ৰাষ্ট্ৰীয়

September 21, 2025 7:55 PM

views 26

এজন ব্যক্তিয়ে যদি দিব্যাংগসকলৰ প্ৰতি সেৱা আগবঢ়াই তেন্তে তেওঁৰ কামে আন বহুতকে এনে মহান কাম কৰিবলৈও অনুপ্ৰেৰণা যোগাব বুলি গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

এজন ব্যক্তিয়ে যদি নিজৰ জীৱনটো মানৱ সেৱা বিশেষকৈ দিব্যাংগসকলৰ প্ৰতি সেৱা আগবঢ়াই তেন্তে তেওঁৰ কামে আন বহুতকে অনুপ্ৰেৰণা যোগোৱাই নহয় বৰঞ্চ এনে মহান কাম কৰিবলৈও বহুতক অনুপ্ৰেৰণা যোগাই বুলি গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰে। ৰাজস্থানৰ যোধপুৰত শ্ৰী পাৰ্চমল বহৰা মহাবিদ্যালয়ৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থ...

September 21, 2025 8:21 PM

views 20

নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই জি এছ টি ৰেহাই কাৰ্যকৰী হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ'বলগীয়া সামগ্রী আৰু সেৱা কৰৰ নতুন সংস্কাৰ সন্দৰ্ভত আজি দেশবাসীক সম্বোধন কৰে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত জি এছ টি সঞ্চয় উৎসৱ কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু জনসাধাৰণে নিজৰ পচন্দৰ সামগ্ৰী কম দামতে ক্ৰয় কৰিব পা...

September 21, 2025 11:11 AM

views 29

সমগ্ৰ দেশৰ ১ লাখ বিদ্যালয়ৰ লগতে প্ৰায় ৫০০টা চলচ্চিত্ৰ গৃহত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্র Chalo Jeete Hain ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা

সমগ্ৰ দেশৰ ১ লাখ বিদ্যালয়ৰ লগতে প্ৰায় ৫০০টা চলচ্চিত্ৰ গৃহত আজি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্র Chalo Jeete Hain ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি এই পদক্ষেপ লোৱা হৈছে। এই ছবিখন প্ৰধানমন্ত্রী শ্রীমোদীৰ ল'ৰালি কালৰ এটি ঘটনাৰ পৰা অন...

September 21, 2025 10:58 AM

views 18

পৰনিৰ্ভৰশীলতা ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ

পৰনিৰ্ভৰশীলতা হৈছে ভাৰতৰ সবাতোকৈ ডাঙৰ শত্ৰু আৰু আমাৰ দেশে বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা অতিক্ৰম কৰিব লাগিব। প্রধানমন্ত্রী শ্রীমোদীয়ে কালি গুজৰাটৰ ভাব নগৰত অনুষ্ঠিত সমুদ্র সে সমৃদ্ধি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে ছেমিকণ্ডাক্টৰৰ পৰা ...

September 21, 2025 10:54 AM

views 32

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। এটা ব্যক্তিগত চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰৰ প্ৰচেষ্টাৰ বাবে বিগত দশকত উত্তৰ-পূৰ্বাঞ্চল আৰু বাওপন্থী উগ্রবাদ প্ৰভাৱিত অঞ্...

September 20, 2025 10:12 PM

views 21

আহমেদাবাদৰ সমীপৰ লোথালত নির্মীয়মাণ ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

গুজৰাট ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ সমীপৰ প্ৰাচীন নগৰ লোথাললৈ যায় আৰু লোথালত নির্মীয়মান ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। প্রধানমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো ভাগ লয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সামুদ্রিক ...

September 20, 2025 10:10 PM

views 20

দেশৰ নাগৰিকৰ সুবিধাৰ বাবে জিএছটি শ্রেণীসমূহৰ সংস্কাৰ সাধন কৰা হৈছেঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ

দেশৰ নাগৰিকসকলৰ সুবিধাৰ বাবে জিএছটি শ্রেণীসমূহৰ সংস্কাৰ সাধন কৰা হৈছে বুলি কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে মন্তব্য কৰিছে। আজি টুটিকোৰিনৰ কোভিলপট্টীত দিয়াচলাই আৰু আতচবাজী নির্মাণ সংস্থাৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে চৰকাৰে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন আৰু দৃষ্টিভংগ...

September 20, 2025 10:09 PM

views 10

ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনত জিএছটি অভিযোগ নিষ্পত্তিৰ কাম আৰম্ভ

গ্রাহক পৰিক্ৰমা বিভাগে নেক্সট-জেন জিএছটি সংস্কাৰৰ অংশ হিচাপে ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনত জিএছটি অভিযোগ নিষ্পত্তিৰ বাবে কাম আৰম্ভ কৰিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে সোমবাৰৰ পৰা কাৰ্যকৰী হ'ব লগা সংশোধিত জি. এছ. টি. হাৰ আৰু ৰেহাইৰ ৰূপায়ণৰ পিছত গ্ৰাহকৰ প্ৰশ্...

September 20, 2025 9:33 PM

views 14

নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ৰাজ্যপালগৰাকীয়ে শ্ৰীৰাধাকৃষ্ণণক ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক উদ্যমৰ বিষয়ে অৱগত কৰে।

September 20, 2025 9:24 PM

views 45

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত শোকস্তব্ধ সমগ্ৰ ৰাজ্য

জনতাৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ পৰিছে। কালি এই পীড়াদায়ক বাতৰি পোৱাৰ পাছৰে পৰা অগণন লোক স্বতঃস্ফূর্তভাৱে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথসমূহত সমবেত হয়। ম্রিয়মান জনতাই শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ কণ্ঠত আওঁৰাই তেওঁৰ প্ৰতি আজিও ৰাজ্যৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।