ৰাষ্ট্ৰীয়

September 20, 2025 12:58 PM

views 22

ভাৰতীয় নাগৰিকক ইৰাণত কর্মসংস্থাপনৰ প্ৰতিশ্ৰুতি অথবা প্ৰস্তাৱৰ প্ৰতি সমর্থন নজনাবলৈ পৰামৰ্শ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক ইৰাণত কর্মসংস্থাপনৰ প্ৰতিশ্ৰুতি অথবা প্ৰস্তাৱৰ প্ৰতি সমর্থন নজনাবলৈ পৰামৰ্শ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত কয়, যে শেহতীয়াকৈ ভাৰতীয় নাগৰিকসকলক ইৰাণত কর্মসংস্থাপনৰ মিছা প্ৰতিশ্ৰুতি দিয়া আৰু অন্য দেশলৈ কর্মসংস্থাপনৰ বাবে প্ৰেৰণ কৰাৰ ...

September 20, 2025 12:52 PM

views 27

মণিপুৰত সশস্ত্ৰ দুৰ্বৃত্তৰ দলৰ আক্ৰমণত দুজন জোৱান নিহত

মণিপুৰৰ বিষ্ণুপুৰ জিলাত কালি সন্ধিয়া সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে অৰ্ধসামৰিক বাহিনীৰ এখন বাহনত আক্ৰমণ কৰাৰ ফলত এজন নায়িব ছুবেদাৰকে ধৰি অসম ৰাইফলছৰ দুজন জোৱানৰ নিহত হোৱাৰ লগতে কমেও ৫ জন জোৱান আহত হয়। ইম্ফলৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে বিষ্ণুপুৰ জিলাৰ নাম্বল চাবাল লেইকাই অঞ্চলৰ ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰ...

September 20, 2025 12:45 PM

views 31

বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। বানে ক্ষতি কৰা কৃষকক সাহায্য আগবঢ়াবলৈও কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আশ্বাস দিয়ে। কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বালিয়...

September 19, 2025 9:05 PM

views 58

শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন কৰিছে। আয়োগৰ নীতি-নিয়ম অমান্য কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নির্বাচন আয়োগে জানিবলৈ দিছে। ২০১৯ চনৰ পৰা এতিয়ালৈকে ৰাজনৈতিক দলসমূহে এবাৰো নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হ...

September 19, 2025 9:00 PM

views 40

অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক’পাৰ লিমিটেডৰ মাজত বুজাবুজি চুক্তিত স্বাক্ষৰ

অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক'পাৰ লিমিটেডৰ মাজত আজি এখন বুজাবুজি চুক্তিত স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা প্রতিষ্ঠানে এতিয়াৰে পৰা একেলগে ক'পাৰকে ধৰি আন জটিল খনিজাত দ্রব্যসমূহ উদঘাটনৰ বাবে অন্বেষণ কৰিব। এই বুজাবুজি চুক্তিৰ সন্দৰ্ভত খনি মন্ত্ৰালয়ে প্ৰকাশ কৰে যে দুয়োটা প্রতিষ্ঠানে এ...

September 19, 2025 8:49 PM

views 17

১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত অংশ লোৱা সেনাৰ ত্যাগ আৰু সাহসক দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে

১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত অংশ লোৱা সেনাৰ ত্যাগ আৰু সাহসক দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে। ভাৰত-পাকিস্তানৰ যুদ্ধৰ ড০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উপলক্ষে নতুন দিল্লীত প্রবীণ সৈনিক আৰু যুদ্ধত অংশগ্ৰহণ সেন...

September 19, 2025 8:46 PM

views 39

দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিতঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ এটা প্ৰৱন্ধৰ প্রসঙ্গ উল্লেখ কৰি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাগৰমালা, গ...

September 19, 2025 12:34 PM

views 16

শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে শিক্ষা মন্ত্ৰ্যালয় প্ৰতিশ্ৰুতিবদ্ধ বুলি ধর্মেন্দ্র প্রধানৰ মন্তব্য

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি স্কুলীয়া শিক্ষাত ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ন সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। শ্রী প্রধানে সামাজিক মাধ্যমযোগে কয়, যে শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ আৰু শিকন প্ৰক্ৰিয়াক অধিক আনন্দদায়ক তথা শিক্ষার্থীকেন্দ্ৰিক কৰি তোলাৰ বাবে শিক্ষা মন্ত্ৰ্যা...

September 19, 2025 12:32 PM

views 31

সোমবাৰৰ পৰা সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ নতুন নিৰিখসমূহ প্ৰযোজ্য

সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ নতুন নিৰিখিসমূহ সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল। সামগ্ৰী আৰু সেৱা কৰ পৰিষদে প্রধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰি অলপতে কৰ পৰিকাঠামো সৰল কৰি তোলাৰ লগতে জনসাধাৰণৰ...

September 19, 2025 12:30 PM

views 13

সামগ্ৰী আৰু সেৱা কৰৰ নতুন নিৰিখলৈ চাই সংশোধিত পৰামৰ্শাৱলী জাৰি

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে সোমবাৰৰ পৰা প্ৰযোজ্য হ'বলগীয়া সামগ্ৰী আৰু সেৱা কৰৰ নতুন নিৰিখলৈ চাই সংশোধিত পৰামৰ্শাৱলী জাৰি কৰিছে। এই অনুসৰি নিৰ্মাতা, পেকিং কৰা কামত নিয়োজিত লোক আৰু আমদানীকাৰিসকলে ২২ ছেপ্তেম্বৰৰ পূৰ্বে নিৰ্মাণ বা প্ৰস্তুত কৰা আৰু বিক্ৰী নোহোৱা সামগ্ৰীৰ পেকে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।