ৰাষ্ট্ৰীয়

August 27, 2025 8:48 PM

views 16

গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

পৱিত্ৰ গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে এই উৎসৱত প্রজ্ঞা আৰু বিচক্ষণতাৰ দেৱতা গণেশৰ জন্মবার্ষিকী অতি আনন্দ আৰু ভক্তিৰে পালন কৰা হয়। বাধা-বিঘিনি নাশ ক...

August 27, 2025 12:09 PM

views 18

সংঘাতৰ পৰা মুক্ত প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ ফিজিৰ প্ৰধানমন্ত্রীৰ

ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনী ৰাবুকাই সংঘাতৰ পৰা মুক্ত প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰি শান্তিৰ মহাসাগৰৰ দৃষ্টিভংগী দাঙি ধৰিছে। এই দৃষ্টিভংগী আলোচনা, কূটনীতিক আৰু সহমতৰ দ্বাৰা পৰিচালিত হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সহযোগিতা আৰু...

August 27, 2025 12:05 PM

views 23

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কৃষি সম্পৰ্কীয় যুটীয়া কাৰ্যগোটৰ পঞ্চমখন বৈঠক সম্পন্ন

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কৃষি সম্পৰ্কীয় যুটীয়া কাৰ্যগোটৰ পঞ্চমখন বৈঠক কালি ভার্চুৱেল পদ্ধতিৰে সম্পন্ন হয়। আলোচনাত কৃষি আৰু সংশ্লিষ্ট ক্ষেত্রসমূহত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাত এই বৈঠকৰ ভূমিকাত দুয়ো পক্ষই আলোকপাত কৰে। কালি আলোচনাৰ মূল বিষয়সমূহৰ ভিতৰত জ্ঞান বিনিময়, গৱেষণাৰ যুটীয়া উদ্যম, ...

August 27, 2025 12:01 PM

views 14

ৰাজস্থানৰ জয়ছেলমেৰ মেঘা গাঁৱত বিৰল প্ৰজাতিৰ কুম্ভীৰসদৃশ জীৱাশ্ম আৱিষ্কাৰ

ৰাজস্থানৰ জয়ছেলমেৰ মেঘা গাঁৱত গৱেষকসকলে বিৰল প্ৰজাতিৰ কুম্ভীৰসদৃশ জীৱাশ্ম আৱিষ্কাৰ কৰিছে। ১ দশমিক ৫ৰ পৰা ২ মিটাৰ পৰ্যন্ত দীঘল এই জীৱাশ্মটো প্ৰায় ২০ কোটি বছৰ পূৰ্বৰ জুৰাচিক যুগৰ বুলি অনুমান কৰা হৈছে। ৰাজ্যখনৰ জ্যেষ্ঠ জল ভূ-তত্ববিদ ড০ নাৰায়ণ দাস ইংখিয়া আৰু তেওঁৰ দলটোৱে এই জীৱাশ্মৰ সন্ধান লাভ কৰিছে...

August 27, 2025 11:57 AM

views 21

মহাৰাষ্ট্ৰত সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক গণেশোৎসৱ উদযাপন

মহাৰাষ্ট্ৰত আজি সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক হিচাপে গন্য কৰা গণেশোৎসৱৰ পালন উলহ-মালহেৰে আৰম্ভ হৈছে। ভগৱান গণেশৰ আগমনৰ দিনটোৰ উদযাপন ৰাইজে অতি উৎসাহেৰে শুভাযাত্ৰা আৰু পৰম্পৰাগতভাৱে ঢোল-বাদনেৰে আৰম্ভ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা অনন্ত চতুর্দশী পর্যন্ত ১১টা দিন এই উদযাপন চলি থাকিব। গণেশোৎ...

August 27, 2025 11:54 AM

views 16

কাটৰা, উধমপুৰ আৰু জম্মু ৰে’লৱে ষ্টেচনৰ পৰা যাবলগীয়া ১৮খন ৰে’লৰ যাত্ৰা বাতিল

জম্মু অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ৰে'লৱেই কাটৰা, উধমপুৰ আৰু জম্মু ৰে'লৱে ষ্টেচনৰ পৰা যাবলগীয়া ১৮ খন ৰে'লৰ যাত্ৰা বাতিল কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি চাৰিখন ৰে'লৰ যাত্ৰা চমু কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বাতিল কৰা ৰে’লগাড়ীসমূহৰ ভিতৰত ৭ খনে...

August 27, 2025 11:48 AM

views 32

ভূৱনেশ্বৰত পৰহিলৈ সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অহা শুকুৰবাৰে ভূৱনেশ্বৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে থকা সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিসমূহৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। অধ্যক্ষগৰাকীয়ে এখন প্রদর্শনী মুকলি কৰাৰ লগতে এখন স্মৃতিগ্রন্থও উন্মোচন কৰিব বুলি লোকসভাৰ সচিবালয়ে এ...

August 26, 2025 9:04 PM

views 20

ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী সম্পৰ্কীয় দুদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অমিত শ্বাহ

সীমান্তৱৰ্তী এলেকাৰ জনগাথনিৰ পৰিৱৰ্তন দেশ আৰু সীমান্তৰ সুৰক্ষাত পোনপটীয়া প্ৰভাৱ পেলায় বুলি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মন্তব্য কৰিছে। নতুন দিল্লীত আজি ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী সম্পৰ্কীয় দুদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী ন...

August 26, 2025 1:14 PM

views 27

আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ শিৱৰাজ সিং চৌহানৰ

কেন্দ্রীয় কৃষি তথা কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে চৰকাৰে দেশৰ কৃষকসকলৰ কল্যাণ তথা স্বার্থত অগ্রাধিকাৰ প্ৰদান কৰি আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। ভূপালত কালি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান- IISERৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰ...

August 26, 2025 1:12 PM

views 21

ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায়, প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান বাংলাদেশৰ

বলপূর্বকভাৱে স্থানান্তৰিত হোৱা ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায়, প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাইছে। এই সমস্যাৰ সমাধানৰ বাবে বিশ্ব সম্প্ৰদায়ৰ সমৰ্থন বিচাৰি বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয়, যে আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।