August 6, 2025 1:42 PM
12
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবার্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবার্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। কৃষি বিজ্ঞান আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত অগ্রণী ব্যক্তি, অধ্যাপক স্বামীনাথনৰ জন্মশতবৰ্ষ উদযাপনৰ লক্ষ্যৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় কৃষি ব...