ৰাষ্ট্ৰীয়

August 16, 2025 6:15 PM

views 15

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাৱৰ বিস্ফোৰণ প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত অব্যাহত

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাৱৰ বিস্ফোৰণ প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত চলি আছে। সেনবাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় প্রশাসনে উদ্ধাৰ অভিযানত সহায় কৰিছে। জম্মু আৰু উধমপুৰত প্ৰয়োজন সাপেক্ষে উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব প...

August 16, 2025 6:02 PM

views 19

বাজপেয়ীৰ সপ্তম মৃত্যু বার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাৰে স্মৰণ

প্রাক্তন প্রধানমন্ত্রী, ভাৰতৰত্ন সন্মানেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ সপ্তম মৃত্যু বার্ষিকীত আজি সমগ্ৰ ৰাষ্ট্ৰই প্ৰয়াত নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। প্ৰসিদ্ধ নেতাগৰাকীয়ে ২০১৮ চনত শেষ নিশ্বাস ত্যাগ কৰিছিল। অটল বিহাৰী বাজপেয়ীয়ে তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। ১৯৯৬ চনত তেওঁ প্ৰথম ...

August 16, 2025 5:53 PM

views 64

কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত প্রায় ১১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত প্রায় ১১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পৰ ভিতৰত দ্বাৰকা এক্সপ্ৰেছৱে'ৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পৰ্যায় আছে। প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে যোগাযোগ ...

August 16, 2025 5:31 PM

views 18

ৰাষ্ট্ৰপতি ভৱন চৌহদত গুলঞ্চ বাগিচা, বট বৃক্ষ নিকুঞ্জ আৰু কল্লোলিত নিজৰা উদ্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰে আজি ৰাষ্ট্ৰপতি ভৱন চৌহদত গুলঞ্চ বাগিচা, বট বৃক্ষ নিকুঞ্জ আৰু কল্লোলিত নিজৰা উদ্বোধন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতি মুৰ্মুৱে গুলঞ্চ বাগিচা, বৃক্ষ নিকুঞ্জ আৰু কল্লোলিত নিজৰা অমৃত উদ্যানত সংযোজিত হোৱা বুলি প্ৰকাশ কৰে। অমৃত উদ্যান ১৪ ছেপ্তেম্বৰলৈ সাধাৰণ ৰাইজৰ বাবে...

August 16, 2025 11:20 AM

views 12

জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লৈ বৃদ্ধি

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ পাড্ডাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লৈ বৃদ্ধি পাইছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই দুৰ্ঘটনাত ১০০ জনৰো অধিক লোক আহত হৈছে। অঞ্চলটোত বহুসংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে। অঞ্চলটোত মাটি আৰু ধ্বংসস্তূপৰ মাজত বন্দী হৈ ৰোৱা বহু সংখ্যক লোকৰ ...

August 16, 2025 11:17 AM

views 15

নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশন দেহাৱসান

নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ কালি সন্ধিয়া চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ। জ্যেষ্ঠ বিজেপি নেতা লা গণেশনক ২০২৩ চনৰ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছিল । ইয়াৰ পূৰ্বে তেওঁ মণিপুৰৰ ৰাজ্যপাল আৰু পশ্চিমবংগৰ অতিৰিক্ত ৰাজ্যপাল হিচাপে কাৰ্যন...

August 16, 2025 11:15 AM

views 14

ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ অন্বেষণ সন্দৰ্ভত দিয়া বিবৃতিৰ প্ৰশংসা বেলুচ মানৱ অধিকাৰ কৰ্মী মীৰ য়াৰ বেলুচৰ

বিশিষ্ট বেলুচ মানৱ অধিকাৰ কৰ্মী মীৰ য়াৰ বেলুচে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে কালি লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ অধীনত ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ অন্বেষণ সন্দৰ্ভত দিয়া বিবৃতিৰ প্ৰশংসা কৰিছে। প্ৰধানমন্ত্রী মোদীয়ে তেওঁৰ...

August 16, 2025 11:08 AM

views 15

ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা

বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি ভাৰত চৰকাৰ তথা জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাই ভাৰতৰ প্ৰগতি আৰু গোলকীয় পৰ্যায়ত...

August 15, 2025 8:13 PM

views 30

দেশৰ কৃষকসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ এটা মত-বিনিময়

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ভাৰতে কৃষকসকলৰ স্বাৰ্থত আঘাত হানিব পৰা কোনো বিষয়ক লৈ আন দেশৰ সৈতে কোনো ধৰণৰ চুক্তিত স্বাক্ষৰ নকৰে। নতুন দিল্লীত আজি দেশৰ কৃষকসকলৰ সৈতে হোৱা এটা মত-বিনিময়ত শ্রীচৌহানে কয় যে এনে চুক্তিয়ে দুয়োপক্ষক সমানেই লাভান্বিত কৰিব লাগিব। তেওঁ কয় যে কৃষক...

August 15, 2025 8:10 PM

views 29

দেশত জিএছটিৰ অগ্ৰগতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকপাত

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনত কাৰ্যকৰী হোৱা সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জিএছটিয়ে দেশৰ অগ্ৰগতিত আগবঢ়োৱা অৱদান সন্দৰ্ভত আলোকপাত কৰে। সাধাৰণ জনতা, কৃষক, মধ্যবিত্ত শ্ৰেণীৰ লোক আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে জিএছটিয়ে সকাহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।