ৰাষ্ট্ৰীয়

July 16, 2025 12:33 PM

views 15

স্কীল ইণ্ডিয়া অভিযানৰ ১০ বছৰ সম্পূৰ্ণ

স্কীল ইণ্ডিয়া উদ্যমে অগণন লোকক উপকৃত কৰিছে, তেওঁলোকক নতুন উদ্যমেৰে সবল কৰি তুলিছে আৰু লোকসকলৰ বাবে ন-ন সুযোগৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে সামাজিক মাধ্যমত লিখা এটা প’ষ্টত সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয়, যে স্কীল ইণ্ডিয়া অভিয...

July 15, 2025 9:22 PM

views 24

ছাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ অধিবেশনত মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ছাংহাই সহযোগিতা সংস্থাই সন্ত্রাসবাদ, বিচ্চিন্নতাবাদ আৰু উগ্ৰবাদক প্রতিহত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি বিয়লি চীনৰ টিয়াং জিনত ছাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ বাবে অনুষ্ঠিত এখন অধিবেশনত উপস্থিত থাকি ড০ এছ জয়শংকৰে এই মন্...

July 15, 2025 9:14 PM

views 28

ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা ১৮ দিনীয়া অভিযানৰ অন্তত পৃথিৱীপৃষ্ঠত পদার্পণ

ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন তিনিজন মহাকাশচাৰীয়ে ১৮ দিনীয়া অভিযানৰ অন্তত আজি পৃথিৱীপৃষ্ঠত পদার্পণ কৰে। অভিযানৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৱেষণাৰ পাছত ড্ৰেগন কেপছুলৰ সহায়ত মহাকাশচাৰীসকলে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে। এই অভিযানৰ সফলতাৰ পাছতে প্রধ...

July 15, 2025 9:11 PM

views 13

ছাত্র-ছাত্রীসকলে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা উচিত : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে, যে ছাত্র-ছাত্রীসকলে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা উচিত৷ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাৰ ফলত দেশৰ সমৃদ্ধ সংস্কৃতিক সংৰক্ষণ কৰাৰ লগতে গভীৰভাৱে শিপাই থকা ভাৰতীয় পৰম্পৰাসমূহকো ৰক্ষা কৰিব পৰা যায় বুলি তেঁও উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ছাত্র-ছাত্রীসক...

July 15, 2025 11:54 AM

views 11

৫০ শতাংশ বিদ্যুৎ আহৰণ কৰি শক্তি আহৰণৰ যাত্ৰাত ভাৰতৰ উল্লেখযোগ্য সফলতা লাভ

ভাৰতে অজীৱাষ্ম ইন্ধনৰ পৰা ৫০ শতাংশ বিদ্যুৎ আহৰণ কৰি শক্তি আহৰণৰ যাত্ৰাত উল্লেখযোগ্য সফলতা লাভ কৰিছে। ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতা তথা পৰিষ্কাৰ শক্তি আহৰণৰ লক্ষ্যক ভাৰত চৰকাৰে কাৰ্যত পৰিণত কৰিছে। কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রী প্রহ্লাদ যোশীয়ে কয...

July 15, 2025 11:50 AM

views 36

ওড়িশাৰ বালাচ’ৰৰ ফকিৰ মোহন অট’নমাছ কলেজৰ এগৰাকী ছাত্ৰীৰ কালি চিকিৎসাধীন অৱস্থাত মৃত্যু

ওড়িশাৰ বালাচ’ৰত অৱস্থিত ফকিৰ মোহন অট’নমাছ কলেজৰ এগৰাকী ছাত্ৰীৰ কালি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মহাবিদ্যালয়খনৰ এগৰাকী সহকাৰী অধ্যাপকে যৌন নির্যাতন চলোৱাৰ পাছত জুইত আত্মজাহ দিয়াৰ চেষ্টা চলোৱা ছাত্ৰীগৰাকীৰ দেহৰ ৯৫ শতাংশ জ্বলি গৈছিল আৰু তেওঁক সংকটজনক অৱস্থাত ভুৱনেশ্বৰৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। দু...

July 15, 2025 11:42 AM

views 45

ওড়িশাৰ ৰবেঞ্চ’ বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তনত শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে আজি ওড়িশাৰ ৰবেঞ্চ' বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তনত অংশগ্রহণ কৰাৰ লগতে কটকত অৱস্থিত ৰবেঞ্চ' ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে কেইবাটাও ভৱনৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীমতী মুৰ্মুৱে ওড়িশাৰ প্ৰসিদ্ধ কবি তথা বুদ্ধিজীৱী আদিকবি সৰলা দাসৰ জয়ন্তীত অংশগ...

July 15, 2025 11:37 AM

views 35

কানাডাৰ ট’ৰণ্ট’ চহৰত উলিওৱা ৰথ যাত্ৰাত দুষ্কৃতিকাৰীৰ ব্যাঘাতক ভাৰতৰ তীব্ৰ গৰিহণা

কানাডাৰ ট’ৰণ্ট' চহৰত উলিওৱা ৰথ যাত্ৰাৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে ব্যাঘাত জন্মোৱা কাৰ্যৰ বিৰুদ্ধে ভাৰতে তীব্ৰভাৱে গৰিহণা দিছে। এই ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰিবলৈ ভাৰতে কানাডাৰ কৰ্তৃপক্ষক আহ্বান জনাইছে। সাংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপ...

July 15, 2025 11:33 AM

views 21

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ভাৰত আৰু চীনৰ সীমান্তত অৱস্থিত নদীসমূহৰ ক্ষেত্ৰত সহযোগিতা আৰু চীনৰ অংশত থকা ইয়াৰ জলভাগৰ তথ্য ভাৰতক অৱগত কৰোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। বেইজিঙত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত কালি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ উপস্থিতিত ড° জয়শংকৰে এই মন্তব্য প্ৰকাশ কৰে। ...

July 14, 2025 8:51 PM

views 13

সমগ্ৰ বিশ্বই আয়ুৰ্বেদৰ বৈজ্ঞানিক ভিত্তি, ব্যৱহাৰযোগ্যতা আৰু উপলব্ধতাৰ বিষয়ে অৱগত হৈছে – আয়ুষ মন্ত্ৰী

সমগ্ৰ বিশ্বই আয়ুৰ্বেদৰ বৈজ্ঞানিক ভিত্তি, ব্যৱহাৰযোগ্যতা আৰু উপলব্ধতাৰ বিষয়ে অৱগত হৈছে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও গণপতৰাও যাদৱে নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানত আয়োজিত শল্যাকন ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত আজি এইকথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।