ৰাষ্ট্ৰীয়

July 8, 2025 8:33 PM

views 13

ৰাষ্ট্ৰীয় ঘাইপথসমূহ পৰিবেশ অনুকুল কৰি তোলাৰ বাবে কেন্দ্ৰৰ ভালেমান পদক্ষেপ

চৰকাৰে কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহ পৰিবেশ অনুকুল কৰি তোলাৰ বাবে ভালেমান পদক্ষেপ লৈছে। এনে পদক্ষেপৰ অংশ হিচাপে সমগ্ৰ দেশত বৰ্তমানলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ৪ কোটি ৭৮ লাখৰো অধিক গছৰ পুলি ৰোপণ কৰা হৈছে আৰু ৭০ হাজাৰ গছ স্থানান্তৰিত কৰা হৈছে। ফৰিদাবাদ-নয়দা আন্তৰাষ্ট্ৰীয় বিমান...

July 8, 2025 8:30 PM

views 15

ব্ৰাছিলিয়াত ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ লুলা ডা চিলভাৰ প্ৰধানমন্ত্ৰী মোদীৰে প্ৰতিনিধি পৰ্যায়ৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ব্রাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত দেশখনৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ লুলা ডা চিলভাৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হব। এই আলোচনাত বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্রযুক্তি, কৃষি, স্বাস্থ্য আৰু জনসম্পর্ককে ধৰি পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ে স্থান ল...

July 7, 2025 8:30 PM

views 20

গণতন্ত্ৰৰ তিনিটা স্তম্ভৰ মাজত সমতা বজাই ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব প্ৰদান উপৰাষ্ট্ৰপতিৰ

 উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গণতন্ত্ৰৰ তিনিটা স্তম্ভ ন্যায়পালিকা, বিধানসভা আৰু কাৰ্যবাহী কৰ্তৃপক্ষৰ মাজত সমতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। দুদিনীয়া ভ্রমণসূচীৰে বৰ্তমান কেৰালাত থকা উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে প্ৰতিটো প্ৰতিষ্ঠানেই নিজৰ নিজৰ কাৰ্যক্ষেত্ৰত সৰ্বোত্তম আৰু আন কাৰ্যক...

July 7, 2025 8:29 PM

views 18

ব্ৰীকচ্ শীৰ্ষ সন্মিলনত আজি বিশ্ব স্বাস্থ্যৰ সন্দৰ্ভত তিনিখন গুৰুত্বপূৰ্ণ সত্ৰৰ আয়োজন

ব্রাজিলৰ ৰিঅ' ডি জেনেঅিত চলি থকা ব্ৰীকচ্ শীৰ্ষ সন্মিলনৰ আজি দ্বিতীয় দিনা পৰিবেশ, COP-30 আৰু বিশ্ব স্বাস্থ্যৰ সন্দৰ্ভত তিনিখন গুৰুত্বপূৰ্ণ সত্ৰৰ আয়োজন কৰা হৈছে। এই সত্ৰত উপস্থিত থাকি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰিবেশ সম্বন্ধীয় কাৰ্যপন্থাৰ ক্ষেত্ৰত ভাৰতৰ গভীৰ দায়বদ্ধতাক দোহাৰিব। তেওঁ লগতে মানু...

July 7, 2025 8:27 PM

views 19

দেশৰ খনন খণ্ডটোৰ বিকাশ, জনকল্যান আৰু পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে কৈছে, যে দেশৰ খনন খণ্ডটোক বিকাশ, জনকল্যান আৰু পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবলৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে। আজি জয়পুৰত দেশৰ বিভিন্ন প্ৰান্তৰ সপ্ত তাৰকা আৰু পঞ্চ তাৰকাপ্ৰাপ্ত খনিসমূহৰ বাবে আয়োজন কৰা এটা বিশে...

July 7, 2025 8:24 PM

views 31

দেশে সকলো নাগৰিকৰ বাবে সুলভ আৰু সম পৰ্যায়ৰ স্বাস্থ্য সুবিধা উপলব্ধ কৰাত সফল হৈছে বুলি জে পি নাড্ডাৰ প্ৰকাশ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কৈছে যে দেশে বর্তমান সকলো নাগৰিকৰ বাবে সুলভ আৰু সম পৰ্যায়ৰ স্বাস্থ্য সুবিধা উপলব্ধ কৰাৰ উদ্দেশ্যৰ লক্ষ্য প্রাপ্তিৰ দিশে সুন্দৰভাৱে আগবাঢ়িবলৈ সক্ষম হৈছে। মন্ত্ৰীজনে কয়, যে এক লাখ ৭৭ হাজাৰ আয়ুষ্মান আৰোগ্য মন্দিৰে স্বাস্থ্য বিভাগৰ সুবিধাসমূহ ভাৰতবৰ্ষৰ নাগৰ...

July 7, 2025 8:17 PM

views 23

৩৮ দিনীয়াকৈ আয়োজিত শ্রীঅমৰনাথ যাত্ৰাৰ আজি পঞ্চম দিন

শ্রীঅমৰনাথ যাত্ৰাৰ আজি পঞ্চম দিন। প্ৰতিবছৰে ৩৮ দিনীয়াকৈ আয়োজিত এই অমৰনাথ যাত্ৰা এইবছৰ জুলাই মাহৰ ৩ তাৰিখে আৰম্ভ হৈছে আৰু বৰ্তমান মসৃণভাৱে আগবাঢ়ি গৈ আছে। দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ নুনৱান-পেহেলগাম বেচ কেম্প আৰু কেন্দ্ৰীয় কাশ্মীৰৰ গন্দাৰ্বল জিলাৰ বল্‌ল বেচ কেম্পৰ দুটা পথেদি এই যাত্ৰা আৰম্ভ হৈছ...

July 7, 2025 1:47 PM

views 10

লামডিং-বদৰপুৰ ৰে’ল লাইনত ৰে’ল চলাচল পুনৰ আৰম্ভ

লামডিং-বদৰপুৰ ৰে’ল লাইনত ৰে'ল চলাচল কালিৰ পৰা পুনৰ আৰম্ভ হয়। মাইবং-দাওতুহাজা আৰু মুপা-দিহাখুৰ মাজত ৰে'ল পথৰ দুটা স্থানত ভূমিস্খলন হোৱাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বহুকেইখন ৰে'লৰ সময়সূচী সলনি তথা কেইবাখনো ৰে'ল অঞ্চলটোত আবদ্ধ হৈ পৰিছিল। গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে গুৱাহাটী-ৰঙিয়া এক্সপ্ৰেছ ৰে’লখ...

July 7, 2025 1:46 PM

views 12

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটা ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদানৰ সিদ্ধান্ত অসম অলিম্পিক সন্থাৰ

ক্রীড়া এতিয়া কেৱল এক অতিৰিক্ত কার্যকলাপ নহয়, ৰাষ্ট্ৰ নিৰ্মাণৰ গুৰুত্বপূর্ণ স্তম্ভ- অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কালি নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰি এইদ...

July 7, 2025 1:37 PM

views 12

এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ দ্ৱিতীয় টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত ভাৰতৰ

এজবেষ্টন টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাজিত কৰি এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাত ভাৰতে ১-১ৰ সমতা কৰিছে। খেলখনৰ কালি পঞ্চম দিনা ভাৰতে ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা ৭টা উইকেট দখল কৰি এই ঐতিহাসিক বিজয় সাব্যস্ত কৰে। এয়া হৈছে ৫৮ বছৰৰ পাছত এজবেষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম জয়লাভ। কালি পঞ্চম দিন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।