ৰাষ্ট্ৰীয়

August 28, 2025 12:13 PM

views 35

চাৰিখন ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি চত্তিশগড়, মধ্য মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে লগতে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, পূব ৰাজস্থান, হিমাচল প্ৰদেশ, কৰ্ণাটকৰ অভ্যন্তৰীণ অংশ, কেৰালা, মাহে, গোৱা আদিতো ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি জানিবলৈ দিছে।...

August 28, 2025 12:11 PM

views 20

চত্তিশগড়ত ৩০ জন মাওবাদীৰ আত্মসমৰ্পণ

চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি ৩০ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। আৰক্ষী অধীক্ষক জীতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদী কেইজনৰ বিনিময়ত ইতিমধ্যে ৮১ লাখ টকাৰ ঘোষণা কৰা হৈছিল। আত্মসমৰ্পণ কৰা মাওবাদীকেইজন বিভিন্ন ঘটনাৰ সৈতে জড়িত বুলি পূর্বে জনোৱা হৈছিল। ৰাজ্য চৰকাৰৰ পুনৰ্বাসন আঁচনিৰ অধী...

August 28, 2025 12:08 PM

views 25

প্রধানমন্ত্রী জন ধন যোজনাৰ আজি ১১ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী জন ধন যোজনাই আজি ১১ বছৰ সম্পূৰ্ণ কৰিছে। ২০১৪ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা এই যোজনা হৈছে বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় উদ্যম। সেই বছৰৰেই ২৪ আগষ্টত এই যোজনাৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক দেশৰ দুখীয়া লোকসকলৰ দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ দিশ উদযাপনৰ এ...

August 28, 2025 12:07 PM

views 14

জম্মু আৰু উত্তৰ পঞ্জাৱত ভাৰতীয় বায়ুসেনা বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত

ভাৰতীয় বায়ুসেনা বাহিনীয়ে জম্মু অঞ্চল আৰু উত্তৰ পঞ্জাৱত বৰ্ধিত জলস্তৰ আৰু বিধবংসী বানত আক্রান্ত লোকসকলৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জনোৱা অনুসৰি ভাৰতীয় বায়ুসেনা বাহিনীয়ে বিভিন্ন ধৰণৰ হেলিকপ্টাৰ, বিমান আৰু অন্যান্য সা-সুবিধাৰ জৰিয়তে জনস...

August 28, 2025 12:03 PM

views 22

আধাৰ বায়’মেট্ৰিক উন্নীত কৰিবলৈ দেশৰ বিদ্যালয়সমূহলৈ আহ্বান UIDAI ৰ

ভাৰতৰ অনন্য পৰিচয় প্রাধীকৰণ- UIDAI এ ৫ বছৰৰ পৰা ১৫ বছৰ বয়সৰ শিশুসকলৰ বাবে নিৰ্ধাৰিত সময়ত বাধ্যতামূলক আধাৰ বায়’মেট্ৰিক উন্নীত কৰিবলৈ দেশৰ বিদ্যালয়সমূহত প্রতি আহ্বান জনাইছে।  ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি, UIDAI ৰ মুখ্য কাৰ্যবাহী বিষযা ভূৱনেশ কুমাৰে এ...

August 28, 2025 11:58 AM

views 23

আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনৰ জৰিয়তে প্রধানমন্ত্ৰীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে ফিনলেণ্ডক ইউৰোপীয় সংঘৰ গুৰুত্বপূৰ্ণ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অভিহিত কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি আৰু ব...

August 28, 2025 11:59 AM

views 16

ভাৰত আৰু জাপানৰ পঞ্চদশ বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী আজি জাপানলৈ ৰাওনা

ভাৰত আৰু জাপানৰ পঞ্চদশ বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি জাপানলৈ ৰাওনা হ’ব। এয়া হ'ব শ্রীমোদীৰ অষ্টম জাপান ভ্রমণ। জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে চিগেৰু ইশ্বিবাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব উভয় দেশৰ প্ৰথমখন বার্ষিক সন্মিলন। প্রধানমন্ত্ৰীৰ জাপান ভ্রমণ স...

August 27, 2025 8:55 PM

views 28

ভাৰতে সদায় শান্তি বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে বুলি ৰাজনাথ সিঙেৰ মন্তব্য

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে, যে ভাৰতে শান্তি-শৃংখলা বৰ্তাই ৰখাত বিশ্বাস ৰাখে যদিও কোনো সন্ত্রাসবাদী সংগঠনে যদি হিংসাৰ পথ লৈ ভাৰতক আক্ৰমণ কৰিবলৈ বিচাৰে, তেন্তে সেই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। মধ্য প্ৰদেশৰ মহুত অৱস্থিত আৰ্মী ৱাৰ কলেজত দিয়া এক ভাষণত মন্ত্ৰীজনে কয়, যে সংঘৰ্ষ...

August 27, 2025 8:53 PM

views 8

বায়’ ই থ্রি নীতিয়ে জৈৱ-প্ৰযুক্তিবিদ্যাক বৰ্তমানৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছে বুলি জিতেন্দ্র সিঙৰ প্ৰকাশ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্রী জিতেন্দ্র সিঙে আজি কয়, যে জৈৱ-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বৰ্তমানৰ ভাৰতৰ প্ৰাৰম্ভিক বিনিয়োগ আৰু নিত্য নতুন উদ্ভাৱনসমূহে আন দেশসমূহৰ সৈতে ভাৰতৰ প্ৰতিযোগিতা বৃদ্ধি কৰিব আৰু ভৱিষ্যতে এইসমূহৰ পৰা ভাৰতে লাভ কৰিবলগীয়া লভ্যাংশৰ পৰিমাণ বৃদ্ধি পাব। নতুন দিল্লীত...

August 27, 2025 8:50 PM

views 42

আফ্রিকা আৰু ভাৰতে বহুত আগৰে পৰা এক ঐতিহাসিক সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি ড° চি.জি.ডি.এন. চিৱেংগাৰ প্ৰকাশ

জিম্বাবুৱেৰ উপ-ৰাষ্ট্ৰপতি ড° চি.জি.ডি.এন. চিৱেংগাই কয়, যে আফ্রিকা আৰু ভাৰতে বহুত আগৰে পৰা এক ঐতিহাসিক সম্পৰ্ক ৰক্ষা কৰি আহিছে। তেওঁ উল্লেখ কৰে যে, দুয়োখন দেশৰ মাজত প্ৰযুক্তি, উদ্ভাৱন, বৈচিত্র্যতা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অংশীদাৰিত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰি অহা হৈছে। আজি নতুন দিল্লীত চিআইআই ই...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।