ৰাষ্ট্ৰীয়

September 19, 2025 12:28 PM

views 13

ভাৰত আৰু চাইপ্ৰাছৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

চাইপ্ৰাছৰ পৰা অহা এটা উচ্চ পর্যায়ৰ চৰকাৰী আৰু ব্যৱসায়িক প্ৰতিনিধি দলে শেহতীয়াকৈ মুম্বাই ভ্ৰমণ কৰি ভাৰতৰ সৈতে দেশখনৰ দ্বিপাক্ষিক অর্থনৈতিক, বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলে। এই ভ্ৰমণৰ সময়ত মুম্বাইৰ বিশ্ব বাণিজ্য কেন্দ্রই ইনভেষ্ট চাইপ্ৰাছ সংস্থা আৰু চাইপ্ৰাছৰ বিশ্ব বাণিজ্য কেন...

September 19, 2025 12:21 PM

views 16

২০২৬ চনত ভাৰতত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় সন্মিলনৰ প্রতীকচিহ্ন আৰু মূল কাৰ্যসূচী মুকলি

কেন্দ্রীয় ইলেক্ট্রনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষাৰ নিয়মাৱলী চূড়ান্ত কৰা হৈছে আৰু অতি সোনকালে এই নিয়মাৱলী প্ৰকাশ কৰা হ'ব। ২০২৬ চনত ভাৰতত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় আলোচনাৰ বাবে হ'বলগীয়া সন্মিলনৰ প্রতীকচিহ্ন আৰু মূল কাৰ্যসূচী মুকল...

September 18, 2025 10:05 PM

views 50

বিহাৰত বিগত ১১ বছৰত উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ বাবে এন ডি এ চৰকাৰে ১৪ লাখ ৮৫ হাজাৰ কোটি টকাতকৈও অধিক ধন আগবঢ়াইছেঃ অমিত শ্বাহ

এন ডি এ চৰকাৰে বিহাৰত বিগত ১১ বছৰত উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ বাবে ১৪ লাখ ৮৫ হাজাৰ কোটি টকাতকৈও অধিক ধনৰ সাহায্য আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ বেগুচৰাইত অনুষ্ঠিত বিজেপিৰ নেতা আৰু কৰ্মীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰে। তেওঁ কয়, যে ইউ পি এ চৰকাৰৰ শাস...

September 18, 2025 10:02 PM

views 24

বিশ্বৰ মঞ্চত ভাৰতৰ গুৰুত্ব বৃদ্ধি পাইছেঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

বিশ্বৰ মঞ্চত ভাৰতৰ গুৰুত্ব বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰে। নতুন দিল্লীত অনুষ্ঠিত মন্থন ২০২৫ শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী সিঙে কয়, যে যদিহে ৰাষ্ট্রৰ স্বাৰ্...

September 18, 2025 9:58 PM

views 24

অবৈধ আৰু জাল বাণিজ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

অবৈধ আৰু জাল বাণিজ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্ৰকাশ কৰে। চোৰাং আৰু জাল বাণিজ্যৰ বিৰুদ্ধে আন্দোলনৰ একাদশ সংস্কৰণত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰী মেঘৱালে কয়, যে শেহতীয়া জি এছ টি সংস্কাৰ ব্যৱস্থাই অংশীদাৰসকলক উল্লেখযোগ্য সকাহ দি...

September 18, 2025 9:55 PM

views 11

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ ‘চলো জিতে হে’ আজি দেশৰ প্ৰায় এক লাখ বিদ্যালয় আৰু প্ৰায় ৫০০ টা চলচ্চিত্ৰ গৃহত প্ৰদৰ্শন

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলো জিতে হে চলচ্চিত্ৰখন আজি সমগ্ৰ দেশৰ প্ৰায় এক লাখ বিদ্যালয় আৰু প্ৰায় ৫০০ টা চলচ্চিত্ৰ গৃহত প্ৰদৰ্শন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে চলচ্চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ ল'ৰালিৰ এটা ঘটনাৰ অনুপ্ৰেৰণাৰে চলচ্চিত...

September 18, 2025 9:52 PM

views 21

দেশৰ সাতটা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ খচৰা তালিকাত সন্নিৱিষ্ট

দেশৰ সাতটা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ খচৰা তালিকাত সন্নিৱিষ্ট হৈছে। ইয়াৰ জৰিয়তে খচৰা তালিকাত স্থান পোৱা ভাৰতৰ ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা ৬২ৰ পৰা ৬৯ লৈ বৃদ্ধি পালে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দেশত বৰ্তমান ৪৯ টা সাংস্কৃতিক, ১৭ টা প্ৰাকৃতিক আৰু তিনিটা স...

September 18, 2025 8:45 PM

views 28

সেৱা পৰ্ব’ত আজি মোদী চৰকাৰে কৃষি খণ্ডত কৰা পৰিৱৰ্তনৰ সূচনা আৰু কৃষকসকলৰ সবলীকৰণ সন্দৰ্ভত প্ৰতিবেদন

সেৱা আৰু সু-শাসনৰ মন্ত্ৰৰে পৰিচালিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। সেৱা পৰ্ব প্রতিবেদনলানিত আজি মোদী চৰকাৰে কৃষি খণ্ডত কিদৰে পৰিৱৰ্তনৰ সূচনা কৰিছে আৰু কৃষকসকলক সৱল কৰি তুলিছে সেই বিষয়ত প্রতিবেদন :  কৃষি দেশৰ অৰ্থব্যৱস্থা আৰু সংস্...

September 18, 2025 7:56 PM

views 18

১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণ আইন সন্দৰ্ভত ৩ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণ আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন শুনানি গ্ৰহণ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত অহা ৩ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই দ...

September 17, 2025 8:37 PM

views 20

কাইলৈ নতুন দিল্লীত মন্থন-২০২৫ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত মন্থন-২০২৫ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। প্ৰতিৰক্ষা সম্পদৰ সঞ্চালকালয় প্ৰধানৰ দ্বাৰা বিকশিত ভাৰত-২০৪৭ৰ বাবে কৌশলগত ৰূপৰেখা বিষয়বস্তুৰে দুদিনীয়া এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ উদ্বোধনী সত্ৰত বিগত এবছৰত প্ৰতিৰক্ষা সম্পদ বিভাগৰ সফলতা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।