ৰাষ্ট্ৰীয়

July 24, 2025 9:08 PM

views 29

অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত  বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ৩৫ টা স্থানত অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি ৰিলায়েন্স অনিল আম্বানী গ্ৰুপৰ কোম্পানী ৰাগাৰ বিৰুদ্ধে ঋণ জালিয়াতি আৰু ধনৰ লেন-দেনৰ লগত জড়িত তদন্ত সংক্ৰান্তত ৩৫ টা স্থানত অভিযান চলায়। মুঠ ৫০ টা কোম্পানী আৰু ২৫ জন লোকক এই তদন্তৰ আওতালৈ আনা হৈছে। সঞ্চালকালয়ে কয়, যে প্রাথমিক তদন্তত ২০১৭ ৰ পৰা ২০১৯ চনৰ ভিতৰত ব্যক্ত...

July 24, 2025 8:59 PM

views 32

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছেঃ প্ৰধানমন্ত্ৰী মোদী

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন দৈনিক বাতৰি কাকতৰ বাবে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি প্ৰধা...

July 24, 2025 8:55 PM

views 31

বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কামকাজ প্রথমে দিনৰ দুই বজালৈ আৰু পাছত দিনটোৰ বাবে স্থগিত ৰখা হয়৷ কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিজেপি সাংস...

July 24, 2025 8:50 PM

views 22

ভাৰত আৰু ইংলেণ্ডে আজি ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে

ভাৰত আৰু ইংলেণ্ডে আজি ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। লণ্ডনত ইংলেণ্ডৰ প্রধানমন্ত্রী কিৰ ষ্টাৰৰ্মৰ সৈতে হোৱা আলোচনাৰ অন্তত দিয়া এটা বিবৃতিত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটো উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰে। কেইবাবছৰজোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত দুয়োখন দেশৰ মা...

July 23, 2025 9:32 PM

views 28

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি দুৰ্ঘটনাত নিহতসকলক চিনাক্ত

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি দুৰ্ঘটনাত নিহতসকলক চিনাক্ত কৰে। এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনা সন্দৰ্ভত ব্ৰিটেইনৰ এখন সংবাদপত্ৰত প্ৰকাশিত তথ্যক লৈ সংবাদ মাধ্যমৰ জিজ্ঞাসাৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়...

July 23, 2025 9:28 PM

views 35

নৌসেনা বাহিনীৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত চাৰিখন যুদ্ধ জাহাজ – INS Delhi, INS Shakti, INS Satpura আৰু INS Kiltan আজি ছিংগাপুৰ বন্দৰত উপস্থিত

নৌসেনা বাহিনীৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত চাৰিখন যুদ্ধ জাহাজ - INS Delhi, INS Shakti, INS Satpura আৰু INS Kiltan আজি ছিংগাপুৰ বন্দৰত উপস্থিত হয়। দক্ষিণ-পূব এছিয়াত নৌ বাহিনীৰ সামৰিক গতি-বিধিৰ অংশ হিচাপে ছিংগাপুৰলৈ যোৱা এই যুদ্ধ জাহাজকেইখনৰ নেতৃত্বত আছে ৰিয়েৰ এডমিৰেল সুশীল মেনন। ভাৰতীয় নৌ বাহিনী আৰু...

July 23, 2025 9:26 PM

views 43

ভাৰতৰ এটা শক্তিশালী তথ্য প্রযুক্তি ব্যৱস্থা আছে, যাৰ বাৰ্ষিক ৰাজহ হৈছে ২৫ হাজাৰ কোটি ডলাৰঃ অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ভাৰতৰ এটা শক্তিশালী তথ্য প্রযুক্তি ব্যৱস্থা আছে, যাৰ বাৰ্ষিক ৰাজহ হৈছে ২৫ হাজাৰ কোটি ডলাৰ। এই তথ্য প্রযুক্তি খণ্ডই ৬০ লাখৰো অধিক লোকক সংস্থাপন প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখি...

July 23, 2025 9:23 PM

views 26

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছেঃ ৰে’লমন্ত্ৰী

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে সকলোবোৰ ৰে’ল ষ্টেচন আৰু যাত্ৰীবাহী ৰে'লত জীৱনদায়িনী ঔষধ থকা একোটা চিকিৎসা বাকচ, সামগ্ৰী আৰ...

July 23, 2025 9:23 PM

views 33

লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশত ক্ৰীড়াৰ বিকাশ আৰু বিস্তাৰ ঘটোৱা ক্রীড়াবিদসকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ আৰু সু-শাসনৰ নীতিৰ অধীনত ক্রীড়া নীতিৰ নীতিগত সংশোধন ঘটাবলৈ বিচৰা হৈছে। ...

July 23, 2025 9:15 PM

views 17

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত

বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত হয়। বিৰোধী পক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনায়। লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।