ৰাষ্ট্ৰীয়

June 26, 2025 9:48 PM

views 12

আহমেদাবাদত দুৰ্ঘটনাত পতিত AI-171 বিমানৰ ব্লেক বক্সৰ পৰা দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰাৰ বাবে তথ্য সংগ্ৰহ

আহমেদাবাদত অলপতে এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাত পতিত হোৱা AI-171 বিমানখনৰ ব্লেক বক্সৰ পৰা দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰাৰ বাবে তথ্যসমূহ উলিয়াই লোৱা হৈছে। ব্লেক বক্সৰ সন্মুখৰ পৰা ক্ৰেছ প্ৰটেকছন আৰু মেম'ৰি মডিউলো সুৰক্ষিত ৰূপত উদ্ধাৰ কৰা হৈছে। এই তথ্যসমূহ দিল্লীত কালি বিমান দুর্ঘটনা তদন্ত সংস্থা এ এ আই বিৰ পৰী...

June 26, 2025 9:46 PM

views 9

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ৯জনীয়া সদস্যৰ এটা দল পাটনাত উপস্থিত

বিহাৰত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ৯ জনীয়া সদস্যৰ এটা দল ৰাজ্যখনলৈ ৰাওনা হৈছে। দলটোৱে ইতিমধ্যে পাটনাত উপস্থিত হৈ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়াল আৰু আন আন বিষয়াসকলৰ সৈতে এখন উচ্চপৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটাৰ তালিকা সন্দৰ্ভত এটা ব...

June 26, 2025 9:44 PM

views 16

দুচকীয়া বাহনৰ বাবে টোল টেক্স আৰোপ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ নীতিন গাডকাৰীৰ

পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে দুচকীয়া বাহনৰ বাবে টোল টেক্স আৰোপ কৰাৰ বিষয় সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী গাডকাৰীয়ে কয়, এনে ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। মন্ত্ৰীগৰাকীয়ে কয়, যে দুচকীয়া বাহনক টোল টেক্সৰ পৰা...

June 26, 2025 9:42 PM

views 13

গোৱালিয়ৰ-বাংগালুৰু এক্সপ্ৰেছ ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱৰ সৈতে যুটীয়াভাৱে গোৱালিয়ৰ-বাংগালুৰু এক্সপ্ৰেছ ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰে'লখনে গোৱালিয়ৰৰ পৰা প্ৰতি শুকুৰবাৰে আৰু বেংগালুৰুৰ পৰা দেওবাৰে চলাচল কৰিব। বেংগালুৰুৰ পৰা অহা ২৯ জুনত আৰু গোৱালিয়ৰৰ পৰা ৪ জুলাইত ৰে'লখনৰ ...

June 26, 2025 9:40 PM

views 9

শিৰোমণি আকালি দলৰ নেতা বিক্রম সিং মাজিথিয়াক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

শিৰোমণি আকালি দলৰ নেতা বিক্রম সিং মাজিথিয়াক আজি পাঞ্জাবৰ ম'হালিৰ এখন আদালতে সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। মাদক দ্রব্য সৰবৰাহৰ জৰিয়তে ৫৪০ কোটিতকৈও অধিক মূল্য টকাৰ অবৈধ লেনদেন সংক্রান্তত কালি তদাৰকী সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰে। অমৃতসৰ আৰু চণ্ডীগড়ত থকা মাজিথিয়াৰ বাসভৱনত ৰাজ্যখনৰ তদাৰকী সংস...

June 26, 2025 8:47 PM

views 18

ভূমিস্খলনত ক্ষতিগ্ৰস্ত জাতিংগা-লামপুৰৰ মাজৰ ৰে’লপথৰ মেৰামতিৰ বুজ লয় উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জাতিংগা আৰু লামপুৰৰ মাজৰ ভূমিস্খলন হোৱা ৰে'লপথৰ পৰা শিল-বালিৰ আৱৰ্জনা আঁতৰোৱাৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে। বর্তমান ১৫খন এছকেভেটৰ আৰু ২০০ৰো অধিক শ্ৰমিকে ৰে'লপথছোৱা ৰে'ল চলাচলৰ উপযোগী কৰি তোলাৰ বাবে দিনে-নিশাই কাম কৰি আছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কু...

June 26, 2025 8:42 PM

views 20

শুভাংশু শুক্লাসহ ৪গৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত

ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাসহ চাৰিগৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযানখনে আজি বিয়লি চাৰি বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুকলমে উপস্থিত হোৱাত ভাৰতে ইতিহাস ৰচিছে। লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুক্লাই ১৯৮৪ চনত ৰাকেশ শৰ্মাৰ পাছত মহাকাশত অৱ...

June 26, 2025 8:33 PM

views 18

তেলেংগানাত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা

অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাই, বিশ্ব চেম্পিয়ন নিখাত জাৰিন আৰু প্ৰাক্তন বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োসহ দেশৰ শীৰ্ষ বক্সাৰৰ অংশগ্ৰহণেৰে কাইলৈৰ পৰা তেলেংগানাত ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্ত্বাৱধানত তথা তেলে...

June 26, 2025 10:57 AM

views 10

পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভু জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ওড়িশাৰ পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভু জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। কাইলৈ এই ৰথযাত্ৰা আৰম্ভ হ'ব। ওড়িশা আৰক্ষীয়ে যান- বাহনৰ আহ-যাহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে জগন্নাথ মন্দিৰৰ ভিতৰ আৰু বাহিৰৰ চাৰিওকাষে নিৰাপত্তা ব্যৱস্থা গ...

June 26, 2025 10:54 AM

views 12

সমগ্ৰ বিশ্বতে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন

সমগ্ৰ বিশ্বতে আজি মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হৈছে। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা আৰু সহযোগিতাক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৬০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।