ৰাষ্ট্ৰীয়

August 7, 2025 12:15 PM

views 25

বিগত ১১ বছৰত ভাৰতে স্বচ্ছ, সঁহাৰিমূলক আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ আৰ্হি গঢি় তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিগত ১১ বছৰত ভাৰতে স্বচ্ছ, সঁহাৰিমূলক আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ আৰ্হি গঢি় তুলিছে। কালি সন্ধিয়া কৰ্তব্য পথত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি শ্ৰীমোদীয়ে কয়, যে ভাৰতক এক সামগ্ৰিক দৃষ্টিভংগীৰে গঢ় দিয়া হৈছে য’ত দেশৰ প্ৰতিটো অঞ্চললৈ উন্নয়ন বিয়পি পৰিছে। তেওঁ কয় ...

August 7, 2025 12:10 PM

views 24

কৈলাশ মানসৰোৱৰ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দলক আৰু আগনবঢ়াৰ বাবে কৰ্তৃপক্ষৰ নিৰ্দেশ

উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ ধৰচুলা বেচ কেম্পত কৈলাশ মানসৰোৱৰ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দলক আৰু আগনবঢ়াৰ বাবে কৰ্তৃপক্ষই নিৰ্দেশ দিছে। প্ৰতিকুল বতৰৰ বাবে অধিক উচ্চতাৰ এটা পথত গধুৰ শিল বাগৰি পৰাৰ পাছত কৰ্তৃপক্ষই এই নিৰ্দেশ জাৰি কৰিছে। তীৰ্থযাত্ৰীৰ এই দলত দেশৰ বিভিন্ন প্ৰান্তৰ ১৪ গৰাকী মহিলাকে ধৰি মুঠ ৪৮ গৰা...

August 7, 2025 12:08 PM

views 21

পুছাত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান- পুছাত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। শ্ৰীমোদীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিয়াৰ লগতে খাদ্য আৰু শান্তিৰ বাবে প্ৰথম এম এছ স্বামীনাথন বঁটাও প্ৰদান কৰে। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে- চিৰ সে...

August 7, 2025 12:01 PM

views 99

শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সভাপতিত্বত নতুন দিল্লীত আজি একাদশ সংখ্যক হস্ততাঁত দিৱস উদযাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত একাদশ সংখ্যক হস্ততাঁত দিৱস উদযাপনৰ কাৰ্যসূচীত সভাপতিত্ব কৰিব। বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ভাৰতৰ হস্ততাঁত খণ্ড আৰু গ্ৰাম্য অৰ্থনীতি তথা সাংস্কৃতি পৰিচয়ৰ প্ৰতি ইয়াৰ অৱদানক সন্মান জনোৱা। সমগ্ৰ দেশৰ প্ৰায় ৬৫০ গৰাকী শিপ...

August 6, 2025 8:25 PM

views 16

ডাৱৰ বিস্ফোৰণ হোৱা এলেকা পৰিদৰ্শন মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ

উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাৰ ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত ধাৰালি অঞ্চলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহে ক্ষিপ্ৰ গতিত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে আজি অঞ্চলটো পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে। তেওঁ লগতে আহত লোকসকলক উপযুক্ত চিকিৎ...

August 6, 2025 8:22 PM

views 11

ৰাজ্যসভাত সমুদ্র পথেৰে সামগ্ৰী পৰিবহন বিধেয়ক ২০২৫ অনুমোদন

ৰাজ্যসভাই আজি সমুদ্র পথেৰে সামগ্ৰী পৰিবহন বিধেয়ক ২০২৫ অনুমোদন জনোৱাৰ লগে লগে বিধেয়কখন সংসদত গৃহীত হয়। লোকসভাত ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে। এই বিধেয়কখনে সমুদ্র পথেৰে ভাৰতীয় সামগ্ৰী পৰিবহন আইন ১৯২৫ৰ স্থান লব। আইনখনৰ জৰিয়তে কোনো বন্দৰৰ পৰা সামগ্ৰী লৈ যোৱাৰ সময়ত ইয়াৰ দায়িত্ব, অধিকাৰ, দায়বদ্ধ...

August 6, 2025 8:18 PM

views 20

সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত

বিৰোধী পক্ষ্যৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে সদনৰ মজিয়ালৈ গৈ বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টোক লৈ আলোচনাৰ দাবী উত্থ...

August 6, 2025 8:16 PM

views 13

নতুন দিল্লীৰ কৰ্তব্য পথত তৃতীয় কৰ্তব্য ভৱন মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত তৃতীয় কৰ্তব্য ভৱন মুকলি কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে লগতে নতুন ভৱনটো পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে প্ৰতিগৰাকী লোকক সেৱা প্ৰদান কৰাৰ বাবে এই ভৱনটোৱে কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতা আৰু নিৰৱচ্ছিন্...

August 6, 2025 1:49 PM

views 15

ভাৰত-ফিলিপাইনছৰ অংশীদাৰিত্ব দুয়োখন দেশৰ জনসাধাৰণৰ বাবে লাভদায়ক, শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ আধাৰঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে ভাৰত-ফিলিপাইনছৰ অংশীদাৰিত্ব কেৱল দুয়োখন দেশৰ জনসাধাৰণৰ বাবে লাভদায়ক নহয়, বৰং এয়া হৈছে এই খণ্ডৰ শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ আধাৰ। ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুএলডেজ মার্কোছ জুনিয়ৰৰ প্ৰথম ভাৰত ভ্ৰমণক স্বাগমত জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয...

August 6, 2025 1:45 PM

views 18

উত্তৰ কাশীৰ ধাৰালিত বানত আবদ্ধ লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত, ২০ জনৰো অধিক লোকক নিৰাপদে উদ্ধাৰ

উত্তৰ কাশীৰ ধাৰালিত ডাৱৰ বিস্ফোৰণত ফলত হোৱা আকস্মিক বানত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰৰ বাবে সেনা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, ২০ জনৰো অধিক লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। আনহাতে আহতসকলক হর্শিলত থকা সেনাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে । উত্তৰাখণ্ডত ক্ষীৰ গংগা নৈৰ অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।