September 16, 2025 8:26 PM
16
ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় মেধা তথা আর্থিক জলপানিৰ বাবে আবেদন দাখিলৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি
ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় মেধা তথা আর্থিক জলপানিৰ বাবে আবেদন দাখিলৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিক্ষামন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে অকল ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত, চৰকাৰী সাহায্যপ্রাপ্ত আৰু স্থানীয় নিকায়ৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ ছাত্ৰ-ছাত...