ৰাষ্ট্ৰীয়

August 2, 2025 12:30 PM

views 16

দহি-হাণ্ডি উৎসৱত ভাগ লোৱা ১,৫০,০০০ গোবিন্দৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ বীমাৰ ব্যৱস্থা ঘোষণা

সমাগত গকুলাষ্টমীৰ সময়ত দহি-হাণ্ডি উৎসৱত ভাগ লোৱা এক লাখ ৫০ হাজাৰ গোবিন্দৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে বীমাৰ ব্যৱস্থা ঘোষণা কৰিছে। এই লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে অৰিয়েণ্টেল বীমা কোম্পানীৰ জৰিয়তে ৭৫ টকা হাৰত অংশগ্ৰহণকাৰীৰ বাবে বীমাৰ ব্যৱস্থা কৰা হৈছে। দহি-হাণ্ডি উৎসৱৰ সময়ত মানৱ পিৰামিড ন...

August 2, 2025 12:26 PM

views 29

ভিৰ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক সিদ্ধান্ত ল’ব পৰাকৈ ষ্টেচন সঞ্চালকক কেন্দ্ৰৰ ক্ষমতা প্ৰদান

উৎসৱৰ সময়ত যাত্ৰীৰ যথেষ্ট ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ৭৩টা বৃহৎ ৰে'ল ষ্টেচনৰ, ষ্টেচন সঞ্চালকসকলক ভিৰ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক সিদ্ধান্ত ল'ব পৰাকৈ ক্ষমতা প্ৰদান কৰা হ'ব। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ৰাজ্যসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে জনায়। শ্রীবৈষ্ণৱে কয়, যে ৰে'লৱেই ষ্টেচনসমূ...

August 2, 2025 12:17 PM

views 14

বাৰানসীত প্ৰধানমন্ত্ৰীৰ ২,২০০ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰি প্ৰায় দুহেজাৰ ২০০ কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ তাত এখন জনসভাতো অংশ ল'ব। শ্রীমোদীয়ে বাৰাণসীৰ পৰাই কৃষক কল্যাণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্রধানমন্ত্রী কিষাণ সম্ম...

August 1, 2025 9:17 PM

views 22

প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসী ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ প্ৰায় দুহেজাৰ ২০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সমষ্টিটো ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এখন জনসভাতো ভাষণ দিব। এই অনুষ্ঠানতেই শ্রীমোদীয়ে প্রধা...

August 1, 2025 9:05 PM

views 38

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে। এই নীতি অনুসৰি ধনৰ প্ৰত্যেকবাৰ লেনদেনৰ পূৰ্বে গ্ৰাহকে প্রেৰকৰ নাম জানিব পাৰিব। প্ৰতিটো ইউ পি আই এপে দিনটোত গ্ৰাহকক নিজৰ বেংকত জমাধনৰ সবিশেষ ৫০ বাৰকৈ জনোৱাৰ অনুমতি দিছে। অৱশ্যে ব্যস্ততাপূর্ণ সময়ত ইউ পি আয়ে গ্ৰাহকৰ এই অন...

August 1, 2025 8:59 PM

views 19

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত আছে। আজি পুৱাৰ ভাগত এহেজাৰ ৩৫২গৰাকী তীর্থযাত্ৰীৰ এটা দলে ভাগৱতী নগৰ শিবিৰৰ পৰা অমৰনাথলৈ যাত্ৰা কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই তীর্থযাত্ৰীৰ দলটোত ৪৯২গৰাকী পুৰ...

August 1, 2025 8:38 PM

views 23

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত আজি সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ফলত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। বিদ্যুতৰ শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপিত কৰাৰ পূৰ্বে সাংবাদিকগৰাকীৰ সকলো সম্পত্তি জুইত জা...

August 1, 2025 8:24 PM

views 35

ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সমালোচনা

সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিবাৰে ভাৰত-বিৰোধী মন্তব্য কৰাটো উচিত নহয় বুলিও তেওঁ উল্লেখ কৰে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে কয় যে ৰাহুল গান্ধীৰ এন...

August 1, 2025 8:21 PM

views 26

৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব

নির্বাচন আয়োগে অহা ৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব বুলি আজি ঘোষণা কৰিছে। নির্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই নিৰ্বাচনৰ বাবে অহা ৭ আগষ্টত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব। ২১ আগষ্টৰ ভিতৰত মনোনয়ন পত্র দাখিল কৰিব লাগিব আৰু প্ৰয়োজন হ'লে ৯ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। উ...

August 1, 2025 8:18 PM

views 18

চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছেঃ অনুপ্রিয়া পেটেল

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে জানিবলৈ দিছে যে চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছে। ৰে’ল ষ্টেচনসমূহত জনসাধাৰণ তথা যাত্ৰীসকলৰ বাবে মানসম্পন্ন আৰু ব্যয়সাধ্য ঔষধৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহ মুকলি কৰা হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।