ৰাষ্ট্ৰীয়

January 9, 2026 8:20 PM

views 7

আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰতৰ উমৈহতীয়াভাৱে সুবিধাজনক বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত দুয়োখন দেশে উমৈহতীয়াভাৱে সুবিধাজনক বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰা বুলি সদৰি কৰিছে। আজি বিয়লি নতুন দিল্লীত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে বিগত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক বাণিজ্য...

January 9, 2026 8:17 PM

views 11

জ্যোতির্লিংগ সোমনাথত চাৰিদিনীয়া কাৰ্যসূচীৰে সোমনাথ স্বাভিমান পর্ব

জ্যোতির্লিংগ সোমনাথত চাৰিদিনীয়া কাৰ্যসূচীৰে সোমনাথ স্বাভিমান পর্ব অব্যাহত থকা উপলক্ষে পৱিত্ৰ চহৰখন ঐশ্বৰিক ভাৱনাৰে মুখৰ হৈ উঠিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। এই কাৰ্যসূচীয়ে সমগ্র অঞ্চলটোতে আধ্যাত্মিক ভাৱনা তথা ৰাষ্ট্ৰীয় একতাৰ গভীৰ অনুভৱ জগাই তুলিছে। চহৰখন...

January 9, 2026 8:14 PM

views 12

লক্ষ্ণৌৰ সৰোজনী নগৰত বৈদ্যুতিক বাহনৰ কাৰখানা মুকলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৎপাদনৰ দিশৰ পৰা দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ সৰোজনী নগৰ অঞ্চলত ই ভি অৰ্থাৎ‍ বৈদ্যুতিক বাহনৰ কাৰখানা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰী এইছ ডি কুমাৰাস্বামী আৰু মুখ্যমন্ত্ৰী যোগী...

January 9, 2026 12:24 PM

views 23

আজিৰে পৰা মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছত নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল ষ্টেডিয়ামত হ'বলগীয়া এইবাৰৰ প্ৰথমখন খেলত ৰয়েলছ ছেলেঞ্জাৰ্ছ বাংগালুৰু, যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বতাজ আৰম্ভ হ'ব। উদ...

January 9, 2026 12:13 PM

views 14

ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰক লৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্বেগ প্রকাশ

ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ বিষয়ক লৈ উদ্বেগ প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহটকাৰে কালি ডিব্ৰুগড়ত এখন সংবাদমেলত কয়, যে ৰাজ্যৰ বিভিন্ন অংশত বৃহৎ পৰিসৰত মানৱ সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে আৰু এয়া অতি উদ্বেগজনক বিষয়। ৰাষ্ট্ৰীয় মহিলা...

January 8, 2026 8:19 PM

views 7

নতুন দিল্লীত কাইলৈৰ পৰা ১২ জানুৱাৰীলৈকে দ্বিতীয় সংস্কৰণ বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৬ অনুষ্ঠিত

নতুন দিল্লীত কাইলৈৰ পৰা ১২ জানুৱাৰীলৈকে দ্বিতীয় সংস্কৰণ বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৬ অনুষ্ঠিত হ'ব। যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত এই কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ উপস্থিতিত অহা শনিবাৰ আনুষ্ঠানিকভাবে এই আলোচনা মুকলি ...

January 8, 2026 8:17 PM

views 9

বীৰগাঁথাৰ পঞ্চম সংস্কৰণত প্রায় এক কোটি ৯২ লাখ ছাত্র-ছাত্রীৰ অভিলেষ পৰিমাণত অংশগ্ৰহণ

বীৰগাঁথাৰ পঞ্চম সংস্কৰণত প্রায় এক লাখ ৯০ হাজাৰ বিদ্যালয়ৰ পৰা এক কোটি ৯২ লাখ ছাত্র-ছাত্রীয়ে অভিলেষ পৰিমাণত অংশ লয়। বীৰগাঁথা হৈছে প্ৰতিৰক্ষা আৰু শিক্ষা মন্ত্ৰ্যালয়ৰ এটা যুটীয়া পদক্ষেপ। প্ৰতিৰক্ষা মন্ত্র্যালয়ে জানিবলৈ দিছে যে, কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ বিশ্বৰ ১৮ খন দেশৰ ৯১ খন বিদ্যালয়ৰ ২৮ ...

January 8, 2026 8:13 PM

views 13

আজি ইউ আই ডি এ আই প্ৰাধিকৰণৰ আধাৰ শুভংকৰ মুকলি

আধাৰ নামাৰে পৰিচিত ইউ আই ডি এ আই প্ৰাধিকৰণে আজি আধাৰ শুভংকৰ মুকলি কৰে। ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্র্যালয়ে জানিবলৈ দিছে যে, ইয়াৰ ফলত আধাৰৰ লগত জড়িত সকলো ধৰণৰ তথ্য জনসাধাৰণৰ বাবে উপযোগী হ'ব। মন্ত্র্যালয়ে জানিবলৈ দিছে যে, এই শুভংকৰৰ ফলত জনসাধাৰণে আধাৰৰ নৱীকৰণ, প্ৰমাণীকৰণ আৰু অফলাইন ব্যৱস্থাৰে...

January 8, 2026 8:12 PM

views 14

নীতিন গাডকাৰীৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। শ্রীগাডকাৰীয়ে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত পথ সুৰক্ষা, যাত্ৰী আৰু ৰাইজৰ সুবিধা, ব্যৱসায়িক সূচলতা আৰু যান-বাহন নিয়ন্ত্রণকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ...

January 8, 2026 8:09 PM

views 18

কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে প্রধানমন্ত্রীৰ ঘূৰিণীয়া মেজমেলৰ আলোচনা অনুষ্ঠিত

নতুন দিল্লীত প্রধানমন্ত্রীৰ বাসভৱনত কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে আজি অনুষ্ঠিত ঘূৰিণীয়া মেজমেলৰ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। অহা মাহত হ'বলগীয়া India AI Impact Summit ২০২৬ ৰ পৰিপ্ৰেক্ষিতত ১২ টাকৈ ভাৰতীয় এ আই ষ্টার্টআপে AI for ALL: Global Impact Challenge পর্যায়ত যোগ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।