ৰাষ্ট্ৰীয়

July 31, 2025 9:17 AM

views 18

পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম সময়সীমা ১৫ আগষ্টলৈ বৃদ্ধি

পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম সময়সীমা অহা ১৫ আগষ্টলৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে অনলাইন ব্যৱস্থাৰেহে এই মনোনয়নসমূহ গ্ৰহণ কৰা হ'ব। অহা বছৰৰ গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি এই পদ্ম বঁটাসমূহ ঘোষণা কৰা হ'ব। পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী আদি হৈছে দেশৰ সৰ্বোচ্চ অ...

July 30, 2025 9:16 PM

views 12

দেশত বৰ্তমান ৫৮৫টা আকাশবাণী এফ এম ষ্টেচন আৰু ৩৮৮টা ব্যক্তিগত এফ এম ৰেডিঅ’ ষ্টেচন কাৰ্যকৰী

দেশত বৰ্তমান ৫৮৫টা আকাশবাণী এফ এম ষ্টেচন আৰু ৩৮৮টা ব্যক্তিগত এফ এম ৰেডিঅ' ষ্টেচন কাৰ্যকৰী হৈ আছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বিগত বৰ্ষৰ আগষ্টত চৰকাৰে জম্মু-কাশ্মীৰৰ তিনিটা চেনেলকে ধৰি এফ এম চেনেল নথকা ২৩৪ ...

July 30, 2025 9:12 PM

views 15

গৌতম বুদ্ধৰ পৱিত্ৰ পিপৰাহৰা ভগ্নাৱশেষ ভাৰতলৈ ঘূৰাই অনাৰ বিষয়টোৰ আদৰণি প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুদীর্ঘ ১২৭ বছৰৰ পাছত ভগৱান গৌতম বুদ্ধৰ পৱিত্ৰ পিপৰাহৰা ভগ্নাৱশেষ ভাৰতলৈ ঘূৰাই অনাৰ বিষয়টোৰ আদৰণি জনাইছে। শ্ৰীমোদীয়ে এটা বিবৃতিত ভগৱান বুদ্ধৰ শিক্ষাৰ প্ৰতি ভাৰতৰ গভীৰ শ্ৰদ্ধা তথা দেশৰ আধ্যাত্মিক আৰু ঐতিহাসিক সম্পদসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথ...

July 30, 2025 9:10 PM

views 25

পশ্চিম বংগৰ নাদিয়াত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথম সমাৱৰ্তন সমাৰোহত শ্ৰীমতী দ্রৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি পশ্চিম বংগৰ নাদিয়া জিলাৰ কল্যাণীত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত কয় যে এই প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ স্বাস্থ্য সেৱাত নিয়োজিত...

July 30, 2025 9:08 PM

views 12

সিন্দুৰ অভিযান সন্দৰ্ভত ৰাজ্যসভাত আজি পুনৰ আলোচনা অনুষ্ঠিত

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্রতুত্ত্যৰস্বৰূপে ভাৰতে চলোৱা শক্তিশালী, সফল আৰু নিৰ্ণায়ক সিন্দুৰ অভিযান সন্দৰ্ভত ৰাজ্যসভাত আজি পুনৰ আলোচনা অনুষ্ঠিত হৈছে। আলোচনাত অংশ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই অভিযান সামৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকাক অস্বীকাৰ কৰি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্...

July 30, 2025 12:24 PM

views 20

তিনিদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু পশ্চিমবংগ আৰু ঝাৰখণ্ডলৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি তিনিদিনীয়া ভ্রমণসূচীৰে পশ্চিমবংগ আৰু ঝাৰখণ্ডলৈ ৰাওনা হ'ব। পশ্চিমবংগ ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে কল্যাণীত থকা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথম সমাৱৰ্তন সমাৰোহত অংশ ল'ব। ঝাৰখণ্ডত ৰাষ্ট্ৰপতিগৰাকীয়ে দেওঘৰত থকা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ প...

July 30, 2025 12:20 PM

views 18

লোকসভাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত কালি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিশ্বৰ কোনো নেতাই ভাৰতক এই অভিযান বন্ধ কৰিবলৈ কোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেঁচাত পাকিস্তানৰ সৈতে সংঘৰ্ষ বিৰামৰ বাবে দেশে সন্মতি প্ৰদান কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰাৰ সময...

July 29, 2025 10:38 PM

views 21

নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী মনোহৰ লালক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্রীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালক সাক্ষাৎ কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শক্তি খণ্ডৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র শ্বাহ নৱাজ হুছেইনকো সাক্ষাৎ ...

July 29, 2025 10:34 PM

views 25

সংসদৰ চলিত অধিৱেশনক ভাৰতৰ বিজয় উৎসৱ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

সংসদৰ চলিত অধিৱেশনক ভাৰতৰ বিজয় উৎসৱ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত মন্তব্য কৰে। লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অধিবেশনে ভাৰতৰ বিজয়গাথাক গৌৰৱময় ৰূপত তুলি ধৰিছে। শ্রীমোদীয়ে এই বিজয় উৎসৱ সন্ত্ৰাসবাদ...

July 29, 2025 9:30 PM

views 16

নতুন দিল্লীৰ ভাৰত মণ্ডপমত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্রাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত দেশজুৰি ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযানৰ অধীনত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্রাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানে ভার্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীক নেতৃত্ব দিয়ে। এ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।