ৰাষ্ট্ৰীয়

September 22, 2025 7:36 PM

views 29

দিল্লীত প্রধানমন্ত্ৰী মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন কৰে। ' ছবকা ছাথ ছবকা বিকাশ ছবকা বিশ্বাস ছবকা প্রয়াস' শীর্ষক এই সংকলন দুটাৰ উন্মোচনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক দেশ আৰু বিদেশৰ...

September 22, 2025 7:35 PM

views 29

দেশৰ প্ৰতিৰক্ষা উদ্যোগত এক লাখ ৫০ হাজাৰ কোটি টকা মূল্যৰ সামগ্রী উৎপাদন

দেশৰ প্ৰতিৰক্ষা উদ্যোগত এক লাখ ৫০ হাজাৰ কোটি টকা মূল্যৰ সামগ্রী উৎপাদন কৰা হৈছে। একেদৰে প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিৰ পৰিমাণে ২৩ হাজাৰ কোটি টকাৰ নিৰিখ অতিক্ৰম কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মৰক্কোত এই কথা প্ৰকাশ কৰে। দেশখনৰ ৰাবাটত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ লগতে কয...

September 22, 2025 7:21 PM

views 35

প্রধানমন্ত্ৰী মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্...

September 22, 2025 7:18 PM

views 23

নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ বাবে ৫ গৰাকী নতুন মন্ত্ৰীৰ নাম ঘোষণা প্রধানমন্ত্রী সুশীলা কাৰ্কিৰ

নেপালৰ নৱ-নিৰ্বাচিত প্রধানমন্ত্রী সুশীলা কাৰ্কিয়ে তেওঁৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ বাবে ৫ গৰাকী নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ভূতপূর্ব ন্যায়াধীশ অনিল কুমাৰ সিন্হাক উদ্যোগ, বাণিজ্য আৰু যোগান, আইন আৰু ন্যায় দপ্তৰৰ লগতে ভূমি সংস্কাৰ, সমবায় আৰু দাৰিদ্র্য দূৰীকৰণ দপ্তৰৰ দায়...

September 22, 2025 7:15 PM

views 21

জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ কৰি কয়, যে এই ব্যৱস্থাই ভাৰতৰ অৰ্থনীতি সবল কৰাৰ লগতে মধ্যবিত্ত, যুৱ আৰু উপভোক্তাসকলক সকাহ দিব। আজি নৱৰাত্ৰিৰ প্রথম দিনটোৰ পৰা কাৰ্যকৰী হ'বলগীয়া জি এছ টিৰ নতুন সংস্কাৰ সন্দৰ্ভত কালি দেশবাসীক সম্বোধন কৰি দিয়া ভা...

September 22, 2025 7:00 PM

views 41

অৰুণাচলৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো’ জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো' জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগমৰ অধীনত ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ এই দুয়োটা প্ৰকল্প উত্তৰ পূৱ বিদ্যুৎ শক্তি নিগ...

September 22, 2025 5:34 PM

views 59

কাইলৈ প্রধানমন্ত্ৰী মোদীৰ অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অৰুণাচল প্ৰদেশত ৫ হাজাৰ ১০০ কোটি টকাতকৈও অধিক পৰিমানৰ পুঁজি বয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ দুটা বৃহৎ জলবিদ্যুৎ প্রকল্প আধাৰশিলাও স্থা...

September 22, 2025 11:26 AM

views 41

আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত জি এছ টিৰ সংস্কাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে । দেশবাসীক ...

September 22, 2025 11:24 AM

views 25

জি এছ টি সংস্কাৰে ভাৰতৰ অৰ্থনীতি সবল কৰাৰ লগতে উপভোক্তাসকলক সকাহ দিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰী আৰু সেৱা কৰ- জি এছ টিক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ কৰি কয়, যে এই ব্যৱস্থাই ভাৰতৰ অৰ্থনীতি সবল কৰাৰ লগতে মধ্যবিত্ত, যুৱ আৰু উপভোক্তাসকলক সকাহ দিব। আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ'বলগীয়া সামগ্ৰী আৰু সেৱা কৰৰ নতুন সংস্কাৰ সন্দৰ্ভত কালি দেশবাসী...

September 21, 2025 8:01 PM

views 25

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাইলৈৰ পৰা ছদিনীয়াকৈ নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যবাহী সামৰ্থ বিকাশ কাৰ্যসূচীৰ আয়োজন

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদেশ মন্ত্ৰ্যালয়ৰ সহযোগত কাইলৈৰ পৰা ছদিনীয়াকৈ নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যবাহী সামৰ্থ বিকাশ কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই কাৰ্যসূচীৰ জৰিয়তে মানৱ অধিকাৰৰ বিভিন্ন দিশ তথা আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ বিষয়ে জনোৱা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।