ৰাষ্ট্ৰীয়

August 9, 2025 11:58 AM

views 41

এছিয়া মহাদেশৰ আটাইতৈক দীঘল ৰে’ল ৰুদ্ৰাষ্ট্ৰৰ পূৰ্ব পৰীক্ষণ সফলতাৰে সম্পন্ন

৪ দশমিক ৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ মালবাহী ৰে'ল ৰুদ্ৰাষ্ট্ৰৰ পূৰ্ব পৰীক্ষণৰ যোগেৰে ভাৰতীয় ৰে'লৱেই সফলতাৰ অন্য মাত্ৰা লাভ কৰিছে। এই ৰে'লখনে ঘণ্টাত  ৪০ দশমিক  ৫.০ কিল'মিটাৰ গতিবেগেৰে৫ ঘণ্টা ১০ মিনিটত উত্তৰ প্ৰদেশৰ চান্দউলিৰ গাঞ্জখাউজা ৰে'ল ষ্টেচনৰ পৰা ঝাৰখণ্ডৰ গাৰৱালৈকে ২০৯ কিল'মিটাৰ পথ সামৰি লৈছে। মণ্ডল ৰে...

August 9, 2025 11:56 AM

views 15

স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত বিভিন্ন ৰাজ্যৰ এখন সমন্বয় বৈঠক অনুষ্ঠিত

স্বাধীনতা দিৱসৰ পূৰ্বে বিভিন্ন আইন বলৱৎকাৰী সংস্থাসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে  কালি নতুন দিল্লীত বিভিন্ন ৰাজ্যৰ এখন সমন্বয় বৈঠক অনুষ্ঠিত হয়। দিল্লীৰ আৰক্ষী আয়ুক্ত এছ বি কে সিঙে অধ্যক্ষতা কৰা এই বৈঠকত হাৰিয়ানা, পাঞ্জাৱ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড, বি...

August 9, 2025 11:54 AM

views 13

কিছু স্থানীয় কাৰকৰ বাবে সমগ্ৰ দেশতে বিলাহীৰ মূল্য বৃদ্ধি

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে কিছু স্থানীয় কাৰকৰ বাবে সমগ্ৰ দেশতে বিলাহীৰ মূল্য বৃদ্ধি হৈছে৷ বিভিন্ন মাধ্যমত প্ৰকাশ হোৱাৰ দৰে চাহিদা-যোগানৰ ভাৰসাম্যহীনতা অথবা উৎপাদন হ্ৰাস হোৱাৰ বাবে বিলাহীৰ মূল্য বৃদ্ধি হোৱা নাই৷ বিভাগে জনোৱা মতে, জুলাইৰ শেষ সপ্তাহৰ পৰা দেশৰ ...

August 9, 2025 11:47 AM

views 25

আকাশবাণীৰ মন কি বাত অনুষ্ঠানৰ বৰ্তমানলৈকে ৩৪ কোটি টকাৰো অধিক ৰাজহ সৃষ্টি

আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানে ইয়াৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে ৩৪ কোটি টকাৰো অধিক ৰাজহ সৃষ্টি কৰিছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে কালি ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰতিমাহে প্ৰচাৰ হোৱা মন কি বাতৰ  ...

August 9, 2025 11:46 AM

views 12

ৰাখীবন্ধন উপলক্ষে জনসাধাৰণলৈ শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

 সমগ্ৰ দেশজুৰি আজি ভাতৃ আৰু ভগ্নীৰ মাজৰ বিশেষ বান্ধোনৰ উৎসৱ ৰাখীবন্ধন উদযাপন কৰা হৈছে। এই দিনটো ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰে। ভাতৃসকলেও তেওঁলোকৰ ভগ্নীৰ সুৰক্ষাৰ পণ লোৱাৰ লগতে উপহাৰ দিয়ে।   ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাখীবন্ধন উপলক্ষে জ...

August 9, 2025 11:44 AM

views 35

উজ্জ্বলা যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ ৰাজসাহায্যৰ বাবে ১২ হাজাৰ কোটি টকাত অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ ৰাজসাহায্যৰ বাবে ১২ হাজাৰ কোটি টকাত অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত এ...

August 8, 2025 8:36 PM

views 18

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰ ভ্ৰমণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিহাৰত নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণৰ বিৰোধিতা কৰা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদব  আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। বিহাৰৰ সীতামাৰ্হীৰ পুনৌৰাধামত এখন ৰাজহুৱা সভাত ভাষণ দি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়  যে ভোটাৰ ত...

August 8, 2025 8:33 PM

views 14

ৰাখীবন্ধন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰোপদী মুৰ্মুৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰোপদী মুৰ্মুৱে কাইলৈ ৰাখীবন্ধন উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পৱিত্ৰ ৰাখীবন্ধনে ভাতৃ আৰু ভগ্নীসকলৰ মাজত স্নেহ আৰু বিশ্বাসৰ অনন্য বান্ধোনক প্ৰতিফলিত কৰে। তেওঁ কয় যে এই উত্সৱে সমাজৰ বাবে সমন্বয় আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰে। শ্ৰীমতী মুৰ...

August 8, 2025 8:30 PM

views 14

বিৰোধীৰ হুলস্থূলীয়া পৰিবেশৰ বাবে সংসদৰ উভয় সদন স্থগিত

বিৰোধী দলসমূহে বিভিন্ন বিষয় লৈ হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰাত দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা আজি স্থগিত ৰখা হয়। বিয়লি ৩ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী দলৰ সাংসদসকলে সদনৰ মজিয়ালৈ গৈ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টোক লৈ বিভিন্ন শ্লোগান দিয়ে। সেই সময়ত সদনৰ দায়িত্বত থকা সদস্যগৰাকীয়ে বিৰোধী...

August 8, 2025 5:09 PM

views 36

কৃত্রিম বুদ্ধিমত্তাই মানৱ সমাজক দ্ৰুত গতিত আগুৱাই নিব

কৃত্রিম বুদ্ধিমত্তা হব ভৱিষ্যতৰ যুগদ্ৰষ্টা আৰু ই ভৱিষ্যতৰ পৃথিৱী নিয়ন্ত্ৰণ কৰিব। লগতে কৃত্রিম বুদ্ধিমত্তাই মানৱ সমাজক দ্ৰুত গতিত আগুৱাই নিব। সেয়েহে ভাৰত চৰকাৰে কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত অধিক গুৰুত্ব দিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাতকাৰে কালি আমিনগাঁৱৰ টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।