ৰাষ্ট্ৰীয়

January 24, 2026 12:16 PM

views 11

প্ৰধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ ‘প্রগতি’ এটি উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে ইয়াৰ ৫০ সংখ্যক বৈঠকৰ সফল পৰিচালনা সম্পন্ন

সক্রিয় শাসন আৰু সময়মতে কাৰ্যকৰীকৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ 'প্রগতি' য়ে এটি উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে ইয়াৰ ৫০ সংখ্যক বৈঠকৰ সফল পৰিচালনা সম্পন্ন কৰিছে। ২০১৫ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰাৰ পাছৰে পৰা প্ৰগতিয়ে তেওঁৰ প্রত্যক্ষ পর্যালোচনাৰ জৰিয়তে মূল আন্তঃগাঁথনি প্রকল্প আৰু ৰাইজ...

January 24, 2026 12:09 PM

views 13

কর্তব্যত অৱহেলা আৰু অসৎ আচৰণ কৰা বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি ভাৰতীয় নির্বাচন আয়োগৰ

ভাৰতীয় নির্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াক কর্তব্যত অৱহেলা আৰু অসৎ আচৰণ কৰা বুথ স্তৰৰ বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আয়োগে মুখ্য কার্যবাহী বিষয়াসকললৈ লিখা এখন পত্রত উল্লেখ কৰিছে যে কৰ্তব্যত অৱহেলা বা গাফিলতি, দুর্ব্যৱহাৰ ...

January 24, 2026 12:07 PM

views 8

অষ্টাদশ ৰোজগাৰ মেলাত ৬১ হাজাৰতকৈও অধিক যুৱক যুৱতীক প্রধানমন্ত্রীৰ নিযুক্তি পত্ৰ বিতৰণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সি ব্যৱস্থাৰে অষ্টাদশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নতুনকৈ নিযুক্তি লাভ কৰা ৬১ হাজাৰতকৈও অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেওঁ এখন জনসভাকো ভাষম দিয়ে। দেশৰ ৪৫টা স্থানত এই অষ্টাদশ ৰোজগাৰ মেলাৰ আয়োজন...

January 24, 2026 12:03 PM

views 38

নতুন দিল্লীৰ কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ প্রস্তুতি অব্যাহত

দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে নতুন দিল্লীৰ কৰ্তব্য পথত প্রস্তুতি অব্যাহত আছে। এই পেৰেডত দেশৰ বাৰেৰহনীয়া সংস্কৃতি, সামৰিক পৰাক্ৰম আদি প্রদর্শন কৰা হ'ব। সশস্ত্র বাহিনীসমূহৰ লগতে বিভিন্ন ৰাজ্যৰ শক্তি আৰু সংস্কৃতিক প্রতিফলিত কৰা নির্বাচিত প্রতীকপটসমূহো এই পেৰেডত প্ৰদৰ্শন কৰা হ'ব। নতুন দিল্লীত...

January 24, 2026 12:01 PM

views 13

গোৱাত অহা ২৭ৰ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ

গোৱাত অহা ২৭ৰ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ হ'ব। নতুন দিল্লীত আজি এই কার্যসূচী সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কয়, যে এই শক্তি সম্মিলনে শক্তি সুৰক্ষা, অর্থনৈতিক আৰু স্থায়ী বিকাশ সন্দৰ্ভত ভাৰতৰ প্রতিশ্রুতিবদ্...

January 24, 2026 11:59 AM

views 13

ৰাষ্ট্রপতি ভৱনত গ্রন্থ কুটিৰ উদ্বোধন ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ

 ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি ৰাষ্ট্রপতি ভৱনত গ্রন্থ কুটিৰ উদ্বোধন কৰে। এই কুটিৰত প্রায় ৫০টা পাণ্ডুলিপি আৰু ১১টা ভাৰতীয় ধ্রুপদী ভাষাৰ দুহেজাৰ ৩০০ খন গ্রন্থ সংগ্ৰহ কৰা হৈছে। এই কুটিৰত মহাকাব্য, দর্শন, ভাষা, বুৰঞ্জী, শাসন ব্যবস্থা, বিজ্ঞান, আধ্যাত্মিক সাহিত্যৰ লগতে ভাৰতীয় সংবিধান বিষয়ক বিভ...

January 24, 2026 11:57 AM

views 12

লক্ষ্ণৌত উত্তৰ প্ৰদেশ দিৱস উদযাপন কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ দিৱস উদযাপন কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰ প্ৰেৰণা স্থলত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে শ্রীশ্বাহে এখন জিলা এটা বন্ধনশৈলী আঁচনি মুকলি কৰিব। এই উদ্যমৰ অধীনত উত্তৰ প্ৰদেশৰ প্রত্যেক জিলাৰ এটা সুকীয়া বন...

January 23, 2026 7:55 PM

views 9

ছট্টিচগড়ৰ ধামদাৰী জিলাত ৯ জন মাওবাদীৰ আত্মসমর্পণ

ছট্টিচগড়ৰ ধামদাৰী জিলাত আজি ৯ জন মাওবাদীয়ে আত্মসমর্পণ কৰে। এই সকলৰ ৭ গৰাকী মহিলা। তেওঁলোকক কৰায়ও কৰিব পাৰিলে ৪৭ লাখ টকাৰ ধনৰাসী পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল। মাওবাদীসকলে আজি ৰায়পুৰ ৰেঙৰ আৰক্ষী মহা পৰিদৰ্শক অমৰেচ মিশ্ৰা আৰু ধামদাৰী জিলাৰ আৰক্ষী অধিক্ষক সুৰজ সিং পৰিহাৰৰ ওচৰত আত্মসমর্পণ কৰে। ...

January 23, 2026 7:54 PM

views 12

গোৱাত অহা ২৭ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ

 গোৱাত অহা ২৭ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ হ'ব। নতুন দিল্লীত আজি এই কার্যসূচী সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কয় যে বছৰটোৰ প্ৰথমখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্রীয় শক্তি সন্দৰ্ভত এই অনুষ্ঠানত ৭৫ হাজাৰত...

January 23, 2026 7:53 PM

views 28

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ বিষয়ক প্রতীকপট প্ৰদৰ্শন

ভাৰতীয় সেনাই ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত 'অপাৰেচন সিন্দুৰ' বিষয়ক প্রতীকপট প্ৰদৰ্শন কৰিব। এই প্রতীকী পটে দেশৰ বিজয়গাঁথাৰ লগতে এই অভিযানৰ সময়ত স্থল, নৌ আৰু বায়ু সেনাৰ একত্ৰিত অভিযানৰ শক্তিক প্ৰদৰ্শন কৰিব। আজি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি দিল্লী অঞ্চলৰ দায়িত্বত থকা মেজৰ জেনেৰেল নৱৰাজ ধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।