ৰাষ্ট্ৰীয়

July 18, 2025 8:47 PM

views 27

গুৰুগ্ৰামৰ সন্মিলনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যলৈ দেশৰ যুৱক-যুৱতীসকল আগবাঢ়ি যাবলৈ হ'লে তেওঁলোকক সঠিক পথ প্ৰদৰ্শন কৰাৰ লগতে কাৰিকৰী সহায় আৰু সঠিক নীতি নিৰ্ধাৰণেৰে আগুৱাই নিয়াটো প্রয়োজন। আজি গুৰুগ্ৰামত অনুষ্ঠিত এখন সন্মিলনত ভাষণ দি তেওঁ কয় যে সমাজ আৰু জাতিৰ সামগ্রিক বিকাশত সামাজিক ...

July 18, 2025 8:43 PM

views 13

বিহাৰৰ মতিহাৰীৰ গান্ধী মৈদানৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

বিহাৰৰ মতিহাৰীৰ গান্ধী মৈদানত আজি অনুষ্ঠিত হোৱা এখন সভাত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৰ্তমানৰ চৰকাৰখন কেৱল পিছপৰা অঞ্চলসমূহেই নহয়, পিছপৰা শ্ৰেণীৰ লোকসকলৰ উন্নতিৰ হকে কাম কৰিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে কয়, যে বৰ্তমানৰ এন ডি এ চৰকাৰখনে দুখীয়া লোকসকলক আগবঢ়াই নিবলৈ বহুবোৰ কাৰ্যপন্থা ...

July 18, 2025 8:38 PM

views 16

দুৰ্গাপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, প্ৰকল্প উদ্বোধন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ দুৰ্গাপুৰত ৫ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আন কেইবাটাও প্রকল্প দেশৰ নামত উচৰ্গা কৰে। এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রকল্পস...

July 18, 2025 3:27 PM

views 27

গভীৰ সমুদ্ৰত চাবমেৰিনৰ পৰা নাবিকক উদ্ধাৰ কৰিব পৰা বিশেষ জাহাজ নিস্তাৰ নৌ সেনাত অন্তৰ্ভুক্ত ভাৰতীয় নৌসেনাৰ

■ ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত ভাৰতৰ গভীৰ সমুদ্ৰত চাবমেৰিনৰ পৰা নাবিকক উদ্ধাৰ কৰিব পৰা বিশেষ জাহাজ নিস্তাৰ নৌ সেনাত অন্তৰ্ভুক্ত কৰে। এই সমাৰোহত প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠ, নৌ সেনাৰ মুৰববী এডমিৰেল ডিনেশ কে ত্রিপাঠী আৰু অন্যান্য জ্যেষ্ঠ প্রতিনিধিসকল উপস্থিত আছিল। হিন্দুস্তান চিপিয়ার্ড ল...

July 18, 2025 3:24 PM

views 26

বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত ৭ হাজাৰ ২০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৰে’ল, পথ, গ্ৰামোন্নয়ন, মীন, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি খণ্ডৰ প্ৰকল্প আছে। প্রধানমন্ত্রীয়ে লগতে ভিডিঅ' ক...

July 18, 2025 1:31 PM

views 20

বাংলাদেশৰ গোপালগঞ্জত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি

● বাংলাদেশৰ গোপালগঞ্জত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আমাৰ ঢাকাৰ সংবাদদাতাই জনোৱা মতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ গৃহ জিলা গোপালগঞ্জত যোৱা বুধবাৰে নেচনেল ছিটিজেন পাৰ্টীৰ এটা ৰেলীৰ সময়ত আৰক্ষী আৰু আৱামী লীগৰ কৰ্মকৰ্তাসকলৰ মাজত হোৱা সংঘৰ্ষত কমেও ৪ জন লোকৰ মৃত্যু হোৱ...

July 17, 2025 9:30 PM

views 29

কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। বিহাৰৰ সমষ্টিপুৰৰ পুছাত আজি ড০ ৰাজেন্দ্ৰ প্ৰসাদ কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ...

July 17, 2025 7:39 PM

views 34

সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। ২১ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনত ৮ খন নতুন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ভৌগোলিক দিশৰ পৰা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হ'ব। তদুপৰি আয়কৰ বিধেয়ক ২০২৫, খনি আৰু খনিজ পদার্থ উন্নয়ন আৰু নিয়ামক সংশোধনী ব...

July 17, 2025 2:00 PM

views 12

ৱেষ্ট ইণ্ডিজৰ তাৰকা খেলুৱৈ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

ৱেষ্ট ইণ্ডিজৰ তাৰকা খেলুৱৈ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'ব। খেলুৱৈগৰাকীয়ে অহা ২০ আৰু ২২ জুলাইত ঘৰুৱা খেলপথাৰ ছাবিনা পাৰ্কত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টী-২০ৰ প্ৰথম দুখন খেলত অংশগ্রহণেৰে তেওঁৰ অন্তিম দুখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিব। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ'...

July 17, 2025 1:59 PM

views 16

ভাৰত-ইংলেণ্ডৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ড চাৰি উইকেটত পৰাস্ত

ভাৰত আৰু ইংলেণ্ডৰ মাজত ছাওথাম্পটনৰ ৰ'জ বাউলত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা ভাৰতে ঘৰুৱা দলটোক চাৰি উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত ৫০ অ’ভাৰত ছটা উইকেট হেৰুৱাই ২৫৮ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ ছফিয়া ডাংকলেই ৯২ টা বলত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।