June 24, 2025 8:50 PM
16
পৰহিলৈৰ পৰা কৃষি উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰৰ কৃষিভিত্তিক প্ৰচাৰ অভিযান আৰম্ভ
চৰকাৰে কৃষি উৎপাদন বৃদ্ধি কৰিবৰ বাবে অহা বৃহস্পতিবাৰৰ পৰা এটা কৃষিভিত্তিক প্ৰচাৰ অভিযান আৰম্ভ কৰিবলৈ যো-জা চলাইছে। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে মধ্য প্ৰদেশত উৎপাদিত ছয়াবিনেৰে এই প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰা হ'ব। এই প্ৰচাৰ অভি...