ৰাষ্ট্ৰীয়

July 20, 2025 8:32 PM

views 19

আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত চূড়ান্ত প্রতিবেদন ওলোৱালৈকে কোনো ধৰণৰ মন্তব্য কৰাটো উচিত নহ’ব বুলি অসামৰিক বিমান পৰিবহন মন্ত্রী ৰামমোহন নাইডু কিঞ্জৰাপুৰ মত প্ৰকাশ

আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত বিমান দুর্ঘটনা অনুসন্ধান ব্যুৰোৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ ভিত্তিত কোনো সিদ্ধান্তত উপনীত হোৱাটো বুদ্ধিমানৰ কাম নহ'ব বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী ৰামমোহন নাইডু কিঞ্জৰাপুয়ে মত প্ৰকাশ কৰিছে। চূড়ান্ত প্রতিবেদন ওলোৱালৈকে কোনো ধৰণৰ মন্তব্য কৰাটো উচিত নহ'ব ব...

July 20, 2025 8:17 PM

views 44

হিমাচল প্ৰদেশত সঘনাই হৈ থকা প্ৰৱল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্রী অমিত শ্বাহৰ বহুখণ্ডীয় কেন্দ্রীয় গোট গঠনৰ নিৰ্দেশ

হিমাচল প্ৰদেশত সঘনাই হৈ থকা প্ৰৱল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও ক্ষেত্ৰত কেন্দ্ৰীয় গোট গঠনৰ নিৰ্দেশ দিছে। এই কেন্দ্ৰীয় গোটটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ, ৰুৰকীৰ কেন্দ্ৰীয় নির্মাণ গৱেষণা প্ৰতিষ্ঠান, পুণেৰ ভাৰতীয় গ্রীষ্মমণ্ডলীয় বতৰ বিজ্ঞান প্রত...

July 20, 2025 7:19 PM

views 30

সর্বদলীয় বৈঠকত সদনৰ নেতাসকলে বর্ষাকালীন অধিৱেশনত উত্থাপন কৰিব বিচৰা বিষয়সমূহ দাঙি ধৰে বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ উল্লেখ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীৰ সংসদ ভৱনত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। সংসদৰ উভয় সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহযোগিতা কামনা কৰি চৰকাৰে এই বৈঠকৰ আহ্বান জনাইছিল। লোকসভা আৰু ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ...

July 20, 2025 6:52 PM

views 18

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱনত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীৰ সংসদ ভৱনত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। সংসদৰ উভয় সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহযোগিতা কামনা কৰি চৰকাৰে এই বৈঠকৰ আহ্বান জনাইছিল। লোকসভা আৰু ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ...

July 20, 2025 1:09 PM

views 29

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া, দুই-এজাক বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজান...

July 20, 2025 1:05 PM

views 12

সোণাপুৰত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত দল আৰু চৰকাৰে একত্ৰিত হৈ কাম কৰাৰ সন্দৰ্ভত আলোচনা

আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত কালি বিজেপিৰ দল আৰু চৰকাৰে কিদৰে একত্ৰিত হৈ কাম কৰিব সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে তৃণমূল পর্যায়ত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত...

July 20, 2025 1:03 PM

views 6

আই আই টি গুৱাহাটীত হাড়ৰ সংক্ৰমণ আৰু এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতাৰ বিৰুদ্ধে যুঁজিবলৈ হাইড্রক্সিএপেটাইট শীর্ষক কর্মশালা

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত কালি হাড়ৰ সংক্ৰমণ আৰু এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতাৰ বিৰুদ্ধে যুঁজিবলৈ হাইড্রক্সিএপেটাইট শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত আই আই টি গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী, অধ্যাপক উৎপল বৰাই টিচু ইঞ...

July 20, 2025 12:52 PM

views 15

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাইলৈ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ

পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা ১০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশ আশুতোষ কুমাৰক শপত বাক্য পাঠ কৰোৱাব। কেন্দ্ৰীয় ...

July 19, 2025 10:17 PM

views 17

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ

ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে আজি মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। শ্ৰীতিৱাৰীয়ে ভাৰত-বাংলাদেশ সীমান্তত প্রায় ২ কোটি টকা ব্যয় সাপেক্ষ নির্মীয়মান ছেকেণ্ড লাইন ডিফেন্সৰ সীমান্ত আৰক্ষী চকীৰ কাম-কাজৰ বুজ লয়। আৰক্ষী চকীৰ কাম–কাজ প্রায় সম্পূৰ্ণ হৈ...

July 19, 2025 10:09 PM

views 12

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত ১,২৭১ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত এহেজাৰ ২৭১ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰুদ্ৰপুৰত অনুষ্ঠিত উত্তৰাখণ্ড বিনিয়োগ মহোৎসৱ ২০২৫ত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে দেশৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগৰাকী আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানত ভাষণ দি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।