ৰাষ্ট্ৰীয়

August 17, 2025 7:59 PM

views 36

দিল্লীত ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থা ৰাখি ভাৰতীয় লোকসকলক দেশত নির্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি এইসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে দেশে চক্ৰ...

August 17, 2025 1:49 PM

views 13

নতুন দিল্লীত দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প উদ্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্রায় ১১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প উদ্বোধন কৰে। এই প্ৰকল্পৰ ভিতৰত দ্বাৰকা এক্সপ্ৰেছৱে'ৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পর্যায় আছে। প্রধানমন্ত্রীয়ে কালি সামাজিক মাধ্যমযোগে কয়, যে ৰাষ্ট্ৰীয় ...

August 17, 2025 1:48 PM

views 10

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ তুলনাত ৪৭ শতাংশৰো অধিক বৃদ্ধিঃ কেন্দ্ৰীয় পীয়ুষ গোৱেল

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ দেশৰ বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৪৭ শতাংশৰো অধিক বৃদ্ধি পাইছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। শ্রী গোৱেলে কালি সামাজিক মাধ্যমযোগে কয়, যে মেক ইন ইণ্ডিয়া অভিযানৰ সাফল্যৰ বাবে যোৱা দশকত বৈদ্যুতিন সাম...

August 17, 2025 1:47 PM

views 10

মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অর্পণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে, যে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত শ্ৰী ভাল্লাক মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হ...

August 17, 2025 1:46 PM

views 16

পাকিস্তানৰ উত্তৰ প্ৰান্তত আকস্মিক বান-ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫০লৈ বৃদ্ধি

পাকিস্তানৰ উত্তৰ প্ৰান্তত আকস্মিক বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫০লৈ বৃদ্ধি পাইছে। দেশখনত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্রাধিকৰণে উত্তৰ প্ৰান্তৰ খাইবাৰ পাখটুনখৱা প্ৰদেশত ৩২৪ আৰু বুনেৰ জিলাত ২০০জনৰো অধিক লোকে প্ৰাণ হেৰুওৱা বুলি কালি প্ৰকাশ কৰে। প্ৰাদেশিক চৰকাৰে আকস্মিক বান আৰু ভূমিস্খ...

August 17, 2025 1:44 PM

views 8

আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানৰ নায়ক, গ্রুপ কেপ্তেইন শুভাংশু শুক্লাক দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি

ভাৰতলৈ উভতি অহা আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানৰ নায়ক, গ্রুপ কেপ্তেইন শুভাংশু শুক্লাক আজি নিচেই পুৱাতে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়৷ কেন্দ্রীয় মন্ত্রী ড০ জীতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনে বিমানবন্দৰত আদৰণি জনায়। মহাকাশচাৰী শুভাং...

August 17, 2025 1:43 PM

views 11

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণ মৰ্মে নেতাগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণৰ সময়ছোৱাত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্ত বিষয় বন্দৰ্ভত ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ২৪ সংখ্যক বিশেষ প্রতিনিধি আলোচনা বৈ...

August 16, 2025 8:54 PM

views 44

শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকা-ৰাছিয়া উভয় দেশৰ নেতৃত্বক প্রশংসা ভাৰতৰ

ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলাস্কাত অনুষ্ঠিত বৈঠকক আদৰণি জনাইছে আৰু কৈছে যে, শান্তি প্ৰতিষ্ঠাৰ বাবে উভয় দেশৰ নেতৃত্ব প্রশংসনীয়। বৈদেশিক মন্ত্ৰালয়ে বৈঠকত হোৱা আলোচনাৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু কয়, যে কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে শান...

August 16, 2025 8:49 PM

views 29

দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে দুয়োজন নেতাৰ মাজত বাণিজ্য, উৎপাদন, সামুদ্রিক উন্নয়ন আৰু জনকল্যাণৰ বাবে সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷...

August 16, 2025 8:41 PM

views 42

কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ বিদেশ সচিব বিক্রম মিশ্রি

বিদেশ সচিব বিক্রম মিশ্রিয়ে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ যাব। নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণ মর্মে শ্রী মিশ্রি দেশখনলৈ যাব। ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিৰ সম্ভাব্য নেপাল ভ্ৰণৰ পূৰ্বে সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত উভয় দেশৰ সীমান্ত সুৰক্ষা, ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।