August 5, 2025 3:21 PM
32
সংসদ ভৱন চৌহদত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত
■ নতুন দিল্লীৰ সংসদ ভৱন চৌহদত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু এন ডি এৰ সাংসদসকল উপস্থিত থাকে। বৈঠকত প্রধানমন্ত্রী মোদীক সাংসদসকলে ...