August 16, 2025 8:37 PM
42
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণ মৰ্মে নেতাগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণৰ সময়ছোৱাত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্ত বিষয় বন্দৰ্ভত ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ২৪ সংখ্যক বিশেষ প্রতিনিধি আলোচনা ব...