July 27, 2025 10:19 AM
12
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা তামিলনাডুৰ থুথিকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা তামিলনাডুৰ থুথিকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিমান বন্দৰ, ঘাইপথ, বন্দৰ আৰু শক্তিখণ্ডৰ সৈতে জড়িত এই প্রকল্পসমূহে আঞ্চলিক যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব, সামগ্রি পৰিবহনৰ সামৰ্থ বৃদ্ধি কৰিব, নিকা শক্তি...