ৰাষ্ট্ৰীয়

September 17, 2025 8:32 PM

views 20

আৰ্হি আৰু ছপাৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিয়মাৱলীৰ সংশোধন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ই ভি এম বেলট পেপাৰৰ স্পষ্টতা আৰু পঢ়াৰ সুবিধা বৃদ্ধি কৰাৰ বাবে ইয়াৰ আৰ্হি আৰু ছপাৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিয়মাৱলীৰ সংশোধন কৰিছে। নির্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰা আৰু ভোটদাতাৰ সুবিধার্থে নির্বাচন আয়োগে যোৱা ছমাহত গ্ৰহণ কৰা ২৮ টা পদক্ষেপৰ অংশ হিচাপে এই সংশোধন কৰা হৈছে। এই অ...

September 17, 2025 8:30 PM

views 13

সেৱা পৰ্ব উপলক্ষে ডী ডী নেচনেল আৰু ডী ডী নিউজৰ বাবে বিশেষ কাৰ্য্যসূচী মুকলি

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত সেৱা পৰ্ব উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ডী ডী নেচনেল আৰু ডী ডী নিউজৰ বাবে এলানি বিশেষ কাৰ্য্যসূচী মুকলি কৰে। ইয়াৰ ভিতৰত সংকল্প কী শক্তি, সুশাসন কা সামর্থ্য, বিশ্ব মঞ্চ পৰ নেতৃত্ব কা শংখনাদ আৰু কৰ্মযোগীঃ এক অন্তহীন যাত্রা শীর্ষক ...

September 17, 2025 8:27 PM

views 16

নতুন দিল্লীত সেৱা পষেকৰ অধীনত ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত সেৱা পষেকৰ অধীনত ১৬০০ কোটি টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ত্যাগৰাজ ষ্টেডিয়ামত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্রীশ্বাহে কয়, যে এই প্রকল্পসমূহে ৰাষ্ট্ৰীয় ৰাজধানীৰ জনসাধাৰণক উপকৃত কৰিব। তেওঁ ক...

September 17, 2025 8:20 PM

views 17

সমগ্ৰ দেশতে স্বাস্থ্যৱতী নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশতে স্বাস্থ্যৱতী নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ লগতে মধ্য প্ৰদেশৰ ধাৰ জিলাৰ পৰা অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে। শ্ৰীমোদীয়ে জিলাখনৰ ভেনচোলা গাঁৱত দেশৰ সৰ্ববৃহৎ পি এম মিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে মাতৃ...

September 17, 2025 12:28 PM

views 19

সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি উত্তৰ প্ৰদেশ চৰকাৰৰ ১৫ লাখ গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ

সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে ১৫ লাখ গছপুলি ৰোপণ আৰু স্বচ্ছ উৎসৱৰ দৰে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যখনত চৰকাৰে সুস্থ নাৰী সবল পৰিয়াল অভিযান আৰম্ভ কৰিব। এই সময়ছোৱাত ৰাজ্যজুৰি স্বাস্থ্য শ...

September 17, 2025 12:17 PM

views 38

২০২৫-২৬ ৰবি বৰ্ষৰ বাবে ৩৬ কোটি ২৫ লাখ খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ঘোষণা

২০২৫-২৬ ৰবি বৰ্ষৰ বাবে ৩৬ কোটি ২৫ লাখ খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। কৃষি বিষয়ক এখন ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰাৰ পাছত নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। ২০২৪-২৫ বৰ...

September 17, 2025 12:15 PM

views 18

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই নতুন দিল্লীত মৰিচাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীত মৰিচাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰি ভাৰত আৰু মৰিচাছৰ মাজৰ সভ্যতা আৰু সাংস্কৃতিক সম্পর্ক সন্দৰ্ভত আলোচনা কৰে। শ্ৰীনাড্ডাই দুয়োখন ৰাষ্ট্ৰক সংযোগ কৰা শক্তিশালী ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰে। কালিৰ এই বৈঠকত শ্...

September 16, 2025 8:40 PM

views 24

শীত নিয়ন্ত্রণ বিষয়ক কাৰ্যপন্থা ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান বিশ্বৰ আগশাৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছেঃ ভূপেন্দ্ৰ নাথ যাদৱ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু সংৰক্ষণ মন্ত্ৰী ভূপেন্দ্ৰ নাথ যাদৱে আজি কয়, যে শীত নিয়ন্ত্রণ বিষয়ক কাৰ্যপন্থা ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতে বৰ্তমান বিশ্বৰ আগশাৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীত অনুষ্ঠিত একত্রিংশতিতম অ'জন দিৱস উদ্‌যাপনৰ অনুষ্ঠানত দৃশ্য মাধ্যমযোগে দিয়া তেওঁৰ ভাষণত হাইড্ৰ' ফ...

September 16, 2025 8:36 PM

views 36

ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছেঃ জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই বৰ্তমানৰ চিকিৎ‍সা প্ৰযুক্তিৰ দিশটোৰ ওপৰত জোৰ দি কৈছে যে এতিয়াৰ ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে একাদশ এছিয়া পেচিফিক মেড টেক ফ'ৰাম ২০২৫ উদ্বোধন ...

September 16, 2025 8:31 PM

views 18

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান পঞ্চম পৰ্যায়ৰ ঘোষণা

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সকলো পৰ্যায়তে পৰিষ্কাৰ পৰিচ্চন্নতাৰ অভ্যাস আৰু প্ৰথাসমূহ আনষ্ঠানিক প্রবৃত্তি পৰিণত কৰাৰ উদ্দেশ্যে মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ পঞ্চম পৰ্যায়ৰ ঘোষণা কৰিছে। অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া এই অভিযানত দায়িত্বশীল প্রশাসন, স্বচ্ছতা আৰু নাগৰিক কেন্দ্ৰীক দৃষ্ট...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।