June 27, 2025 11:58 AM
24
অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যকেইখনত আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত গৰম আৰু আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী তিনি-চাৰিদিন পর্যন্ত উত্তৰ ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু দিল্লীত মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে, পূৱ ৰাজস্থ...