ৰাষ্ট্ৰীয়

January 6, 2026 12:12 PM

views 5

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত ভাৰতীয় ৰে’ল মন্ত্ৰ্যালয়েৰ মূলধনী ব্যয়ৰ ৮০ শতাংশতকৈও অধিক ব্যৱহাৰ

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত ভাৰতীয় ৰে'ল মন্ত্রালয়ে মূলধনী ব্যয়ৰ ৮০ শতাংশতকৈও অধিক ব্যৱহাৰ কৰিছে। ৰে'ল মন্ত্রালয়ে সদৰি কৰা অনুসৰি ৰেল মন্ত্রালয়ে বিগত ডিচেম্বৰৰ শেষ ভাগলৈ মুঠ বাজেটৰ সমৰ্থন ২ লাখ ৫২ হাজাৰ ২০০ কোটি টকাৰ ভিতৰত দুই লাখ ৩ হাজাৰ ১৩৮ কোটি টকা ব্যয় কৰিছে। মন্ত্রালয়ে লগতে সদৰি কৰিছে যে...

January 6, 2026 12:08 PM

views 9

প্রধানমন্ত্রীৰ আমন্ত্রণ মর্মে ১২ আৰু ১৩ জানুৱাৰীত ভাৰত ভ্রমণলৈ আহিব ফ্রেড্ৰিক মার্জ

জার্মানীৰ চেঞ্চেলৰ ফ্রেড্ৰিক মার্জ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ মর্মে ১২ আৰু ১৩ জানুৱাৰীত ভাৰত ভ্রমণলৈ আহিব। চেঞ্চেলৰ মাৰ্জৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভ্রমণ কালত চেঞ্চেলৰগৰাকীয়ে আহমেদাবাদ আৰু বেংগালুৰুলৈ যাব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে। ১২ জানুৱাৰীত তেওঁক প্রধানমন্ত্রীয়ে আহমেদ...

January 6, 2026 12:06 PM

views 14

নতুন দিল্লীত আজি পুষ্টি, সুৰক্ষা আৰু অপুষ্টি দূৰীকৰণত কর্পোৰেট সামাজিক দায়বদ্ধতাৰ ভূমিকা শীর্ষক সম্মিলন মুকলি অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি পুষ্টি, সুৰক্ষা আৰু অপুষ্টি দূৰীকৰণত কর্পোৰেট সামাজিক দায়বদ্ধতাৰ ভূমিকা শীর্ষক সম্মিলন মুকলি কৰিব। শিশুৰ পুষ্টিহীনতা দূৰ কৰিবলৈ সহযোগিতামূলক, উদ্ভাৱনীমূলক আৰু বহনক্ষম কৌশলৰ বিষয়ে আলোচনা কৰাই হৈছে এই সন্মিলনৰ মূল উদ্দেশ্যে। ৰাষ...

January 6, 2026 12:05 PM

views 10

EPFO ক অহা চাৰি মাহৰ ভিতৰত EPFS ৰ অধীনত দৰমহাৰ সীমা সংশোধন সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা EPFOক অহা চাৰি মাহৰ ভিতৰত কৰ্মচাৰী ভৱিষ্য নিধি যোজনা EPFSৰ অধীনত দৰমহাৰ সীমা সংশোধন সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। বিগত ১১ বছৰ ধৰি কৰ্মচাৰীসকলৰ বেতন অপৰিৱৰ্তিত হৈ আছে। ন্যায়াধীশ জে কে মাহেশ্বৰী আৰু অতুল এছ ছন্দুৰকাৰক লৈ ...

January 6, 2026 2:23 AM

views 15

দিল্লী চৰকাৰে ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত বিভিন্ন বিভাগত নাগৰিকৰ সুবিধা হোৱাকৈ ৭৫ টা ডিজিটেল সেৱা আৰম্ভ কৰিছে

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই কৈছে যে দিল্লী চৰকাৰে ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত বিভিন্ন বিভাগত নাগৰিকৰ সুবিধা হোৱাকৈ ৭৫ টা ডিজিটেল সেৱা আৰম্ভ কৰিছে। আজি দিল্লী বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণি ভাষণত শ্ৰীচাক্সেনাই এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে চৰকাৰে ইজ অব্ ডুয়িং বিজনেছ বা ব্যৱসায...

January 6, 2026 1:59 AM

views 12

গেছ নিৰ্গমনৰ ঘটনা

● কৃষ্ণা-গোদাবৰী অৱবাহিকাৰ অন্ধ্ৰপ্ৰদেশৰ ড° বি আৰ আম্বেদকাৰ ক'নাচিমা জিলাৰ ইৰুছুমন্দা গাঁৱৰ অ' এন জি চি ম'ৰি-৫ নম্বৰ খাদত আজি গেছ নিৰ্গমনৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে মন্ত্ৰী কে আছান্নাইডু আৰু বি সুভাষ তথা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই সন্দ...

January 6, 2026 1:55 AM

views 14

দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে । সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীপ্ৰধানে প্ৰকাশ কৰা অনুসৰি এই গ্ৰন্থখনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৪ ৰ পৰা ২০২৫ চনলৈকে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণসমূহ সন্নি...

January 6, 2026 1:51 AM

views 8

জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত দিল্লীত শক্তিশালী কার্য গোটৰ সপ্তদশ বৈঠক অনুষ্ঠিত

জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত আজি নতুন দিল্লীত শক্তিশালী কার্য গোটৰ সপ্তদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নমানী গংগে কাৰ্যসূচীৰ অধীনত ৰূপৰেখা গঠন তথা পর্যাবেক্ষণৰ ব্যৱস্থা আৰু তথ্য ভিত্তিক সিদ্ধান্ত গ্রহণ প্রক্রিয়া শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হয়। তদুপৰি বৈঠকত সুপৰিকল্পিত নিষ্কাষণ ব্যৱ...

January 6, 2026 1:48 AM

views 9

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে আজি নতুন দিল্লীত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। একলব্য আদর্শ আৱাসিক বিদ্যালয়সমূহৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ জৰিয়তে সমৰ্থিত আন্তঃগাথনিৰ বিকাশ তথা সক্ষমতা নিৰ্মাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। এই অনু...

January 6, 2026 6:35 AM

views 21

দেশৰ উদ্ভাৱনী শক্তিৰে সমৃদ্ধ নতুন প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক: প্ৰধানমন্ত্ৰী

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বই ভাৰতলৈ আশা আৰু ইতিবাচক দৃষ্টিভংগীৰে বাট চোৱা আৰু দেশৰ উদ্ভাৱনী শক্তিৰে সমৃদ্ধ নতুন প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক বুলি মন্তব্য কৰিছে। লগতে বিগত এহেজাৰ বছৰ ধৰি সোমনাথ মন্দিৰৰ অৱস্থিতিয়ে দেশৰ সভ্যতা-সংস্কৃতি অতুলনীয় হোৱাৰ কথাটোকে প্রতীয়মান কৰে বুল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।