ৰাষ্ট্ৰীয়

January 13, 2026 8:52 PM

views 11

সন্ত্রাসবাদী সংস্থাৰে জড়িতৰ অভিযোগত ৫ গৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল নিৰ্দেশ

  জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নিষিদ্ধ সন্ত্রাসবাদী সংস্থাৰ লগত সক্ৰিয়ভাৱে জড়িত থকাৰ অভিযোগত ৫ গৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে। আকাশবাণী জম্মুৰ সংবাদদাতাৰ আগত শ্রীসিনহাই জনায় যে, নিলম্বিত কৰ্মচাৰীসকলৰ ভিতৰত এজন চৰকাৰী শিক্ষক, এজন লেবৰেটৰি টেকনিচিয়ান, ...

January 13, 2026 6:26 PM

views 14

ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেচনক নিজ সংস্থাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পোর্টচ সম্পর্কীয় উৎসর্গীত সমিতি গঠন কৰিবলৈ পৰামৰ্শ কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে সকলো স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেচনক নিজৰ নিজৰ সংস্থাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পোর্টচ সম্পর্কীয় উৎসর্গীত সমিতি গঠন কৰিবলৈ পৰামৰ্শ দিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে কয় যে এই সমিতিসমূহৰ গঠনে দেশৰ বিশ্বব্যাপী ক্রীড়া সংযোগ আৰু ক্ৰ...

January 13, 2026 6:23 PM

views 13

বাংলাদেশৰ ফেনী জিলাত হিন্দু অটৰিক্সা চালক সমীৰ কুমাৰ দাসক নৃশংসভাৱে হত্যা

বাংলাদেশৰ ফেনী জিলাত দগণভূঞা উপ-জিলাত দেওবাৰে নিশা এজন ২৮ বছৰীয়া হিন্দু অটৰিক্সা চালক সমীৰ কুমাৰ দাসক নৃশংসভাৱে হত্যা কৰা হয় আৰু হত্যাকাণ্ডত জড়িত দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা তেওঁৰ বাহনখনৰ সৈতে পলায়ন কৰে। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে দগণ ভূঞা উপ- জিলা স্বাস্থ্য চৌহদৰ সমীপত তেওঁক দেশ...

January 13, 2026 6:21 PM

views 18

হিমাচল প্ৰদেশৰ চোলান জিলাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৪ জন শ্রমিকৰ মৃত্যুৰ লগতে ৫ জন সন্ধানহীন

হিমাচল প্ৰদেশৰ চোলান জিলাত কালি সংঘটিত এটা বিধ্বংসী অগ্নিকাণ্ডত ৪ জন শ্রমিকে প্রাণ হেৰুৱায় আৰু ৫ জন সন্ধানহীন হয়। জিলাখনৰ আৰ্কীত থকা পুৰণি বাছ ষ্টেণ্ডৰ সমীপত দূর্ঘটনাতো ঘটে। জিলা প্ৰশাসন আৰু কেইবাটাও দলে উদ্ধাৰ আৰু সাহায্য অভিযানত অংশগ্ৰহণ কৰিছে। ভুক্তভোগী লোকসকল নেপালৰ নাগৰিক আছিল বুলি জানিব পৰা ...

January 13, 2026 6:18 PM

views 6

আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি সংস্থা ইৰেনাৰ ১৬ সংখ্যক অধিৱেশনৰ কালি সামৰণি

আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি সংস্থা ইৰেনাৰ ১৬ সংখ্যক অধিৱেশনৰ কালি সামৰণি পৰে। তিনিদিনীয়া আলোচনাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৫০০ ৰো অধিক মন্ত্ৰী, জ্যেষ্ঠ বিষয়াসকল, ব্যৱসায়ী আৰু অংশীদাকসকলেও অংশগ্ৰহণ কৰে। অধিৱেশন উদ্বোধন কৰি ইৰেনাৰ সঞ্চালক প্রধান ফ্রান্সেস্কো লা কেমেৰাই কেৱল জলবায়ু পৰিৱৰ্তনৰ স...

January 13, 2026 6:14 PM

views 10

লাক্ষাদ্বীপত অনুষ্ঠিত মাল্টিস্পেচিয়েলিটী যুটীয়া স্বাস্থ্য সেৱা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লাক্ষাদ্বীপত অনুষ্ঠিত মাল্টিস্পেচিয়েলিটী যুটীয়া স্বাস্থ্য সেৱা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে নৌসেনাই আয়োজন কৰা এই বৃহৎ পৰিসৰৰ স্বাস্থ্য শিবিৰে ভিতৰুৱা অঞ্চলৰ নাগৰিকক গুণগত স্বা...

January 13, 2026 6:16 PM

views 12

ব্রিকছ শীর্ষ সন্মিলনৰ প্ৰতীক চিহ্ন, বিষয়বস্তু আৰু ৱেবছাইট মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি চলিত বৰ্ষত নতুন দিল্লীত হ'বলগীয়া ব্রিকছ শীর্ষ সন্মিলনৰ প্ৰতীক চিহ্ন, বিষয়বস্তু আৰু ৱেবছাইট মুকলি কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ আগত ড০ জয়শংকৰে কয় যে এই শীর্ষ সন্মিলনত ভাৰতে গোলকীয় কল্যাণৰ মহান উদ্দেশ্যৰে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সম্ভাৱনীয়তাক একত্ৰিত কৰ...

January 13, 2026 6:08 PM

views 24

দেশৰ যুৱ সমাজ মাদকদ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হ’লেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব: উপ-ৰাষ্ট্ৰপতি

দেশৰ যুৱ সমাজ মাদকদ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হ'লেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিশ্ববিদ্যালয়সমূহৰ মাদকদ্রব্য মুক্ত শিবিৰ কাৰ্যসূচীত অংশ লৈ দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়।...

January 12, 2026 12:14 PM

views 9

উদ্যান উৎসৱৰ দ্বিতীয় সংস্কৰণৰ বিগত ৯ দিনত ১ লাখৰো অধিক লোকৰ সমাগম

হায়দৰাবাদৰ বোলাৰুমত থকা ৰাষ্ট্ৰপতি নিলয়মে আয়োজন কৰা উদ্যান উৎসৱৰ দ্বিতীয় সংস্কৰণৰ বিগত ৯ দিনত ১ লাখৰো অধিক লোকৰ সমাগম ঘটে। ভাৰতৰ ঐতিহ্য, কৃষি, বহন ক্ষমতা আৰু জনসাধাৰণৰ সহযোগিতাক উদযাপন কৰা এই উদ্যান উৎসৱৰ কালি সন্ধিয়া সামৰণি পৰে। হায়দৰাবাদৰ ৰাষ্ট্ৰপতি নিলয়মৰ উদ্যোগত আৰু কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্য...

January 12, 2026 12:13 PM

views 8

ষোড়শ আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থাৰ সন্মিলনত প্রহ্লাদ যোশীৰ অংশগ্রহণ

ভাৰতে ২০৩০ চনত ৫০০ গিগাৱাট অজীৱাশ্ম ইন্ধন আৰু ২০৭০ চনত শূন্য কার্বন নির্গমনৰ লক্ষ্যপ্ৰাপ্তিৰ প্রতিশ্রুতি লোৱা হৈছে। ডুবাইত অনুষ্ঠিত ষোড়শ আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থাৰ সন্মিলনত কেন্দ্রীয় নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্রী প্রহ্লাদ যোশীয়ে অংশগ্রহণ কৰি কয় যে ভাৰতে বসুধৈর কুটুম্ব কম নীতিৰে আৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।