ৰাষ্ট্ৰীয়

January 7, 2026 12:58 PM

views 14

গোৱাত অহা ২৭ জানুৱাৰীৰ পৰা ভাৰত শক্তি সপ্তাহ

ভাৰত শক্তি সপ্তাহ অহা ২৭ জানুৱাৰীৰ পৰা গোৱাত অনুষ্ঠিত হ'ব। এই চাৰিদিনীয়া অনুষ্ঠানত চৰকাৰী বিষয়া, উদ্যোগ জগতৰ কাণ্ডাৰী আৰু উদ্ভাৱকসকলে নিৰাপদ, স্থায়ী আৰু বহনসাধ্য শক্তি ভৱিষ্যতৰ প্ৰসাৰৰ চেষ্টা চলাব। পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, এই অনুষ্ঠানত শক্তি সুৰক্ষা সুদৃঢ় কৰা, ...

January 7, 2026 12:52 PM

views 21

পাঞ্জাৱত অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ আৰু নিষিদ্ধ ঔষধসহ ৭ জনক গ্ৰেপ্তাৰ

পাঞ্জাৱত কালি দুটা পৃথক অভিযানত আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ আৰু নিষিদ্ধ ঔষধসহ ৭ জনক গ্ৰেপ্তাৰ কৰে। পাঞ্জাৱ আৰক্ষীৰ কাৰ্যবাহীয়ে সীমা সুৰক্ষা বাহিনীৰ সৈতে অভিযান চলাই অমৃতসৰৰ এখন সীমান্তৱৰ্তী গাঁৱৰ পৰা ২০ কিলোগ্রাম হেৰ'ইনসহ চাৰিজন লোকক আটক কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে, দলটোৰ মূল কাৰ্যকাৰীজ...

January 7, 2026 12:49 PM

views 22

NIFT-ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ২০২৬-২৭ বৰ্ষৰ আবেদন পত্র দাখিলৰ অন্তিম দিন বৃদ্ধি

ফেশ্বন টেকন'লজিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, NIFT-য়ে ফেশ্বন ডিজাইন, ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ বিভিন্ন স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ২০২৬-২৭ বৰ্ষৰ আবেদন পত্র দাখিলৰ অন্তিম দিন চলিত মাহৰ ১৩ তাৰিখলৈ বৃদ্ধি কৰিছে। বস্ত্ৰ মন্ত্ৰালয়ে জনোৱা মতে, হ্ৰাস কৰা মাচুলৰ সুবিধা সর্বাধিক প্রার্থীয়ে যাতে লাভ ...

January 7, 2026 12:45 PM

views 9

কেৰালা কৌমুদী নিয়মীয়া বাতৰি কাকতৰ ক’ট্টায়াম সংস্কৰণৰ বছৰজোৰা ৰূপালী জয়ন্তী উদযাপন

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড০ এল মুৰুগানে কেৰালা কৌমুদী নিয়মীয়া বাতৰি কাকতৰ ক’ট্টায়াম সংস্কৰণৰ বছৰজোৰা ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বাতৰি কাকতখনৰ ক’ট্টায়াম সংস্কৰণে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বাতৰি কাক...

January 7, 2026 12:42 PM

views 19

নীটি আয়োগৰ চলিত বিত্তীয় বৰ্ষৰ কাম-কাজ সম্পর্কীয় ত্রিমাসিক প্রতিবেদন-ট্রেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ

নীটি আয়োগে চলিত বিত্তীয় বৰ্ষৰ কাম-কাজ সম্পর্কীয় ত্রিমাসিক প্রতিবেদন-ট্রেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰকাশ কৰা এই শেহতীয়া সংস্কৰণত ভাৰতৰ ব্যৱসায়িক দিশত হৈ থকা গাঁথনিগত পৰিৱৰ্তনৰ বিষয়ে প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনখনত এইবুলি কোৱা হৈছে যে বর্তমান প্রযুক্তিগত ৰপ্তানিৰ ভূমিকা...

January 7, 2026 12:36 PM

views 10

এফ আই টি টি, আই আই টি দিল্লীৰ সৈতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ ষ্টাৰ্টআপ উদ্যম WAVE X-এ উদ্ভাৱন, ইনকুবেচন অর্থাৎ অনুকুল পৰিৱেশত বীজাণুৰ বিকাশ ঘটোৱা কাৰ্য, সংবাদ মাধ্যম, মনোৰঞ্জন, সম্প্ৰচাৰ আৰু যোগাযোগ প্রযুক্তি খণ্ডত উদ্যমিতা আদি শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । ফাউণ্ডেচন ফৰ ইন’ভেচন এণ্ড টেকন'ল...

January 7, 2026 12:32 PM

views 13

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ লাক্সেমবার্গ ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে লাক্সেমবার্গ ভাৰতৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ আৰু ফিনটেক, মহাকাশ আৰু কৃত্রিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সহযোগিতা বৃদ্ধিৰ অপাৰ সম্ভাৱনা আছে। ছদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স আৰু লাক্সেমবার্গলৈ যোৱা ড০ জয়শংকৰে লাক্সেমবার্গ ভ...

January 6, 2026 12:26 PM

views 12

ছদিনীয়া কাৰ্যসূচীৰে ফ্রান্স ভ্ৰমণ ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ছদিনীয়া কাৰ্যসূচীৰে ফ্রান্স ভ্ৰমণ কৰিছে। ড° জয়শংকৰে ভ্ৰমণৰ প্রথম দিনা কালি পেৰিছত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ গাথা শীর্ষক এখন প্রদর্শনী পৰিদৰ্শন কৰে। এই প্রদর্শনীয়ে ভাৰতৰ বস্তু ঐতিহ্য আৰু সৃজনীশীলতাক প্রতিফলিত কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা শক্তিশালী সাংস্কৃতিক বান্...

January 6, 2026 12:22 PM

views 12

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ

জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে নতুন দিল্লীত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে কালি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। একলব্য আদর্শ আবাসিক বিদ্যালয়সমূহৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ জৰিয়তে সমৰ্থিত আন্তঃগাঁথনিৰ বিকাশ তথা সক্ষমতা নির্মাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। এই অনু...

January 6, 2026 12:14 PM

views 9

কানাড়া, তেলেগু, মালয়ালম আৰু ওড়িয়া ভাষাৰ উৎকৰ্ষতা কেন্দ্ৰই যুগুত কৰা ৪১ খন গ্রন্থ উন্মোচন ধর্মেন্দ্র প্রধানৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত কানাড়া, তেলেগু, মালয়ালম আৰু ওড়িয়া ভাষাৰ উৎকৰ্ষতা কেন্দ্ৰই যুগুত কৰা ৪১ খন গ্রন্থ উন্মোচন কৰিব। ভাৰতীয় ভাষাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ অধীনত এই গ্রন্থসমূহ সংকলন কৰা হৈছে। এই অনুষ্ঠানত তামিল ভাষাৰ কেন্দ্ৰীয় প্রতিষ্ঠান, তিৰুকুৰালৰ ৪৫টা খণ্ডৰ সাংক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।