ৰাষ্ট্ৰীয়

July 14, 2025 3:09 PM

views 30

নেশ্যনেল হেৰাল্ডৰ ক’লা ধন বৈধকৰণৰ গোচৰৰ ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত আদালতৰ

■ নেশ্যনেল হেৰাল্ডৰ ক'লা ধন বৈধকৰণৰ গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। আদালতে অহা ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত কৰিছে। ...

July 14, 2025 3:00 PM

views 23

বিশাখাপট্টনমত দুদিনীয়া BIMSTEC বন্দৰ সন্মিলন উদ্বোধন কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি বিশাখাপট্টনমত দুদিনীয়া BIMSTEC বন্দৰ সন্মিলন উদ্বোধন কৰে। এই বন্দৰ সন্মিলনত বংগোপ সাগৰ উপকূলীয় ৰাষ্ট্ৰসমূহৰ মাজত আঞ্চলিক সামুদ্রিক যোগাযোগ আৰু সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত থকা প্রতিশ্রুতিবদ্ধতা সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। অনুষ্...

July 14, 2025 2:43 PM

views 35

চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ বৈঠক

● দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ড° জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে। দুয়োদেশৰ মাজৰ ...

July 14, 2025 10:14 AM

views 43

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগৰ তৎপৰতা

● সমগ্ৰ দেশতে আগষ্ট মাহৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্বাচন আয়োগে তৎপৰতা আৰম্ভ কৰিছে। অহা ২৮ জুলাইত উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰৰ শুনানিৰ পাছতে নির্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বাতৰি প্ৰকাশ পাইছে। বিহাৰৰ দৰেই দেশৰ আন আন ৰাজ্যসমূহতো নির্বাচন আয়োগে ভোট...

July 13, 2025 9:28 PM

views 15

সকলো দবাতে চিচি টিভি কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্রহণ ৰে’ল বিভাগৰ

ৰে'ল বিভাগে যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে সকলো দবাতে চিচি টিভি কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰে'ল ৰাজ্য মন্ত্ৰী ৰৱনিত সিং বিট্টুৱে ইঞ্জিন আৰু দবাত চিচি টিভি কেমেৰা স্থাপনৰ অগ্ৰগতিৰ বিষয়ে পৰ্য্যালোচনা কৰে। এই দবাসমূহত যাত্ৰীৰ উমৈহতীয়া আহ-জাহৰ স্থানত ...

July 13, 2025 9:25 PM

views 20

অপাৰেচন সিন্দূৰৰ সময়ত ব্রাহ্মোছ ক্ষেপণাস্ত্রই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী

অপাৰেচন সিন্দূৰৰ সময়ত ব্রাহ্মোছ ক্ষেপণাস্ত্রই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। অপাৰেচন সিন্দূৰৰ পাছত বিদেশত ব্রাহ্মোছ ক্ষেপণাস্ত্ৰৰ চাহিদা বৃদ্ধি পাইছে। লক্ষ্ণৌ সংসদীয় সমষ্টিলৈ দুদিনীয়া ভ্রমণসূচীৰে যোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ...

July 13, 2025 1:38 PM

views 14

দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত নিযুক্তিমেলাত ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

যুৱ প্ৰজন্মৰ সৱলীকৰণৰ জৰিয়তে সামাজিক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ চৰকাৰৰ আকাংক্ষা অনুসৰি কালি দেশৰ বিভিন্ন প্ৰান্তত ষোড়শ নিযুক্তি মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰে। নৱনিযু...

July 13, 2025 1:36 PM

views 22

পৰম্পৰাগত চিকিৎসা ব্যৱস্থা বিশেষকৈ আয়ুষ প্ৰণালীৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ সংহতিকৰণৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাক বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতি

বিশ্ব স্বাস্থ্য সংস্থাই পৰম্পৰাগত চিকিৎসা ব্যৱস্থা বিশেষকৈ আয়ুষ প্ৰণালীৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ সংহতিকৰণৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰিছে। পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ স্থিতি শীৰ্ষক কাৰিকৰী সংক্ষিপ্ত বিৱৰণীত এই বিষয়ে উল্লেখ কৰা হৈছে। এই বিৱৰণীত আয়...

July 13, 2025 1:28 PM

views 12

কাৰ্গিলত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা পদক্ষেপৰ অংশ হিচাপে হিমালয়ত জলবায়ু স্থিতিস্থাপকতা শীর্ষক শৈক্ষিক বৈঠক

লাডাখ স্বায়ত্বশাসিত পার্বত্য উন্নয়ন পৰিষদে কাৰ্গিলত কালি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা পদক্ষেপৰ অংশ হিচাপে হিমালয়ত জলবায়ু স্থিতি-স্থাপকতা শীর্ষক এখন শৈক্ষিক বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত কাৰ্গিলৰ পৰ্যটন বিভাগ তথা জনস্বাস্থ্য কাৰিকৰী আৰু জলসিঞ্চন বিভাগৰ কাৰ্যবাহী কাউন্সিলৰ কাছ' মহম্মদ ফিৰোজে অধ্যক্ষতা ক...

July 13, 2025 1:26 PM

views 58

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ইগা স্বিয়াটেকৰ প্ৰথমটো খিতাপ অৰ্জন

ইগা স্বিয়াটেকে আমান্দা অনিছিমভাক পৰাস্ত কৰি উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰথমটো খিতাপ অৰ্জন কৰিছে। প'লেণ্ডৰ স্বিয়াটেকে কালি অল ইংলেণ্ড ক্লাবত অনুষ্ঠিত একপক্ষীয় ফাইনেলত আমেৰিকা যুক্তৰাষ্টৰ আমান্দাক ৬-০, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে স্বিয়াটেক উইম্বলডন টেনিছ প্রতিযোগি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।