ৰাষ্ট্ৰীয়

July 29, 2025 10:10 AM

views 18

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৫ বছৰ সম্পূৰ্ণ

ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আজি ৫ বছৰ সম্পূৰ্ণ কৰিছে। এই ৫ বছৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশত সর্বাংগীন, অধিক অধ্যয়নকেন্দ্ৰিক আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তোলা শিক্ষা ব্যৱস্থাৰ ভেটি গঢ় দিলে। এই নীতিয়ে দেশৰ বিদ্যালয়সমূহত পাঠ্যপুথি, মুখস্থ বা নম্বৰতেই সীমাৱদ্ধ নাৰাখি প্ৰকৃত শিক্ষালাভৰ ভেটি নিৰ্মাণ কৰিছ...

July 29, 2025 9:58 AM

views 23

লোকসভাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা পুনৰ অনুষ্ঠিত হ’ব

লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা পুনৰ অনুষ্ঠিত হ'ব। অপাৰেচন সিন্দূৰক পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক অভিযান হিচাপে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি এই আলোচনা আৰম্ভ কৰিছিল। এই আলোচনাত অংশ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ...

July 28, 2025 9:08 PM

views 17

BSNL-এ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্রিমাসিকত একেৰাহে ২৬০ কোটি আৰু ২৮০ কোটি টকাৰ লাভ পঞ্জীয়ন

ভাৰত সঞ্চাৰ নিগম লিমিটেড - BSNL-এ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্রিমাসিকত একেৰাহে ২৬০ কোটি আৰু ২৮০ কোটি টকাৰ লাভ পঞ্জীয়ন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বি এছ এন এলৰ মুখ্য মহা-প্ৰৱন্ধকৰ উচ্চ পৰ্য্যায়ৰ প্ৰথমখন পৰ্য্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধি...

July 28, 2025 8:55 PM

views 19

ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৰু উদ্যোগ মন্ত্রালয়ৰ বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন

ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৰু উদ্যোগ মন্ত্রালয়ে আজি নতুন দিল্লীত এখন বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গুৰু উদ্যোগ ৰাজ্য মন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিৱাস বাৰ্মাই সংবিধান সভাৰ এগৰাকী সদস্য আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় উদ্যোগ আৰু যোগান মন্ত্ৰী...

July 28, 2025 8:13 PM

views 28

বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত

বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পূৰ্বে ৰাজ্যসভাৰ কাম-কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত প্রিজাইডিং বিষয়া ভুবনেশ্বৰ কলিতাই সমুদ্র পথেৰে সামগ্ৰী পৰিবহণ বিধে...

July 28, 2025 8:06 PM

views 39

লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত আজি পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নির্ণায়ক অভিযান - অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে অপাৰেচন সিন্দূৰ কেৱল এটা সামৰিক অভিযানেই নাছিল, বৰং ই হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, পৰিচ...

July 28, 2025 7:58 PM

views 31

উচ্চতম ন্যায়ালয় বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি

উচ্চতম ন্যায়ালয় বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি হৈছে। ন্যায়াধীশ সূৰ্য্যকান্ত আৰু জয়মালা বাগ্‌ছীক লৈ গঠিত খণ্ড আদালতে কয়, যে আধাৰ কাৰ্ড আৰু ভোটদাতাৰ পৰিচয় পত্রকো এই সংশোধনীত নথি হিচা...

July 28, 2025 5:59 PM

views 21

আজি বিশ্ব প্রকৃতি সংৰক্ষণ দিৱস

আজি বিশ্ব প্রকৃতি সংৰক্ষণ দিৱস। প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা বহনক্ষম ব্যৱহাৰৰ অভ্যাস গঢ়ি তোলাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ২৮ জুলাইৰ দিনটো এই দিৱস হিচাপে বিশ্বজুৰি পালন কৰা হয়। দিৱসৰ কাৰ্যসূচীৰ জৰিয়তে বায়ু, মাটি, পানী আৰু বনাঞ্চল সংৰক্ষণ কৰি জীৱকুলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে প...

July 28, 2025 5:38 PM

views 21

লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাৰ দাবীকে ধৰি অন্যান্য বিষয়ত আলোচনাৰ দাবীৰে বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়। লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত ৰখা হয়। ৰাজ্য...

July 28, 2025 5:35 PM

views 36

সাংসদ ডিম্পল যাদৱৰ বিৰুদ্ধে মৌলানা ছাজিদ ৰাছিদিৰ আপত্তিজনক মন্তব্যৰ বাবে এন ডি এৰ সাংসদসকলৰ সংসদ ভৱনৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী

সৰ্বভাৰতীয় ইমাম সংস্থাৰ সভাপতি মৌলানা ছাজিদ ৰাছিদিয়ে সমাজবাদী পাৰ্টীৰ সাংসদ ডিম্পল যাদৱৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এন ডি এৰ সাংসদসকলে আজি সংসদ ভৱন চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এন ডি এৰ সাংসদসকলে হাতে হাতে প্লাকার্ড লৈ কয়, যে সভাপতিগৰাকীৰ মন্তব্যই সকলো মহিলাকে অপমানিত কৰিছে আৰু ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।