ৰাষ্ট্ৰীয়

September 12, 2025 12:45 PM

views 12

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূৱ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী চূড়ান্ত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে বিভিন্ন ঠাইত প্রস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্রী মোদীৰ অসম ভ্রমণ সন্দৰ্ভত কালি দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী, বিধায়ক আৰু ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসক...

September 12, 2025 12:33 PM

views 41

দেশৰ কেইবাখনো ৰাজ্যত বিজুলী ঢেৰেকনীৰে প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত বিজুলী ঢেৰেকনীৰে প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে অন্ধ্রপ্রদেশ, অৰুণাচল প্রদেশ, অসম, মেঘালয়, বিহাৰ, ছত্তিশগড়, কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল আৰু মধ্য মহাৰাষ্ট্ৰত প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দি...

September 12, 2025 12:27 PM

views 26

দেশৰ সকলো মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ সৈতে নির্বাচন আয়োগৰ কৰ্মশালা

নির্বাচন আয়োগে দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ বাবে এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰিব। এই কর্মশালাত দেশত সংবিধান অনুযায়ী নির্বাচন অনুষ্ঠিত কৰা আৰু আইনী, তথ্যগত আৰু নিয়ম আধাৰিত তথ্য সময়মতে আৰু সমন্বিতভাৱে প্ৰচাৰত গুৰু...

September 12, 2025 12:25 PM

views 45

গুৰুগ্ৰামত আজি আই এন এছ আৰাৱলী জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত

গুৰুগ্ৰামত আয়োজিত এটা অনুষ্ঠানত আজি আই এন এছ আৰাৱলী নামৰ জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে কৈছে, যে আৰাৱলী পর্বতমালাৰ নামেৰে নামকৰণ কৰা এই জাহাজখনে নৌসেনাৰ তথ্য আৰু যোগাযোগ পৰিকাঠামো সুদৃঢ় কৰিব। অনুষ্ঠানত নৌ সেনা বাহিনীৰ মুৰববী এডমিৰেল দীনেশ কে.ত্...

September 12, 2025 12:24 PM

views 32

সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয় উত্থাপনৰ মঞ্চলৈ ৰূপান্তৰৰ বাবে ৰাজনৈতিক দলসমূহক আহ্বান ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয় উত্থাপন কৰিব পৰা অৰ্থৱহ বিতৰ্ক আৰু আলাপ আলোচনাৰ মঞ্চলৈ ৰূপান্তৰ কৰিবলৈ ৰাজনৈতিক দল আৰু নিৰ্বাচিত জনপ্রতিনিধিসকলৰ প্ৰতি আহ্বান জনাইছে। বাংগালুৰুত আয়োজিত ভাৰত অঞ্চলৰ কমনৱেলথ সংসদীয় সংস্থাৰ ১১ সংখ্যক সন...

September 12, 2025 12:22 PM

views 21

নতুন দিল্লীত আজি আয়োজিত জ্ঞান ভাৰতম্ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি নতুন দিল্লীত আয়োজিত জ্ঞান ভাৰতম্ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ এই সন্মিলনতে পাণ্ডুলিপিৰ ডিজিটেল ৰূপ প্ৰদান, সংৰক্ষণ আৰু জনসাধাৰণৰ বাবে এনে পাণ্ডুলিপি সহজলভ্য কৰি তোলাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জ্ঞান ভাৰতম্ নামৰ এখন সুকীয়া ডিজিটেল...

September 12, 2025 12:21 PM

views 26

নৰেন্দ্ৰ মোদী আৰু ড° নবীনচন্দ্ৰ ৰামগুলামৰ মাজত দেশ দুখনৰ দ্বিপাক্ষিক সম্বন্ধৰ সকলো দিশৰ পৰ্যালোচনা

মৰিছাচৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামৰ কাশী ভ্রমণ চহৰখনৰ সাংস্কৃতিক গুৰুত্ব আৰু ভাৰত আৰু মৰিছাচৰ মাজত শক্তিশালী সাংস্কৃতিক সম্বন্ধৰ পৰিপ্ৰেক্ষিতত বিশেষ হৈ উঠা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে কয়, যে এই ভ্ৰমণ কালত হোৱা বৈঠকত তেওঁলোকে দেশ দুখনৰ ...

September 11, 2025 8:39 PM

views 17

ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ পর্যালোচনা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে দুয়োবিধ ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৱলীৰ বুজ লয়। এই পর্যালোচনা বৈঠকতে মন্ত্রী নাড্ডাই সংশ্লিষ্ট ৰাজ্য চৰকাৰ, স্থানীয় সংস্থাসমূহক জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ...

September 11, 2025 8:35 PM

views 23

নতুন দিল্লীত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশখনে সাংস্কৃতিক নৱজাগৰণৰ এটা পৰ্যায়ৰ মাজেৰে গতি কৰিছে। নতুন দিল্লীত অনুষ্ঠিত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে এই কথা ব্যক্ত কৰে। জ্ঞান ভাৰতম্ হৈছে ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিৰ ঐতিহ্য সংৰক্ষণ, ডিজি...

September 11, 2025 8:32 PM

views 13

লঘূ উদ্যোগ ভাৰতীয়ে আয়োজন কৰা আইডিয়াথন ২০২৫ৰ অধিৱেশনত মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী আৰু মেক ইন ইণ্ডিয়াৰ অধীনত দেশখনে দ্রুত গতিত তথ্য, প্রযুক্তি আৰু বৈদ্যুতিক সামগ্ৰীৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি জয়পুৰত লঘূ উদ্যোগ ভাৰতীয়ে আয়োজন কৰা আইডিয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।