেনাত আই এন এছ মাহেৰ অন্তৰ্ভুক্তি আৰু দেশত স্কাইৰুৰ্টৰ ইনফিনিটি চৌহদ মুকলি কৰাৰ দ...

November 30, 2025 6:43 PM November 30, 2025 6:43 PM

views 6

ক্রীড়াৰ ক্ষেত্ৰখনত ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহটোক ছুপাৰ হিট বুলি অভিহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ক্ৰীড়াৰ ক্ষেত্ৰখনত ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহটোক চুপাৰ হিট বুলি অভিহিত কৰি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মহিলা খেলুৱৈৰ দলে আই চি চি মহিলা বিশ্বকাপত খিতাপ দখল কৰাৰ প্ৰসংগ উল্লেখ কৰে। একেদৰে কেইদিনমানৰ পূৰ্বে টকিঅ'ত অনুষ্ঠিত বধিৰ খেলুৱৈৰ অলিম্পিক প্ৰতিযোগিতাত ভাৰতে...

November 30, 2025 6:36 PM November 30, 2025 6:36 PM

views 7

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। অধিৱেশনৰ পূৰ্বে আজি সংসদ ভৱনত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৩৬টা ৰাজনৈতিক দলৰ ৫০জন নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ইতিবা...