ৰাষ্ট্ৰীয়

July 17, 2025 1:57 PM

views 13

দেশৰ কৃষকসকলৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দেশৰ কৃষকসকলৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা এই লক্ষ্যৰ দিশে আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে ইয়াৰ জৰিয়তে অকল কৃষি ক্ষেত্ৰত পিছপৰি ...

July 17, 2025 1:07 PM

views 12

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮-২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮ৰ পৰা ২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ১৮ৰ পৰা ২২ জুলাইলৈ তেওঁ ইশ্বাতিনী আৰু লেচ’থ’ দেশ দুখন ভ্রমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ইশ্বাতিনীৰ ৰজা মাশ্বাতি তিনি আৰু দেশখনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব। তেওঁ লগতে ইশ্বাতিন...

July 17, 2025 1:01 PM

views 18

অহা সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। ২১ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনত ৮ খন নতুন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ভৌগোলিক দিশৰ পৰা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হ'ব। তদুপৰি আয়কৰ বিধেয়ক ২০২৫, খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ামক সংশোধনী ব...

July 16, 2025 10:16 PM

views 14

ঝাৰখণ্ডত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত অসমৰ জোৱান নিহত

ঝাৰখণ্ডৰ বোকাৰু জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত অসমৰ এগৰাকী জোৱানৰ লগতে দুজন নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষত নিহত হোৱা কোব্ৰা বেটেলিয়নৰ জোৱানজন কোকৰাঝাৰৰ প্রাণেশ্বৰ কোচ বুলি জানিব পৰা গৈছে। প্রাণেশ্বৰ কোচ চি আৰ পি এফৰ ২০২ নম্বৰ কোব্ৰা ৰেজিমেণ্টত কৰ্মৰত আছিল। সংঘৰ্ষত সুৰক্ষা ...

July 16, 2025 10:15 PM

views 20

বাইহাটা, চাংসাৰি, কেন্দুকোনা, আগিয়াঠুৰী, ৰঙিয়া ষ্টেচন পৰিদৰ্শন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে কালি ৰঙিয়া সংমণ্ডলৰ অধীনৰ বাইহাটা, চাংসাৰি, কেন্দুকোনা, আগিয়াঠুৰী আৰু ৰঙিয়া ষ্টেচন পৰিদৰ্শন কৰি ৰে'লৰ আন্তঃগাঁথনি পৰ্যালোচনা কৰে। তেওঁ ৰে'ল ষ্টেচন কেইটাৰ যাত্ৰীৰ সা-সুবিধা, ৰে'ল চলাচলৰ সুৰক্ষা ব্যৱস্থা আৰু ছিগনেলিং আন্তঃগাঁথনিৰ বুজ লয়।...

July 16, 2025 9:08 PM

views 12

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্রী বুলি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ অভিযোগ

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্রী বুলি অভিযোগ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি ছয়গাঁৱৰ বনগাঁৱত আয়োজন কৰা এখন দলীয় সমাৱেশত ভাষণ দি শ্রীগান্ধীয়ে কয়, যে মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ ভূমি ব্যক্তিগত ব্যৱহাৰৰ বাবে অধিগ্ৰহ...

July 16, 2025 12:59 PM

views 16

ইৰাণলৈ অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান ইৰাণত থকা ভাৰতীয় দূতাবাসৰ

ইৰাণত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক ইৰাণলৈ অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। শেহতীয়া কেইবাটাও সপ্তাহজুৰি অঞ্চলটোত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে এই ভ্রমণ পৰামৰ্শাৱলী জাৰি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পষ্টত দূতাবাসে ভাৰতীয় নাগৰিকসকলক দেশখনলৈ অদৰকাৰী ভ্ৰমণৰ পূৰ্বে ...

July 16, 2025 12:46 PM

views 23

ভাৰতত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰতি কৃতজ্ঞতা প্রকাশৰ দিন পালন

ভাৰতত আজি কৃত্রিম বুদ্ধিমত্তাৰ প্ৰতি কৃতজ্ঞতা প্রকাশৰ দিন পালন কৰা হৈছে। আজি কৃত্রিম বুদ্ধিমত্তাৰ গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকা উদযাপন কৰা হ'ব। বেংগালুৰু আৰু হায়দৰাবাদৰ লেখীয়া প্ৰযুক্তিৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত নগৰসমূহৰ পৰা আৰম্ভ কৰি গ্ৰামাঞ্চললৈকে কৃত্ৰিম বুদ্ধিমত্তাই স্বাস্থ্...

July 16, 2025 12:40 PM

views 18

শিশুসকলৰ বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ UIDAIৰ আহ্বান

দেশৰ অনন্য পৰিচয় প্ৰাধিকৰণ- UIDAIয়ে ৭ বছৰ আৰু ইয়াৰ ঊৰ্ধৰ শিশুসকলৰ বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ পিতৃ-মাতৃ তথা অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছে। ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি বৰ্তমানৰ নীতি-নিৰ্দেশনাৰ অধীনত শিশুৰ বিকাশগত কাৰণত পৰিচয় চ...

July 16, 2025 12:37 PM

views 27

উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাত ৮ গৰাকী লোকে প্ৰাণ হেৰুওৱাক লৈ শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাটোত চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি আহিছে। প্রধানমন্ত্ৰীয়ে নিজৰ বাৰ্তাত আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে মৃতকৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰে। প্রধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।