September 4, 2025 3:32 PM
14
ভাৰতৰ ডাক ব্যৱস্থা দুৱাৰডলিত বেংকিং সেৱা আগবঢ়াব পৰা বিশ্বৰ সৰ্ববৃহৎ নেটৱৰ্কঃ প্রধানমন্ত্ৰী
● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ডাক ব্যৱস্থাক দুৱাৰডলিত বেংকিং সেৱা আগবঢ়াব পৰা বিশ্বৰ সৰ্ববৃহৎ নেটৱৰ্ক বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ এটা বাৰ্তা সন্দৰ্ভত মত পোষণ কৰি তেওঁ কয় যে চৰকাৰৰ অভূতপূৰ্ব প্ৰয়াসৰ ফলস্বৰূপে দেশৰ সাধাৰণ ডাকোৱালগৰাকী বিত্তীয় অন্তৰ্ভুক্তি...