ৰাষ্ট্ৰীয়

January 7, 2026 10:23 PM

views 13

মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত বেডমিণ্টন তাৰকা পি ভি সিন্ধু

বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ অপেনিং ৰাউণ্ডত চীনা টাইপেইৰ চাং ছুঅ' য়ুনক ২১-১৩, ২২-২০ পোনপটীয়া চেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্রবেশ কৰে। দ্বিতীয় ৰাউণ্ডত সিন্ধুৱে জাপানৰ টমকা মিয়াজাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পূৰ্বৰ বিশ্ব ...

January 7, 2026 10:19 PM

views 6

ছত্তিশগড়ৰ ছুকমা জিলাত ২৬জন নক্সালবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ ছুকমা জিলাত আজি ২৬জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে। ইয়াৰে ১৩জন নক্সালবাদীৰ শিৰৰ মূল্য ৬৫ লাখ টকা আছিল। ছুকমা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ চাৱনে প্ৰকাশ কৰা মতে পুনা মার্জেম পুনর্বাস পদক্ষেপৰ অধীনত ৭গৰাকী মহিলাকে ধৰি নক্সালবাদীৰ দলটোৱে শীৰ্ষ আৰক্ষী বিষয়া আৰু চি আৰ পি এফৰ বিষয়াৰ সন্মুখত আত্মস...

January 7, 2026 10:08 PM

views 12

সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ’ খণ্ডন চৰকাৰৰ

চৰকাৰে সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ' খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য অনুসন্ধান গোটে এই ভিডিঅ'টোক এ-আইৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ' বুলি উল্লেখ কৰিছে। বিত্ত মন্ত্ৰীগৰাকীয়ে এনে কোনো আঁচনি প্ৰচাৰ কৰা নাই বুলি তথ্য অনুসন্ধান গোটে স্...

January 7, 2026 10:06 PM

views 10

নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল এছ কে সিনহাৰ জন্মশতবাৰ্ষিকীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধাঞ্জলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল এছ কে সিনহাৰ জন্মশতবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। লেফটেনেণ্ট জেনেৰেল এছ কে সিনহা স্মাৰক বক্তব্যত ভার্চুৱেল ব্যৱস্থাৰে অংশ লৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জেনেৰেল সিন্হাৰ ঐতিহ্যৰ প্ৰশংসা কৰি সকলোকে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ'...

January 7, 2026 10:04 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰি সোমনাথ স্বাভিমান পর্বত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰি সোমনাথ স্বাভিমান পর্বত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে সোমনাথ মন্দিৰত হোৱা প্ৰথমটো আক্ৰমণৰ হাজাৰ বছৰৰ স্মৃতি ৰোমন্থন কৰি ২০২৬ বৰ্ষত বছেৰেকীয়াভাৱে উদযাপন কৰাকৈ বহুবোৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ভাৰতৰ পাৰম্পৰিক ভক্তি ভাৱ, সংস্কৃত...

January 7, 2026 10:01 PM

views 10

বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত ভাৰত

ভাৰত বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে বুলি পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাড়কাৰিয়ে প্ৰকাশ কৰিছে। বিটুমিন হৈছে খাৰুৱা তেলৰ পৰা বিভাজন কৰি প্ৰস্তুত কৰা হাইড্ৰ'কাৰ্বনৰ ক'লা ৰঙৰ ডাঠ মিশ্রণ, যাক পথ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। নতুন দিল্লীত...

January 7, 2026 9:59 PM

views 8

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে দেশ দুখনৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনযোগে বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৰ সৈতে টেলিফোনযোগে কথা পাতি দুয়োখন দেশৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই গণতান্ত্রিক মূল্যবোধ, গভীৰ পাৰস্পৰিক বিশ্বাস আৰু দূৰদৰ্শী দৃষ্টিভংগীকে ধৰি ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদা...

January 7, 2026 8:51 PM

views 21

অহা ১৩ জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ’ব ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্রফী

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্রফী অহা ১৩ জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ'ব। ক্রীড়া মন্ত্রী নন্দিতা গালোচাই আজি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে । ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিশ্বকাপৰ ট্রফি আদৰণি জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লোক কৃষ্টি সংস্কৃতিৰে বিশ্বকাপৰ টুফি ...

January 7, 2026 8:18 PM

views 9

প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান; মুখ্যমন্ত্ৰীৰ লগতে বিভিন্নজনৰ শোকপ্ৰকাশ

প্রাক্তন কেন্দ্রীয় মন্ত্রী কবিন্দ্ৰ পুৰকায়স্থৰ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। ৯৫ বছৰ বয়সত মৃত্যু হোৱা প্ৰয়াত পুৰকায়স্থ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৩১ চনৰ ১৫ ডিচেম্বৰত অবিভক্ত অসমৰ শ্ৰীহট্ট জিলাৰ কমাৰশালত জন্মগ্ৰহণ কৰা পুৰকায়স্থৰ পৰিয়ালে পৰৱৰ্তী কা...

January 7, 2026 1:02 PM

views 15

অর্থনৈতিক পৰিক্ৰমা বিভাগৰ তিনি বছৰীয়া ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব প্ৰকল্পৰ পাইপলাইন যুগুত

কেন্দ্রীয় বাজেট ২০২৫-২৬ত কৰা ঘোষণাসমূহ কাৰ্যকৰীকৰণৰ প্ৰতি লক্ষ্য ৰাখি অর্থনৈতিক পৰিক্ৰমা বিভাগে তিনি বছৰীয়া ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, পিপিপি প্ৰকল্পৰ পাইপলাইন যুগুত কৰিছে। বিত্ত মন্ত্ৰালয়ে কয় যে, এই প্রকল্প পাইপলাইনত কেন্দ্ৰীয় আন্তঃগাঁথনি মন্ত্ৰালয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৮...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।