ৰাষ্ট্ৰীয়

August 1, 2025 8:14 PM

views 24

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদন আজি পুনৰ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাত দুপৰীয়া ১২ বজাত প্ৰথমবাৰ স্থগিতকৰণৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত আলোচনাৰ দাবী জনাই ...

August 1, 2025 8:09 PM

views 50

২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ধানবাদস্থিত ভাৰতীয় খনি বিদ্যালয়, আই আই টি-আই এছ এম, ধানবাদৰ ৪৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি ...

August 1, 2025 11:15 AM

views 22

ষ্টাৰলিংকৰ ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ইলন মাস্ক নেতৃত্বাধীন ষ্টাৰলিংকে ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ম'বাইল কনক্লেভত ভাষণ দি মন্ত্ৰীগৰাকীয়ে বিগত ১১ বছৰত ভাৰতৰ ডিজিটেল যাত্ৰাক অসাধাৰণ বুলি অভিহিত কৰে। তেওঁ কয় যে যোৱা দশকত ...

August 1, 2025 11:14 AM

views 24

দেশত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হোৱা নাই বুলি পি আই বিৰ স্পষ্টতা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ঘোষণা কৰা ২৫ শতাংশৰ আমদানী শুল্কৰ বাবে ভাৰতীয় বজাৰসমূহত ছহেজাৰ কোটি ডলাৰৰ লোকচান হোৱা হেঁতু ভাৰতত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে বুলি পাকিস্তানৰ পৰা চলোৱা অপপ্ৰচাৰ চৰকাৰে খাৰিজ কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰ পি আই বিৰ তথ্য পৰীক্ষা গোটে এই দাবীক ব...

August 1, 2025 11:11 AM

views 55

বিহাৰত আজি খচৰা ভোটাৰ তালিকা প্ৰকাশ

নির্বাচন আয়োগে বিশেষ বিস্তৃত সংশোধন উদ্যমৰ অধীনত আজি বিহাৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব। খচৰা ভোটাৰ তালিকা প্রকাশৰ পূৰ্বে দিয়া এটা বাৰ্তাত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেচ কুমাৰে ভোটাৰ তালিকাৰ ভৌতিক আৰু ডিজিটেল প্ৰতিলিপি ৰাজ্যখনৰ ৩৮ খন জিলাত স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলসমূহক প্ৰদান কৰা হ'ব বুলি প্ৰ...

August 1, 2025 11:10 AM

views 41

আজিৰে পৰা বেংকিং সমশোধনী আইন ২০২৫ কাৰ্যকৰী

বেংক ব্যৱস্থাত জমাকাৰী আৰু বিনিয়োগকাৰীৰ বাবে বর্ধিত সুৰক্ষা নিশ্চিত কৰা আৰু বেংকিং খণ্ডত শাসনবিধিৰ মান উন্নত কৰাৰ লক্ষ্যৰে আজিৰে পৰা বেংকিং সমশোধনী আইন ২০২৫ কাৰ্যকৰী হৈছে। বিত্ত মন্ত্রালয়ে কয় যে যোৱা ১৫ এপ্ৰিলত অধিসূচনা জাৰি কৰা এই আইনখনে ৰাজহুৱা খণ্ডৰ বেংকসমূহত নিৰীক্ষণৰ মান উন্নত কৰাৰ লগতে সমবা...

August 1, 2025 11:05 AM

views 14

কাইলৈ বাৰাণসীত প্রধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণৰ সময়ত, প্রধানমন্ত্রী কিষাণ আঁচনিৰ কুৰি সংখ্যক কিস্তি হিচাপে ৯ কোটি ৭০ লাখৰো অধিক খেতিয়কলৈ চাৰে ২০ হাজাৰ কোটি টকা মোকলাই দিব। এই ভ্রমণ কালত শ্রীমোদীয়ে প্ৰায় ২,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰ...

July 31, 2025 8:36 PM

views 29

ঝাৰখণ্ডৰ দেওঘৰৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান প্ৰথম সমাৱৰ্তনত মুখ্য অতিথি হিচাপে শ্ৰীমতী দ্রৌপদী মুৰ্মু উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি এইমছ দেওঘৰক প্ৰতিষ্ঠাৰ ছবছৰৰ ভিতৰত ৫ খন জনজাতীয় গাঁৱত উন্নত প্রাথমিক স্বাস্থ্য যতন আৰু চিকিৎসা সুবিধা সুনিশ্চিত কৰাৰ বাবে প্ৰশংসা কৰিছে। ৰাষ্ট্ৰপতিগৰাকী আজি ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান দেওঘৰৰ প্ৰথম সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উ...

July 31, 2025 8:33 PM

views 30

প্রধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ বাবে মুঠ ৬,৫২০ কোটি টকাৰ অনুমোদন কেন্দ্রীয় মন্ত্রীসভাৰ

কেন্দ্রীয় মন্ত্রীসভাই পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্রীয় আঁচনি প্রধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ বাবে অতিৰিক্ত এহেজাৰ ৯২০ কোটি টকাকে ধৰি মুঠ ছহেজাৰ ৫২০ কোটি টকাৰ অনুমোদন দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে অনুমোদন জনোৱা এই ...

July 31, 2025 1:45 PM

views 10

অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ বনাঞ্চল অবৈধ দখলমুক্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ বনাঞ্চল অবৈধ দখলমুক্ত কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত ৰাজ্যকেইখনত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিবলৈও ন্যায়ালয়ে নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু অৰুণ দে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।