ৰাষ্ট্ৰীয়

August 13, 2025 9:59 PM

views 15

কমনৱেলথ গেমছ ২০৩০ আয়োজনৰ বাবে ভাৰতৰ নিবিদাত ভাৰতীয় অলিম্পিক সন্থাৰ অনুমোদন

দিল্লীত আয়োজিত বিশেষ সাধাৰণ বৈঠকত ভাৰতীয় অলিম্পিক সন্থাই আজি কমনৱেলথ গেমছ ২০৩০ৰ আয়োজনৰ বাবে ভাৰতৰ নিবিদাত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। ভাৰতে এতিয়া ৩১ আগষ্টৰ সময়সীমাৰ পূৰ্বে অন্তিম নিবিদাৰ বাবে ইয়াৰ প্ৰস্তাৱ দাখিল কৰিব। ২০৩০ চনত কমনৱেলথ গেমছৰ ২০ বছৰ সম্পূৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতত ২০১০ চনত প...

August 13, 2025 9:58 PM

views 16

স্কুল অব আল্টিমেট লীডাৰশ্বিপ ফাউণ্ডেচনৰ সৈতে যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ বুজিবুজিৰ চুক্তি

যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ মাই ভাৰত পদক্ষেপৰ অধীনত জ্ঞান বিনিময়, সামর্থ্য নিৰ্মাণ আৰু যুৱ নেতৃত্বৰ বিকাশত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে স্কুল অব আল্টিমেট লীডাৰশ্বিপ ফাউণ্ডেশ্যনৰ সৈতে আজি এখন বুজিবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। অহা মাহৰ পৰা এই বুজাবুজিৰ চুক্তি কাৰ্যকৰী হ'ব। ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ ১৮ৰ...

August 13, 2025 9:56 PM

views 13

দেশৰ ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২১০ গৰাকী পঞ্চায়ত নেতাই নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব

সমগ্ৰ দেশৰ ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২১০ গৰাকী পঞ্চায়ত নেতাই অহা ১৫ আগষ্টত নতুন দিল্লীত হ'বলগীয়া স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিতসকলৰ ভিতৰত উন্নত আন্তঃগাঁথনি, উন্নত ৰাজহুৱা সেৱা আৰু সৰ্বাত্মক সমুদায় উদ্যমৰ লেখীয়া ...

August 13, 2025 9:55 PM

views 9

নতুন দিল্লীত ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ তৃতীয়লানি বৈঠক

ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ তৃতীয়লানি বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে নেতৃত্ব দিয়া এই বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে। বৈঠকত ছিংগা...

August 13, 2025 9:45 PM

views 25

আকাশবাণীত অহা ৩১ আগষ্টত প্ৰধানমন্ত্ৰীৰ ১২৫সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব মন কী বাত অনুষ্ঠানৰ ১২৫ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০-১১-৭৮০০ ট'ল ফ্ৰী নম্বৰ ফোন কৰি তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। জনসাধাৰণে লগতে নৰেন্দ্ৰ মোদী এপ অথবা ...

August 13, 2025 12:20 PM

views 24

আগৰতলাৰ প্ৰজ্ঞা ভৱনত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস আয়োজন

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিভাৱকসকলে সন্তানক বিশেষ গুৰুত্ব দিব লাগে। ত্ৰিপুৰা ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আগৰতলাৰ প্ৰজ্ঞা ভৱনত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত ভাষণ দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই কালি এইদৰে প্ৰকাশ কৰে। এইচ আই ভি তথা এইডছৰ বি...

August 13, 2025 12:16 PM

views 23

নিৰ্বাচন আয়োগৰ সৈতে এন চি পিৰ এটা প্ৰতিনিধি দলৰ মত বিনিময়

নতুন দিল্লীত কালি এন চি পিৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ সৈতে মত বিনিময় কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ তথা নিৰ্বাচন আয়ুক্তদ্বয় ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে এন চি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ব্ৰীজমোহন শ্ৰীবাস্তৱৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সৈতে মত-বিনিময় কৰে। উল্লেখযোগ্য...

August 13, 2025 12:14 PM

views 14

বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন

দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে বৈদেশিক চাপৰ পৰিপ্ৰেক্ষিততো বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত কালি কৃষক সংগঠনৰ নেতা আৰু কৃষকৰ এটা বৃহৎ দলে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিংহ চৌহানৰ সৈতে বৈঠকত মিলি...

August 13, 2025 12:12 PM

views 16

ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী তথা বহুমুখী সম্পৰ্ক আছে আৰু এই সংযোগ হৈছে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল চাবি-কাঠি – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী তথা বহুমুখী সম্পৰ্ক আছে আৰু এই সংযোগ হৈছে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল চাবি-কাঠি। মুম্বাইত কালি সেউজ আৰু ডিজিটেল মেৰিটাইম কৰিডৰ কাৰ্যসূচীৰ এটা ভিডিঅ’ বাৰ্তাত শ্ৰীসোণোৱালে কয়, যে প্ৰধানমন্ত্ৰী ন...

August 13, 2025 12:05 PM

views 17

নতুন দিল্লীত আজি ভাৰত-ছিংগাপুৰ মন্ত্ৰীসভাৰ তৃতীয়লানি ঘূৰণীয়া মেজমেল

 নতুন দিল্লীত আজি ভাৰত-ছিংগাপুৰ মন্ত্ৰীসভাৰ তৃতীয়লানি ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰ, নিৰ্মলা সীতাৰমণ, অশ্বিনী বৈষ্ণৱ আৰু পিয়ুষ গোৱেলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈদেশিক মন্ত্ৰালয়ে জনাইছে যে, ছিংগাপুৰৰ উপ প্ৰধানমন্ত্ৰী গন কীম য়ং আৰু বিদেশমন্ত্ৰী যোছে ফাইন টিঅ’ও এই বৈঠকত অংশ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।