ৰাষ্ট্ৰীয়

August 20, 2025 1:16 PM

views 8

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহি বিহাৰৰ গয়াত আউণ্টা-ছিমাৰীয়া প্ৰকল্পৰ উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহি বিহাৰৰ গয়াত আউণ্টা-ছিমাৰীয়া প্ৰকল্পৰ উদ্বোধন কৰিব। এই প্ৰকল্পৰ অধীনত গংগা নদীৰ ওপৰত পাটনা জিলাৰ মকামা আৰু বেগুচৰাই সংযোগী এখন ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰা হৈছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সদস্য অনিল চৌধাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, যে এ...

August 20, 2025 1:13 PM

views 13

মহাৰাষ্ট্ৰত বিগত চাৰিদিনত বৰষুণ আৰু বানৰ ফলত ২১জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰত বিগত চাৰিদিনত বৰষুণ আৰু বানৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হৈছে। মুম্বাই, থানে, পালঘৰ, কোকান আৰু ৰাজ্যখনৰ আন আন প্ৰান্তত ধাৰাষাৰ বৰষুণ অব্যাহত আছে। বানত নন্দেদ জিলাত ৮ গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে মুম্বাইত ৩০০ মিলিমিটাৰ বৰষুণে অভিলেখ গঢ়িছে। ইতিমধ্যে মুম্...

August 20, 2025 1:10 PM

views 22

ভাৰত-চীনৰ মাজত সুস্থিৰ আৰু গঠনমূলক সম্পর্কই বিশ্ব শান্তি আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাবঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত আৰু চীনৰ মাজত সুস্থিৰ আৰু গঠনমূলক সম্পর্কই বিশ্ব শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তত শান্তি বর্তাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে হোৱা...

August 20, 2025 12:22 PM

views 20

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ'বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত টেষ্ট অধিনায়ক শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু ভাৰতীয় টি টুৱেণ্টী দলৰ ...

August 20, 2025 11:38 AM

views 26

গুৱাহাটীত আই আই এম স্থাপনৰ পথ প্ৰশস্ত; লোকসভাত বিধেয়ক গৃহীত; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তোষ প্ৰকাশ

লোকসভাত কালি ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান বিধেয়ক গৃহীত কৰাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্তোষ প্ৰকাশ কৰিছে। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ আৰু ধর্মেন্দ্র প্রধানক কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, য...

August 20, 2025 11:35 AM

views 19

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী INDI মিত্রজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী

উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধীৰ INDI মিত্রজোঁটে অন্ধ্রপ্রদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেই ঘোষণা কৰে। বিৰোধীৰ INDI মিত্রজোঁটে বৈঠকৰ অন্তত প্ৰাক্তন ন্যায়াধীশগৰাকীক উপ-ৰা...

August 19, 2025 8:35 PM

views 9

ভাৰতৰ ওপৰত বিশ্বৰ জটিল শুল্ক প্ৰেক্ষাপটৰ প্ৰভাৱ কমকৈ পৰিব বুলি চৈয়দ জাফৰ ইছলামৰ প্ৰকাশ

ভাৰতৰ ওপৰত বিশ্বৰ জটিল শুল্ক প্ৰেক্ষাপটৰ প্ৰভাৱ কমকৈ পৰিব বুলি বিজেপিৰ মুখপাত্ৰ চৈয়দ জাফৰ ইছলামে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত মুখপাত্ৰগৰাকীয়ে কয়, যে ৰপ্তানি নিৰ্ভৰশীল অন্য অর্থ ব্যৱস্থাৰ তুলনাত ভাৰতীয় অর্থ ব্যৱস্থা যথেষ্ট স্থিৰ হৈ থাকিব। তেওঁ কয়, যে দেশত সামগ্ৰীৰ ঘৰুৱা ব্যৱহাৰ ৫...

August 19, 2025 8:33 PM

views 59

নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ বাবে নির্বাচন আয়োগৰ ভালেমান পদক্ষেপ গ্ৰহণ

নির্বাচন আয়োগে নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ লগতে ইয়াৰ সংশোধনৰ বাবে বিগত ছমাহত ভালেমান পদক্ষেপ লৈছে। আয়োগে জনাইছে যে, এই পদক্ষেপসমূহে বিভিন্ন ৰাজনৈতিক দল আৰু নির্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট পক্ষসমূহক সামৰি লোৱাৰ লগতে নির্বাচনী প্রক্রিয়াক শক্তিশালী ৰূপত আগবঢ়াই নিয়া তথা শিক্ষ...

August 19, 2025 8:32 PM

views 15

১,৫০৭ কোটি টকা ব্যয়েৰে ৰাজস্থানৰ কোটা-বুন্দিত গ্ৰীণ ফিল্ড বিমান বন্দৰ বিকশাই তোলাৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আনুমানিক এহেজাৰ ৫০৭ কোটি টকা ব্যয়েৰে ৰাজস্থানৰ কোটা-বুন্দিত গ্ৰীণ ফিল্ড বিমান বন্দৰ বিকশাই তোলাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ অধীনত ২০ হাজাৰ বৰ্গমিটাৰ এলেকাত ব্যস্ততাপূর্ণ সময়ত এহেজাৰ ৫০৭ গৰাকী যাত্ৰীৰ আহ-যাহৰ সুবিধাযুক্ত আগমণ-প্রস্থান ভৱনো নিৰ্মাণ কৰা হ'ব। কোটা ৰাজ...

August 19, 2025 8:30 PM

views 15

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ লৈ সংসদৰ উভয় সদনৰ কাম- কাজ ব্যাহত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয় লৈ আজিও সংসদৰ উভয় সদনৰ কাম- কাজ ব্যাহত হয়। বিষয়টো লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কাৰ্য্য-ক্ৰমণিকা কেইবাবাৰো ব্যাহত হোৱাৰ পাছত দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।        কাৰ্য্য-ক্ৰমণিকা তৃতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত বিয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।