ৰাষ্ট্ৰীয়

July 23, 2025 7:05 PM

views 24

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন

ভাৰতৰ উন্নয়ন, শৈক্ষিক প্ৰসাৰ, আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে । ১৯২৭ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান ব্রডকাষ্টিং কোম্পানীৰ বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হ...

July 23, 2025 4:12 PM

views 26

২০২৫ বৰ্ষৰ বাবে দেশৰ মুদ্রাস্ফীতি ৩.৮ শতাংশ আৰু ২০২৬ বৰ্ষৰ বাবে ৪.০ শতাংশৰ ভিতৰত থকা সম্ভাৱনা

● ভাৰতীয় অৰ্থব্যৱস্থা ৬.৫ শতাংশৰ মুঠ ঘৰুৱা উৎপাদনেৰে ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা হৈ থকাৰ সম্ভাৱনা আছে। এচিয় বিকাশ বেংকে আজি জাৰি কৰা প্ৰতিবেদন অনুসৰি শক্তিশালী ঘৰুৱা চাহিদা, স্বাভাৱিক বৰষুণ আৰু ধনৰ যোগান বৃদ্ধি তথা সুদৰ হাৰ হ্ৰাস কৰাৰ বাবে ভাৰতীয় ৰি...

July 23, 2025 4:02 PM

views 17

সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন

ভাৰতৰ উন্নয়ন, শৈক্ষিক প্ৰসাৰ, আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক শক্তিশালী কৰিবলৈ আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। ১৯২৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় সম্প্ৰচাৰ কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চন...

July 23, 2025 4:09 PM

views 27

সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ভাৰতৰ আহ্বান

● ভাৰতে সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে কয় যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰসাৰৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাকে ধৰি কিছুমান মৌলিক নীতিক মানি চলাটো অত্...

July 23, 2025 3:56 PM

views 24

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

■ বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কার্যক্রমণিকা প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধীপক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সং...

July 23, 2025 3:51 PM

views 15

ব্রিটেইন আৰু মালদ্বীপৰ ৪দিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ব্ৰিটেইন আৰু মালদ্বীপৰ চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ইতিমধ্যে ৰাওনা হৈছে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীমোদী ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰ আৰু ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিব। দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্রী মোদী মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ আমন্ত্রণ মৰ্ম...

July 23, 2025 1:04 PM

views 23

ভাৰতৰ আকাশমাৰ্গত পাকিস্তানী বিমান প্ৰৱেশৰ বাবে থকা নিষেধাজ্ঞা ২৩ আগষ্টলৈ বৃদ্ধি

পাকিস্তানী বিমান ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা ২৩ আগষ্টলৈ বৃদ্ধি কৰা হৈছে। অসামৰিক বিমান পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে এই সিদ্ধান্তই কৌশলগত দৃষ্টিকোণ আৰু সুৰক্ষা বিধি সন্দৰ্ভত দিয়া গুৰুত্বকে প্ৰতিফলিত কৰে। পাকিস্তানে ...

July 23, 2025 12:48 PM

views 39

ভাৰতীয় নৌসেনাৰ উদ্যোগত নতুন দিল্লীত এদিনীয়া জাহাজ নির্মাণ আলোচনা চক্ৰৰ আয়োজন

ভাৰতীয় নৌসেনাই নতুন দিল্লীত আজি এদিনীয়া জাহাজ নির্মাণ আলোচনা চক্ৰৰ আয়োজন কৰিব। জাহাজ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ বিষয়ক আলোচনা চক্ৰখনে চৰকাৰ, ভাৰতীয় নৌসেনা, জাহাজ নির্মাণ কাৰখানা, উদ্যোগ আৰু শিক্ষাবিদসকলক একত্রিত কৰিব। এই অনুষ্ঠানত জাহাজ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন নীতিগত দিশৰ ওপৰত সংহত আৰু...

July 23, 2025 12:30 PM

views 19

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছেঃ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছে। উত্তৰ পূৱৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডক শক্তিশালী কৰাৰ বাবে আয়োজন কৰা উচ্চ পৰ্যায়ৰ টাস্ক ফ'ৰ্চৰ বৈঠকত ভার্চুৱেলি অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি...

July 22, 2025 8:47 PM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ লণ্ডনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ লণ্ডনলৈ ৰাওনা হ'ব। ইংলেণ্ডৰ দুদিনীয়া এই ভ্ৰমণৰ সময়ত তেওঁ ব্ৰিটিছ প্রধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ সৈতে আলোচনাত মিলিত হ'ব আৰু ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিব। আজি নতুন দিল্লীত সাংবাদিকৰ আগত বৈদেশিক সচিব বিক্রম মিশ্রিয়ে কয় যে প্রধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ব্ৰিটেইনৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।