ৰাষ্ট্ৰীয়

September 30, 2025 11:06 AM

views 42

দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা লোকসকললৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাযোগে শ্রীমতী মুর্মুৱে কয়, যে দুর্গা পূজা সংস্কৃতি, বিকাশ আৰু আধ্যাত্মিকতাৰ প্ৰতীক। তেওঁ কয়, যে দুৰ্গাৰ ৯টা ৰূপে সত্য, ন্যায় আৰু মমতাৰে আগবাঢ়ি যাবলৈ আমাক সাহস দিয়ে। এই উৎসৱ...

September 29, 2025 8:19 PM

views 30

তামিলনাডুৰ কাৰুৰত পদপিষ্টৰ ঘটনাৰ পাছৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এন ডি এৰ প্ৰতিনিধি দল গঠন

বিজেপিৰ সভাপতি জে পি নড্ডাই তামিলনাডুৰ কাৰুৰত পদপিষ্টৰ ঘটনাৰ পাছতে সৃষ্টি হোৱা পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এন ডি এৰ এটা প্ৰতিনিধি দল গঠন কৰিছে। এই ভ্ৰমণৰ সময়ত প্রতিনিধি দলটোৱে ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰি সভাপতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। প্ৰতিনিধি দলটোৰ আহ্বায়ক হিচাপে সাংসদ হেমা মালিনীক দায়িত...

September 29, 2025 8:08 PM

views 18

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে তামিলনাডুৰ কাৰুৰ ভ্ৰমণ কৰি ৰাজনৈতিক সমাৱেশত সংঘটিত পদপিষ্টৰ ঘটনাৰ বুজ লয়

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি তামিলনাডুৰ কাৰুৰ ভ্ৰমণ কৰি শনিবাৰে ৰাজনৈতিক সমাৱেশত সংঘটিত পদপিষ্টৰ ঘটনাৰ বুজ লয়। এই ঘটনাত মৃতকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নির্মলা সীতাৰমণে কয়, যে প্রধানমন্ত্ৰীয়ে ঘটনাৰ বুজ ল'বৰ বাবে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ এল ...

September 29, 2025 8:04 PM

views 21

ভাৰতীয় পৰিসংখ্যা সেৱা, ভাৰতীয় দক্ষতা বিকাশ সেৱা আৰু কেন্দ্ৰীয় অভিযান্ত্ৰিক সেৱাৰ পৰিক্ষাৰ্থীসকলৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ

ভাৰতীয় পৰিসংখ্যা সেৱা, ভাৰতীয় দক্ষতা বিকাশ সেৱা আৰু কেন্দ্ৰীয় অভিযান্ত্ৰিক সেৱাৰ পৰিক্ষাৰ্থীসকলে আজি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দক্ষতা আৰু জ্ঞান অর্থনৈতিক বিকাশ আৰু সামাজিক প্ৰগতিৰ প্ৰকৃত ইন্ধন। লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দেশৰ প্ৰযুক্তিগত অগ্ৰগতি আগুৱা...

September 29, 2025 7:59 PM

views 16

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰে। বিজেপিৰ সভাপতি জগৎ প্রকাশ নড্ডাই ২০২৩ চনৰ ২ জুন তাৰিখে এই কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে নৱৰাত্ৰিৰ পবিত্ৰ সময়ত বিজেপিয়ে এই নত...

September 29, 2025 7:34 PM

views 31

অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী দুটা ৰে’ল প্ৰকল্প ৰূপায়ণৰ বাবে ব্যৱস্থা গ্রহণ

কেন্দ্ৰীয় চৰকাৰে ভূটানৰ সৈতে সম্পর্ক শক্তিশালী কৰি তোলাৰ বাবে অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী দুটা ৰে'ল প্ৰকল্প ৰূপায়ণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। ৪০৩৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্রকল্প দুটাৰ ফলত দুয়োদেশে লাভবান হ'ব বুলি কেন্দ্রীয় ৰে'ল মন্ত্রী অশ্বিনী বৈ...

September 29, 2025 6:09 PM

views 37

দেশত দুগ্ধ উৎপাদন বিগত ১০ বছৰত ৬৩ শতাংশ বৃদ্ধি পাইছে

দেশত দুগ্ধ উৎপাদন বিগত ১০ বছৰত ৬৩ শতাংশ বৃদ্ধি পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত শীর্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। ১০ বছৰ পূৰ্বে দুগ্ধ উৎপাদন ১৪৬ নিযুত টনৰ পৰা সম্প্রতি ২৩৯ নিযুত টনলৈ বৃদ্ধি হৈছে। ভাৰতে বিশ্বৰ মুঠ দুগ্ধ উৎপাদনৰ এক চতুর্থাংশ উৎপাদন কৰি অৰিহণা যোগাই আছে...

September 29, 2025 5:57 PM

views 32

দেশৰ বৈদ্যুতিন উৎপাদন খণ্ড পৰৱৰ্তী বছৰসমূহত নিয়োগ সৃষ্টিৰ মূল খণ্ড হিচাপে পৰিগণিত হ’ব বুলি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ মন্তব্য

দেশৰ বৈদ্যুতিন উৎপাদন খণ্ড পৰৱৰ্তী কেইটামান বছৰত নিয়োগ সৃষ্টিৰ মূল খণ্ড হিচাপে পৰিগণিত হ'ব বুলি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। শ্রী বৈষ্ণৱে কয়, যে দেশত বৈদ্যুতিন উৎপাদন ব্যৱস্থা দ্রুত গতিত বিকশিত হৈছে। প্রতি সপ্তাহতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে বিকাশ লাভ কৰ...

September 29, 2025 11:09 AM

views 27

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰিব

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰিব। দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ শচদেৱাই কয়, যে এই নতুন কার্যালয়টো কেৱল এটা কর্মস্থলীয়ে নহয় বৰং ই হৈছে দলৰ সংস্কৃতি তথা মূল্যবোধক ইয়াৰ কৰ্মকৰ্তা সকলৰ মাজত পোষণ কৰাৰ এটা কেন্দ্ৰ। তেওঁ এই...

September 29, 2025 11:05 AM

views 52

নির্বাচন আয়োগে আসন্ন বিহাৰ বিধানসভা নির্বাচন আৰু বিভিন্ন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষকৰ দল নিযুক্তি দিব

নির্বাচন আয়োগে আসন্ন বিহাৰ বিধানসভা নির্বাচন আৰু বিভিন্ন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষকৰ দল নিযুক্তি দিব। এই দলটোত সাধাৰণ জনতা, আৰক্ষী আৰু ব্যয় পর্যবেক্ষকসকলক কেন্দ্রীয় পর্যবেক্ষক হিচাপে অন্তর্ভুক্ত কৰা হ'ব। মুক্ত, নিকা, আৰু স্বচ্ছ নির্বাচনৰ বাবে ৩২০ গৰাকী আই ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।