ৰাষ্ট্ৰীয়

August 15, 2025 8:06 PM

views 19

লালকিল্লাত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত প্রধানমন্ত্ৰীৰ ভাষণ

ভাৰতে এতিয়াৰে পৰা তেজ আৰু পানী একেলগে ববলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে বুলি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। দিল্লীৰ ঐতিহাসিক লালকিল্লাত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্রী মোদীয়ে কয় যে সিন্ধু চুক্তি অন্যায় আছিল বুলি দেশবাসীয়ে এতি...

August 15, 2025 12:47 PM

views 9

আৰক্ষী, অগ্নিনির্বাপণ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ ১,০৯০গৰাকী কৰ্মীলৈ ৰাষ্ট্ৰপতিৰ পদক

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। এই বছৰ আৰক্ষী, অগ্নি নির্বাপন, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ মুঠ এহেজাৰ ৯০ গৰাকী কৰ্মীলৈ এই পদক আগবঢ়োৱা হৈছে। অসমৰ ১৭ গৰাকী আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ উৎকৃষ্ট সেৱাৰ বাবে ৰা...

August 15, 2025 12:35 PM

views 12

দেশত আজি ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন; লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

সমগ্ৰ ৰাষ্ট্ৰই আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ১০৫ মিনিট জোৰা দীঘলীয়া ভাষণ দিয়ে। এই ভাষণে তেওঁৰ যোৱা বছৰৰ ৯৮ মিনিট জোৰা স্বাধীনতা দিৱসৰ ভাষণৰ অভিলেখ ভংগ কৰে। শ্ৰীমোদীয়ে ভাষণৰ আৰম্ভণিতে অপাৰেচন সিন্দ...

August 15, 2025 9:23 AM

views 23

দেশত আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

সমগ্র দেশে আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ দৃষ্টিভংগীৰ দিশে দেশ ধাৱমান হোৱাৰ সময়ত উদযাপিত এইবাৰৰ স্বাধীনতা দিৱসৰ ...

August 15, 2025 9:18 AM

views 14

ভাৰত ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থব্যৱস্থা হোৱাৰ দিশে ধাৱমান হৈছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ভাৰত ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থব্যৱস্থা হোৱাৰ দিশে ধাৱমান হৈছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণত শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সামাজিক খণ্ডৰ উদ্যমৰ লগতে সৰ্বাংগীন অর্থনৈতিক বিকাশৰ বাব...

August 14, 2025 8:34 PM

views 25

জম্মু-কাশ্মীৰৰ হোৱা ডাৱৰ বিস্ফোৰণত কমেও ১০ জন লোক নিহত হোৱাৰ আশংকা

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ পাৰ অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণত কমেও ১০ জন লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে ডাৱৰ বিস্ফোৰণৰ ঘটনাটো চৌশিতী নামৰ গাঁওখনত সংঘটিত হৈছে। মাছাইল মাতা যাত্ৰাত অংশগ্ৰহণ কৰা তীর্থযাত্ৰীসকলে এই চৌশিতী গাঁৱলৈ গাড়ী-মটৰেৰে যাত্ৰা কৰে। এই ডাৱৰ বিস্ফ...

August 14, 2025 8:32 PM

views 19

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পন্ন কৰাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ অভিযোগ

নিৰ্বাচন আয়োগে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পন্ন কৰাক লৈ কংগ্ৰেছে দ্বৈত স্থিতি গ্ৰহণ কৰা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা গজেন্দ্ৰ সিং শেখাৱতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাংবিধানিক সংস্থ...

August 14, 2025 8:31 PM

views 33

লালকিল্লাৰ প্ৰাচীৰত কাইলৈ প্রধানমন্ত্ৰীৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন

সমগ্র দেশে কাইলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ দৃষ্টিভংগীৰ দিশে দেশ ধাৱমান হোৱাৰ সময়ত উদযাপিত এইবাৰৰ ...

August 14, 2025 8:30 PM

views 29

স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া সমগ্ৰ দেশবাসীক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা জ্ঞাপন

স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস প্ৰতিগৰাকী ভাৰতীয়ই উৎসাহ-উদ্দীপনাৰে পালন কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। এই বিশেষ দিনকেইটাই আমাক ভাৰতীয় হোৱাৰ গৌৰৱক সোঁৱৰাই দিয়ে। স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া দেশবাসীক উদ্দেশি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সমগ্র দেশবাসীক শুভেচ্ছা জনাই এইদৰে...

August 14, 2025 6:38 PM

views 78

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। এই বছৰ আৰক্ষী, অগ্নি নির্বাপন, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ মুঠ এহেজাৰ ৯০ গৰাকী কৰ্মীলৈ এই পদক আগবঢ়োৱা হৈছে। এই পদক লাভ কৰাসকলৰ ভিতৰত অসমৰ ১৭ গৰাকী আৰক্ষী কৰ্মী আছে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ উৎকৃষ্ট সেৱাৰ ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।