ৰাষ্ট্ৰীয়

September 3, 2025 8:16 PM

views 15

চেমিকন ইণ্ডিয়া-২০২৫ শীর্ষ সম্মিলনত অর্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্রীৰ মত বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত অনুষ্ঠিত চেমিকন ইণ্ডিয়া-২০২৫ শীর্ষ সম্মিলনৰ দ্বিতীয় দিনা অর্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ এখন প্রদর্শনী পৰিদৰ্শন কৰাৰ লগতে অর্ধপৰিবাহী খণ্ডৰ বিভিন্ন সামগ্রী আৰু প্ৰকল্পও প্রত্যক্ষ কৰে। সন্মিলনত বৈদ্যুতিন আৰু তথ্য প্রযুক্ত...

September 3, 2025 8:14 PM

views 17

ডিজিটেল যুগত উপলব্ধ শিক্ষণ সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ শিক্ষার্থীসকলৰ প্ৰতি আহ্বান ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ডিজিটেল যুগত উপলব্ধ শিক্ষণ সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ শিক্ষার্থীসকলৰ প্ৰতি আহ্বান জনাইছে। তামিলনাডুৰ তিৰুৱৰুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ বিকশিত উদ্যোগ খণ্ডত ছাত্র-ছাত্রীসকলে পর্যাপ্ত পৰিমাণৰ সুবিধা লাভ কৰিব প...

September 3, 2025 7:12 PM

views 15

অহা ১৪ ছেপ্তেম্বৰত নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত গোলঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধানাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্রকল্পটো উদ্বোধনৰ বাবে প্রায় সাজু কৰি তোলা হৈছে। এই প্রকল্পটোৰ পৰা প্ৰতি বছৰে ৫০ হাজাৰ টন ইথানল, ১৮ হাজাৰ টন ফার...

September 3, 2025 1:01 PM

views 20

উত্তৰ পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ বিভিন্ন অঞ্চলৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৫টা দিনত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে জনোৱা অনুসৰি পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পূৱ অংশত আজিও মুষলধাৰ বৰষুণ অব্যাহত থাকিব। মহাৰাষ্ট্ৰৰ মধ্য...

September 3, 2025 12:38 PM

views 23

কংগ্ৰেছ নেতা পৱন খেৰালৈ নির্বাচন আয়োগৰ জাননী জাৰি

এটাতকৈ অধিক সমষ্টিত নির্বাচনী পঞ্জীয়ন থকা বাবে নির্বাচন আয়োগে কংগ্ৰেছ নেতা পৱন খেৰালৈ জাননী জাৰি কৰিছে। নতুন দিল্লী সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই অহা ৮ ছেপ্তেম্বৰৰ পুৱা ১১ বজাৰ আগতে নেতাগৰাকীক এই জাননীৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিছে। নতুন দিল্লী আৰু জংপুৰা বিধানসভা সমষ্টিত ভোটদাতা হিচাপে নাম সন্ন...

September 3, 2025 12:35 PM

views 20

২০৭০ চনৰ ভিতৰত ভাৰতক কাৰ্বন শূন্য দেশৰূপে গঢ়ি তোলাৰ লক্ষ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৭০ চনৰ ভিতৰত ভাৰতক কাৰ্বন শূন্য দেশ ৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। কুৰি সংখ্যক আন্তঃৰাষ্ট্ৰীয় বহন ক্ষমতা সন্মিলনত অংশ লৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীগাডকাৰীয়ে কয়, যে পৰৱৰ্তী প্ৰজন্মৰ বাবে জলবায়ু পৰিৱৰ্তন আৰু...

September 3, 2025 12:33 PM

views 15

সংহাৰী ভূমিকম্পৰ কবলত পৰা আফগানিস্তানলৈ ভাৰতৰ মানৱীয় সাহায্য প্ৰেৰণ

ভাৰতে সংহাৰী ভূমিকম্পৰ কৱলত পৰা আফগানিস্তানলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি কালি দেশখনলৈ ২১ টন সাহায্য সামগ্ৰী বিমানৰ জৰিয়তে প্ৰেৰণ কৰা হয়। প্ৰেৰণ কৰা সামগ্ৰীসমূহৰ ভিতৰত গৰম কাপোৰ, পৰিষ্কাৰ পৰিচন্নতাৰ সামগ্ৰী, পানী জমা কৰি ৰাখিব পৰা বাচন, প...

September 3, 2025 12:29 PM

views 10

তিনিদনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ছিংগাপুৰৰ প্ৰধানমন্ত্রী লঞ্চে ৱং নতুন দিল্লীত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে তিনিদনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ছিংগাপুৰৰ প্ৰধানমন্ত্রী লঞ্চে ৱং কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধাৰীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক বিমান বন্দৰত আদৰণি জনায়। উভয় দেশৰ প্ৰধানমন্ত্ৰীয়ে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্...

September 3, 2025 12:24 PM

views 14

নতুন দিল্লীত সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৬ সংখ্যক বৈঠক

নতুন দিল্লীত আজি সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৬ সংখ্যক বৈঠক আৰম্ভ হ'ব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই দুদিনীয়া বৈঠকৰ অধ্যক্ষতা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত স্বাধীনতা দিৱসৰ দিনা কৰা ঘোষণা অনুসৰি এইবেলি বৈঠকত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱাকৰ সংস্কাৰ সন্দৰ্ভত বিশেষ আল...

September 3, 2025 12:20 PM

views 6

পাইলট লাইনৰ মেড ইন ইণ্ডিয়া ছিপছৰ প্ৰথমটো ছেট প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাইলট লাইনৰ মেড ইন ইণ্ডিয়া ছিপছৰ প্ৰথমটো ছেট উপহাৰ দিয়াৰ লগে লগে অৰ্ধ পৰিবাহী খণ্ডত ভাৰতৰ যাত্ৰা ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হয়। নতুন দিল্লীত কালি ছেমিকন ইণ্ডিয়া ২০২৫ৰ প্ৰথম দিনটোত ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰীগৰাকীক এই উপহাৰ প্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।