ৰাষ্ট্ৰীয়

September 8, 2025 10:47 PM

views 28

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি পাইছে। সেনাৰ এগৰাকী মুখপাত্রই জনাইছে যে সেনা বাহিনীৰ এগৰাকী কণিষ্ঠ বিষয়াও এই অভিযানত আহত হৈছে। উন্নত চিকিৎ‍সাৰ বাবে তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত ...

September 8, 2025 9:39 PM

views 23

কাঠমাণ্ডুৰ বানেশ্বৰত নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত ১৪ জন লোকৰ মৃত্যুৰ লগতে ১০০ জনৰো অধিক লোক আহত

কাঠমাণ্ডুৰ বানেশ্বৰত আজি জেন জি অর্থাৎ নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে। প্ৰধানমন্ত্রী কে পি শর্মা অলীয়ে আজি সন্ধিয়া কাঠমাণ্ডুত নিজৰ বাসগৃহত মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মাজত জৰুৰী বৈঠকৰ আহ...

September 8, 2025 9:19 PM

views 43

ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি ৰাষ্ট্ৰপতি মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি নতুন দিল্লীত অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদ ই ই পি চিৰ মহাৰ্জত জয়ন্তী উদযাপন অনুষ্ঠানত দিয়া ভাষণত এনেদৰে প্ৰকাশ কৰে। শ্ৰীমতী মু...

September 8, 2025 9:27 PM

views 18

ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগেঃ পীযুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে বুলি জোৰ দি কয়। ইয়াৰ ফলত দেশৰ উন্নয়নত সহায়ক হোৱাৰ লগতে আর্থিক সুৰক্ষাও শক্তিশালী হ'ব বুলি তেওঁ কয়। নতুন দিল্লীত আজি ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদৰ ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভা...

September 8, 2025 11:45 AM

views 20

বিহাৰত ভোটাৰ তালিকা সন্দৰ্ভত নির্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ

 উচ্চতম ন্যায়ালয়ে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকলৈ নির্বাচন আয়োগৰ ২৪ জুনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ কৰিব। ন্যায়াধীশ সূর্যকান্ত আৰু জয়মাল্য বাগচিৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় জনতা দল, এ আই এম আই এমকে ধৰি অন্যান্য সকলৰ আবেদনৰ শুনানী গ্ৰহণ কৰিব। নির্বাচন আয়োগে কৈছে য...

September 8, 2025 11:39 AM

views 25

অহা ১৩ ছেপ্তেম্বৰত দুখন জনসভাত অংশ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত কিছুসময়ৰ বাবে মণিপুৰলৈ যাব। আকাশবাণী ইম্ফলৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রীয়ে দুখন জনসভাত অংশ লোৱাৰ কথা। ইম্ফলৰ ৰাজভৱনত শ্ৰীমোদীৰ এই ভ্রমণ সন্দৰ্ভত কালি এখন বৈঠক অনুষ্ঠিত হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখন...

September 8, 2025 11:38 AM

views 28

পঞ্জাৱৰ বান পৰিস্থিতি পর্যালোচনাৰ বাবে প্রধানমন্ত্ৰী কাইলৈ ৰাজ্যখনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্জাৱৰ বান পৰিস্থিতি পর্যালোচনাৰ বাবে কাইলৈ ৰাজ্যখনলৈ যাব। প্রধানমন্ত্রীয়ে ব্যক্তিগতভাৱে পৰিস্থিতি পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকললৈ পৰ্যাপ্ত সাহায্য নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। পঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰে সামাজিক মাধ্যমৰ এট বাৰ্তাত প্রধানমন্ত্ৰী শ্ৰীমোদী...

September 8, 2025 11:33 AM

views 36

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত বিজেপি সংসদীয় দলৰ এটা প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গ্ৰহণ

বিজেপি সংসদীয় দলে নতুন দিল্লীত আয়োজিত দুদিনীয়া কৰ্মশালাত কালি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত এটা প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গ্ৰহণ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীযূষ গোৱেলে উত্থাপন কৰা এই প্ৰস্তাৱত বিজেপিৰ সাংসদসকলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এই সাহসী তথা নাগৰিককেন্দ্ৰিক প...

September 7, 2025 8:53 PM

views 14

আধ্যাত্মিক গুৰু শ্ৰী নাৰায়াণ গুৰুৰ জন্ম বার্ষিকীত তেওঁৰ দৃষ্টিভংগীক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মৰণ

ভাৰতীয় দার্শনিক তথা আধ্যাত্মিক গুৰু শ্ৰী নাৰায়াণ গুৰুৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ দৃষ্টিভংগী আৰু সমাজত তেওঁৰ প্ৰভাবৰ কথা স্মৰণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে তেওঁৰ সমতা, দয়া আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ শিক্ষাই সমাজখনক ব্যাপকভাৱে অনুপ্ৰাণিত ক...

September 7, 2025 7:48 PM

views 100

সামগ্ৰী আৰু সেৱা কৰৰ শেহতীয়া সংস্কাৰে ক্ষুদ্ৰ, অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাইছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা সমাগত দিপাৱলীৰ পূৰ্বে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰত হ'বলগীয়া সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছে। যোৱা ৩ ছেপ্তেম্বৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদে সাধাৰণ জনতাৰ প্ৰতি বিশেষ গুৰুত্বসহ কৰৰ নতুন হাৰত অনুমতি প্ৰদান কৰাৰ লগে লগে প্রধানমন্ত্ৰীৰ নাগ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।