ৰাষ্ট্ৰীয়

August 3, 2025 8:01 PM

views 23

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন কৰা হৈছে। দীনদয়াল কাণ্ডালা বন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে এই প্রকল্পই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শূন্য কার্বন নির্গমন লক্ষ্য পূৰণত সহায় কৰিব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে বন্দৰ কৰ্তৃপক্ষই গ্ৰহণ...

August 3, 2025 7:57 PM

views 14

দিল্লী বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হ’ব

দিল্লী বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। দিল্লী সচিবালয়ে জনোৱা মতে দিল্লী বিধানসভাৰ তৃতীয় সত্ৰ কাইলৈ দুপৰীয়া ২ বজাত আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই সত্ৰৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয়, যে ৰাজধানী দিল্লীৰ বাবে এই সত্ৰই এটা সোণালী অধ্যায় ৰচিব কিয়নো এইবাৰ বিধানসভাৰ কাম-কা...

August 3, 2025 3:38 PM

views 49

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত খনন কাৰ্যৰ সময়ত শিৱলিংগৰ লগতে বহু হিন্দু দেৱ-দেৱীৰ মূৰ্তি খোদিত ফলক উদ্ধাৰ

● জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত খনন কাৰ্যৰ সময়ত শিৱলিংগৰ লগতে বহু হিন্দু দেৱ-দেৱীৰ মূৰ্তি খোদিত ফলক উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে দক্ষিণ কাশ্মীৰ জিলাৰ আশিমোকামৰ চালিয়া অঞ্চলৰ কাৰুকুটনাগত এই মূর্তিসমূহ উদ্ধাৰ কৰা হৈছে। জম্মু-কাশ্মীৰৰ পুৰাতত্ব আৰু সংগ্ৰহালয় বিভাগৰ বিষয়াসকলে অঞ্চলটো পৰিদ...

August 3, 2025 2:37 PM

views 24

ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেছনত পতাকা জোকাৰি ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে'লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰেৱাৰ পৰা পুণে আৰু জববলপুৰৰ পৰা ৰায়পুৰলৈ চলাচল কৰিবলগীয়া আন দুখন ৰে'লগাড়ীৰো যাত্ৰা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰে'লৱেৰ...

August 3, 2025 2:29 PM

views 28

নির্বাচনী প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ত বিষয়া-বি এল অ’ৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি

■ নির্বাচন আয়োগে নির্বাচনী তালিকা প্ৰস্তুতি আৰু পৰ্যালোচনা প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ত বিষয়া-বি এল অ'ৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি কৰাৰ লগতে পর্যবেক্ষকসকলৰ পাৰিতোষিক বৃদ্ধি কৰিছে। নির্বাচনী সংস্থাটোৱে এটা বিবৃতিত জনাইছে যে, দৰমহাৰ সংশোধিত গাঁথনি অনুসৰি বি এল অসকলৰ বাৰ্ষিক পাৰিতোষিক ৬ হাজাৰৰ পৰা ১২...

August 2, 2025 10:51 PM

views 14

নতুন দিল্লীত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ

ৰাজ্যপালৰ অসম প্ৰতিভা উদগণিমূলক আঁচনি ২০২৫ ৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে নতুন দিল্লীত বিনামুলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণৰ বাবে সদৌ অসম ভিত্তিক প্ৰতিভা সন্ধানী পৰীক্ষাৰ যোগেদি ১০ গৰাকী প্ৰাৰ্থীক বাছনি কৰা হ’ব। আগ্রহীসকলে ১০ আগষ্টৰ ভ...

August 2, 2025 8:42 PM

views 29

প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ২০সংখ্যক কিস্তি মুকলি, অসমৰ ২০ লাখৰো অধিক কৃষক উপকৃত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ কুৰি সংখ্যক কিস্তি মোকলাই দিয়ে। এই কিস্তিৰ জৰিয়তে দেশৰ ৯ কোটি ৭০ লাখৰো অধিক কৃষকৰ মাজত ২০ হাজাৰ ৫০০ কোটি টকা বিতৰণ কৰা হয়। ইয়াৰ ভিতৰত অসমৰ ২০ লাখৰো অধিক কৃষকে মুঠ ৪২২ কোটিৰো অধিক ধন লাভ কৰিছে। ডি...

August 2, 2025 8:17 PM

views 29

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীৰ উলুবাৰীত কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধীকৰণৰ নতুন আদালত আৰু কার্যালয় উদ্বোধন

প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি গুৱাহাটীৰ উলুবাৰীৰ কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধিকৰণৰ গুৱাহাটী শাখাৰ নতুন আদালত আৰু কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে ড° সিঙে কয়, যে বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অগ্ৰাধিকাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্...

August 2, 2025 12:47 PM

views 13

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘর্ষ

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ অখাল দেৱছৰ অঞ্চলত কালি সন্ধিয়া সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘর্ষ হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে অখাল দেৱছৰ অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে এই অভিযান চলা...

August 2, 2025 12:39 PM

views 18

লোকসভাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী কীৰ্তি বর্ধন সিঙৰ প্ৰশ্নোত্তৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী কীৰ্তি বর্ধন সিঙে কয়, যে ভাৰত মহাসাগৰীয় খণ্ডৰ দেশসমূহৰ সৈতে ভাৰতৰ শক্তিশালী ৰাজনৈতিক সম্পর্ক আছে আৰু এই দেশসমূহৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সম্পর্কও বৃদ্ধি পাইছে। তেওঁ কয়, যে এই দেশসমূহৰ সৈতে উন্নয়নমূলক প্রকল্প আৰু আন্তঃগাঁথনিমূলক সহযোগিতা বৃদ্ধি পোৱাৰ লগতে সক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।